যোৰহাটৰ নিমাতীঘাটত ভয়ংকৰ ঘটনা
ফেৰীৰ পৰা ব্ৰক্ষ্মপুত্ৰৰ পানীত পৰিল এখন গাড়ী।
Rahul Chetry Surrender Dibrugarh University
আৰক্ষীৰ তীব্ৰ অভিযানৰ বাবেই আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ'ল ৰাহুল ছেত্ৰী।
লেখাপানী আৰক্ষী থানত আত্মসমৰ্পন ৰাহুল ছেত্ৰী।
আত্মসমৰ্পনৰ পাছতে গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে।
৯দিন পলাতক আছিল ৰাহুল চেত্ৰী।
#dibrugarhuniversity #Ragging #rahulchetri #arrest #AssamPolice #echonortheast
Birthday Cake Cutting Live From Jorhat JDSA Field
Zubeen Garg's Birthday Cake Cutting Live From Jorhat JDSA Field
#zubeengargbirthday #jorhat #Assam #echonortheast
Celebration Zubeen's 50th Birthday
সংস্কৃতিৰ বৰ পথাৰৰ বটবৃক্ষ স্বৰূপ আপোন শিল্পী জুবিন গাৰ্গৰ আজি ৫০ সংখ্যক জন্মদিন।
ৰাইজৰ শিল্পীজন যেন সদায়ে সুস্বাস্থ্য ৰাইজৰ মাজতেই থাকি যায়।
#zubeengargbirthday #ZubeenGarg #jorhat #echonortheast
KK হিচাপে খ্যাত জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা সুস্থ হোৱাৰ পাছতে কৌতুক অভিনেতা গৰাকীয়ে অসম বাসীক জনালে ধন্যবাদ
#SiddharthaSharma #kk #behorbarioutpost #actor #echonortheast
Visit: www.echonortheast.com
Shiv Sena Leader Sudhir Suri Shot At Punjab
শিৱ সেনাৰ নেতা সুধিৰ সুৰীক গুলিয়াই হত্যা
ধৰ্ণা দি থকাৰ অৱস্থাত দুৰ্বৃত্তয় গুলীয়াই হত্যাকৰিলে
পাঞ্জাব পুলিছৰ সন্মুখতে ঘটিল এই ঘটনা
ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে দুৰ্বৃত্ত কেইজনক
#ShivSene #leader #shotdeath #punjab #SudhirSuri #echonortheast
visit: www.echonortheast.com
BJP Flag Remove By women Guwahati
হিজাৱ পিৰিধানকাৰী “বিজেপি দ’লৰ পতাকা“ ফালি থকা দৃশ্য
কোন এই গৰাকী হিজাৱ পিৰিধান কৰা মহিলা ৷
কীয় মুখ্য মন্ত্ৰীৰ উপৰত ইমান খং মহিলগৰাকীৰ
#hijab #woman #Guwahati #bjpflag #bjp #echonortheast
visit: www.echonortheast.com
#abhinashsaikia #darrangcollege #gauhatiuniversity #assam #echonortheast
দৰং মহাবিদ্যালয়ৰ ছাত্ৰী ডলী চৌধাৰী পাছত এইজন অবিনাশ শইকীয়া।
বাদ্যযন্ত্ৰৰ লগত আছে তেওঁৰ প্ৰেম।
#abhinashsaikia #darrangcollege #GauhatiUniversity #assam #echonortheast
visit: www.echonortheast.com
#bikisinam #ajoyphukan #controversy #echonortheast
বিলকিছ ইনামৰ স্পষ্টিকৰণ মই অজয় ফুকনৰ লগত মিলা নাই
#godonthebalcony #nurulsultan #bajarangdal #assamesefilm #echonortheast
নুৰুল চুলতানৰ 'God On The Balcony' বেলকনিত ভগবান নামৰ অসমীয়া ছবিখন বন্ধ কৰাৰ হকীয়নি ৰাষ্ট্ৰীয় বজৰং দলৰ
#godonthebalcony #nurulsultan #AssameseFilm #bajarangdal #echonortheast
visit: www.echonortheast.com
#himantabiswasarma #bjp #assam #echonortheast
বিজেপি কাৰ্যালয়ত জ্যেষ্ঠজনক সাদৰ-সম্ভাষণ।
চৰণ ধুৱাই আৰ্শীবাদ ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
দেশৰ গণতন্ত্ৰ কোন দিশে??
মূৰ্গী আৰু মদ বিতৰণ কৰিছে ভোটাৰক তেলেংগানা টি আৰ এছ নেতাই।
#telengana #politicsnews #TRSParty #echonortheast
#semkhor #dimasapeople #protest #assamesefilm #echonortheast
কি আছে আইমী বৰুৱাৰ নতুন "চেমখৰ" চিনেমাখনত?
কিয় ডিমাচা সকলে প্ৰশ্ন কৰিবলগীয়া হৈছে "অসমীয়া নহয় নেকি বুলি" ?
কিয় ডিমাচা সকলে "চেমখৰ" ছবিখন তীব্ৰ বিৰোধিতা কৰিছে?
#Semkhor #dimasapeople #AssameseFilm #echonortheast
Visit: www.echonortheast.com
#dollychoudhary #darrangcollege #musiclover #echonortheast
দৰং মহাবিদ্যালয়ৰ ছাত্ৰী ডলী চৌধাৰী।
একেবাৰতে বজাব পাৰে কেইবাবিধো বাদ্য।
সাংস্কৃতিক ক্ষেত্ৰখনক লৈ কিবা এটা কৰাৰ সপোন দেখে ডলীয়ে।
#dollychoudhary #darangcollege #musiclover #echonortheast
visit: www.echonortheast.com
#metrohospital #nagaon #pressmeet #echonortheast
কিছু দিন পূৰ্বে নগাঁও মেট্ৰ হস্পিতালত এগৰাকী ৰোগীৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল।
উক্ত ঘটনাকলৈ আজি হস্পিতাল কতৃপক্ষৰ সংবাদমেল যোগে বিবৰণ দিয়ে৷
#mahalaya #durgapuja #2022 #echonortheast
আজি শুভ মহালয়া, শাৰদী ৰাণীক আদৰিবলৈ সকলো সাজু
আৰম্ভ হল দেৱীৰ বন্দনা, শংখ ঘণ্টাৰ আমন্ত্ৰণ দেৱীক
শৰতৰ শুভ্ৰ বলুকাৰে ধৰালৈ আগমণ দেৱী দুৰ্গাৰ, উদুলি মুদুলি পৰিবেশ সকলোতে।
visit: www.echonortheast.com
#ganseshchaturthi2022 #ganeshpuja #assam #echonortheast
#ganeshchaturthi2022 #ganeshpuja #assam #echonortheast
সকলোলৈকে গণেশ চতুর্থীৰ শুভেচ্ছা জনালোঁ
গণেশ চতুৰ্থীত কেতিয়াও নকৰিব এই কেইটা কাম
আপোনাৰ ঘৰত গণপতি স্থাপনৰ সঠিক নিয়মবোৰ জানক
#fraudcall #indianarmy #echonortheast
#fraudcall #indianarmy #echonortheast
কিদৰে সেনাৰ নাম লৈ মানুহক ফোন কৰি টকা হৰকাই। এবাৰ শুনক
#MehengaiPeCharcha #INC #VikasUpadhyay #APCC #RanaGoswami #Jorhat #Assam
#মেহেংগাইপেচৰ্চা
যোৰহাট চ’ক বজাৰত ব্যৱসায়ী গ্ৰাহক সকলৰ লগত মূল্যবৃদ্ধি লগতে নানা সমস্যাৰ বিষয়ে মত বিনিময় কৰা হয়৷
উক্ত কাৰ্য্যসূচীত যোৰহাট জিলা কংগ্ৰেছ কমিটিৰ সভাপতি পুতুল বুঢ়াগোহাঁই, উজনি অসমৰ তত্বাৱধায়ক Vikas Upadhyay, Rana Goswami, BhaskarJyoti Baruah.
water rising rapidly.high alert