মোগলৰ কু-কৰ্মৰ কথা অসমীয়াই পাহৰি যাব নালাগে ।
স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৫ বছৰীয়া জীয়ৰী নাংচেং গাভৰু উৰফে ৰমনী গাভৰুক ঔৰংজেৱৰ পুত্ৰ আজমতাৰৰ হাৰেমলৈ বুলি লৈ যায় । এই ঘটনাই আহোমৰ গৌৰৱত চৰম আঘাত কৰিছিল । দুখ আৰু পৰাজয়ৰ গ্লানিত ভুগি জয়ধ্বজ সিংহই কিছুদিনৰ পিছতে ইহলীলা সম্বৰণ কৰে
#MahaveerLachit #LachitDiwas
#দেশতকৈ_মোমাই_ডাঙৰ_নহয়"
মহান বীৰযোদ্ধা লাচিত বৰফুকন নেতৃত্বাধীন দুৰ্দান্ত সৈন্যবাহিনীয়ে ১৬৭১ চনৰ শৰাইঘাটৰ যুদ্ধত মহাপৰাক্ৰমেৰে মোগলক পৰাস্ত কৰি বৃহত্তৰ অসমীয়া জাতিৰ গৌৰৱধ্বজা অজেয় কৰি ৰাখিছিল। লাচিত বৰফুকন দেশপ্ৰেমৰ উজ্জ্বলতম প্ৰতিভূ,বীৰত্বৰ দুৰন্ত প্ৰতীক আৰু সাহসৰ অম্লান নিৰ্দশক |
#MahaveerLachit #LachitDiwas
"কোনো মাইকা লালৰ জন্ম হোৱা নাই, যিয়ে মোক বাধা দিব পাৰে।"
মুকলি মঞ্চৰ পৰাই আৰক্ষীক ভাবুকি দিলে আকবৰুদ্দিন ওৱাইছিয়ে।
খাপৰিত অৱস্থিত স্বামী বিবেকানন্দ মেডিকেল মিছন হাস্পতালৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে আয়োজিত কাৰ্যসূচীত উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ, সৰসংঘচালক ডাঃ মোহন জী ভাগৱত।
Trichy.
TN police detained RSS swayamsewak Vellore Ibrahim just before the Path-sanchalan. He was going to participate in the path-sanchalan.
" সমগ্ৰ ভাৰত আপোনালোকৰ লগত থিয় দিছে"...
: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
বিশ্বকাপৰ ফাইনেলৰ পাছত ভাৰতীয় ক্ৰিকেট দলটোক উৎসাহিত কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। অধিনায়ক ৰোহিত শৰ্মাকে ধৰি সকলো খেলুৱৈক নিমন্ত্ৰণ
*Big Breaking*
*গুৱাহাটী মহানগৰীত পুনৰ দুটাকৈ লাভ জেহাদৰ ঘটনা*
*লাভ জেহাদৰ বলি দুগৰাকীকৈ কিশোৰী*
*এগৰাকী ৪ মাহৰ অন্তসত্ত্বা*
*আনগৰাকীক শুকুৰবাৰে ফুচুলাই পলুৱাই নিছিল এজন মুছলিম সম্প্ৰদায়ৰ যুৱকে*
*নিজকে হিন্দু যুৱক বুলি পৰিচয় দি দুই কিশোৰীক পলুৱাই নিছিল দুই যুৱকে*
*দলগাঁৱৰ মুৰ্চিদ আলী আৰু ধুবুৰীৰ ছাহিদুল ইছলাম চানমাৰী আৰক্ষীৰ জালত*
*মুৰ্চিদে নিজকে ৰাহুল বুলি পৰিচয় দিছিল*
*ছাহিদুলে নিজকে ৰাজা বুলি দিছিল পৰিচয়*
*ছয়মাহ পূৰ্বে ৪ মহীয়া অন্তসত্ত্বা কিশোৰীগৰাকীৰ পৰিয়ালে চানমাৰী থানাত তৰিছিল এটা নিৰুদ্দেশৰ গোচৰ*
*গুৱাহাটী কলেজৰ সমীপৰ পৰা কিশোৰী দুগৰাকী সৈতে দুই যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে*
*ইতিমধ্যে এটা Pocso গোচৰ ৰুজু কৰিছে চানমাৰী আৰক্ষীয়ে*
*Pocso গোচৰত গ্ৰেপ্তাৰ হোৱা দুই যুৱকক প্ৰেৰণ কৰিব জেললৈ*
*দুই কিশোৰীক উদ্ধাৰ কৰি চেল্টাৰ হোমত ৰখাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে*
🔴 বিদেশী শক্তিৰ সৈতে ৰাজনৈতিক নেতাৰ গভীৰ ষড়যন্ত্ৰ ?
🔴 ভাৰতক লৈ বিদেশী শক্তিৰ গভীৰ ষড়যন্ত্ৰ
🔴 ভাৰতক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কোনে কৰি আছে ?
🔴 সাৱধান হওঁক অপুনিও, বলি হব পাৰে বিদেশী ষড়যন্ত্ৰ্ৰ্ৰৰ
🔴চাওঁক নৱ ঠাকুৰীয়াৰ সৈতে বিশেষ সময়
🔴 আজিৰ অতিথি ৰাজনৈতিক বিশ্লেষক সূপ্রতিম কাশ্যপ |
#BreakingNews #NewsUpdate #NewsBharatiNE #internationalpolitics #NationalPolitics
মহাৰাষ্ট্ৰত নিৰ্মাণ হ'ব কামাখ্যা মন্দিৰ, নামঘৰ: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা
হিন্দুসকলে এতিয়া হিন্দুৰ উৎসৱ উদযাপন কৰিব নোৱাৰিব।
ঘৰৰ বাহিৰত ফটকা ফুটাই দীপাৱলী উদযাপন কৰাৰ বাবেই শ্বব্বিৰ খান আৰু বাবলু খানে এজন হিন্দু যুৱকক বেয়াকৈ মাৰপিট কৰে। ভাইৰেল ভিডিঅ’টোত বিশালৰ পৰিয়ালে তেওঁক বচাবলৈ চেষ্টা কৰা দেখা গৈছে যদিও শ্বব্বিৰ খান আৰু বাবলু খানে হিন্দু যুৱকজনক মাৰপিট কৰিয়ে থাকিল।
हिन्दुओं अब अपना त्यौहार भी नहीं मना पाओगे आप लोग
हाथरस, यूपी- शब्बीर खान और बब्लू खान ने एक हिंदू व्यक्ति को उसके घर के बाहर पटाखे जलाने और दिवाली मनाने पर बुरी तरह पीटा है। वायरल वीडियो में विशाल के परिवार को उसे बचाने की कोशिश करते देखा जा सकता है लेकिन वे उसे पीटते रहे।
#dipawali
গহিয়াত বলি - বিধান নোহোৱা এখন ব্যতিক্ৰমি কালী পূজা ।
দীপাৱলীৰ বন্তি প্ৰজ্বলন কৰে সাহিত্য অকাডেমী অনুবাদ সাহিত্য বঁটা প্ৰাপক তথা ঋষি অৰিবিন্দৰ একান্ত অনুগামী দিগন্ত বিশ্ব শৰ্মাই।
৫ম ভাৰত-আমেৰিকা ২+২ মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ আলোচনা। উপস্থিত থাকে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, আমেৰিকাৰ প্ৰতিৰক্ষা সচিব লয়ড অষ্টিন, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি জে ব্লিংকেন।
ভুলতেও কংগ্ৰেছক ভোট নিদিব।
কংগ্ৰেছক ভোট দিয়া মানে দেশৰ বাবৰক অক্সিজেন দিয়া।
: হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী, অসম
জয়পুৰত কংগ্ৰেছৰ নতুন কার্যালয় উদ্বোধন
পূজা, আৰতি কৰাৰ পৰিবৰ্তে পঢ়া হল নামাজ-কলমা
সকলো হিন্দুই এবাৰ চিন্তা কৰক ?
How Pak TV describes Hindus…. Watch till the end.
LIVE
Watch LIVE : অখিল ভাৰতীয় কাৰ্যকাৰী মণ্ডল বৈঠক সন্দৰ্ভত সংবাদমেল ।
মাননীয় সৰকাৰ্যবাহ দত্তাত্ৰেয় হোসৱালে জী, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ ।
সমাজত বেয়া কাম কৰে হিন্দু মানুহে
মন্দিৰৰ সাধু অথবা নামঘৰীয়াইহে বেয়া কাম কৰে
কংগ্ৰেছী বিধায়ক আফতাবউদ্দিন মোল্লাৰ মন্তব্যই জোকাৰিছে অসম।
EXCLUSIVE
"মোডী জীয়ে কাশ্মীৰক সম্পূৰ্ণৰূপে সলনি কৰিলে, আজি ইয়াত বহুত ভাল পৰিৱেশ ।"
"মই কোনো বুৰহান ৱানী, শ্বেহলা ৰছিদ বা উমৰ খালিদক চিনি নাপাওঁ।"
চাওঁক কাশ্মীৰৰ এজন ড্ৰাইভাৰে কি কলে ।
হিন্দু মন্দিৰত প্ৰৱেশ কৰি প্ৰস্ৰাৱ কৰিলে এজন মুছলমান যুৱকে ।
মুছলমান যুৱকজনৰ নাম মহম্মদ আৰা শ্বেইখ।
বংগৰ মুৰ্ছিদাবাদৰ ঘটনা।
অখিল ভাৰতীয় কাৰ্যকাৰী মণ্ডল বৈঠক সন্দৰ্ভত সংবাদমেল ।
অখিল ভাৰতীয় কাৰ্যকাৰী মণ্ডল বৈঠক সন্দৰ্ভত সংবাদমেল ।
ৰাঘৱ সম্পৰ্কত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ বক্তব্য।
লখিমপুৰৰ হাৰমতীত আজিৰ পৰা আমন্ত্ৰণমূলক ভাওনা সমাৰোহ
গোৱালপাৰাৰ দুধনৈত ৫০খন বিছনাযুক্ত আয়ুৰ্বেদিক চিকিৎসালয়ৰ শুভ উদ্বোধন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে
'শুকাই যোৱা নাই সোৱণশিৰি'
মন্ত্ৰী ৰণোজ পেগুৱে ৰাজহুৱা কৰিলে সোৱণশিৰিৰ ভিডিঅ'
গোগামুখৰ সোৱণশিৰি ইক' কেম্পৰ পৰা লোৱা হৈছে ভিডিঅ'টো
নৰেন্দ্ৰ মোডীৰ আটাইতকৈ ডাঙৰ শক্তি হ’ল
তেওঁ ১৫ বছৰ ধৰি সমাজৰ মাজত আৰ এছ এছৰ প্ৰচাৰক হিচাপে কাম কৰিছিল।
১৫ বছৰ বিজেপি সংগঠনত কাম কৰিছিল।
১৫ বছৰ চৰকাৰত মুখ্যমন্ত্ৰী হিচাপে কাম কৰিছিল।
কোনো নেতাৰ ইমান ৪৫ বছৰীয়া অভিজ্ঞতা নাই।
: প্ৰশান্ত কিশোৰ
ৰয়েল গ্ল'বেল ইউনিভাৰ্ছিটীৰ সমাৱৰ্তন সমাৰোহত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়
ৰয়েল গ্ল'বেল ইউনিভাৰ্ছিটীৰ সমাৱৰ্তন সমাৰোহত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া |
ৰয়েল গ্ল'বেল ইউনিভাৰ্ছিটীৰ সমাৱৰ্তন সমাৰোহত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা |
ৰয়েল গ্ল'বেল ইউনিভাৰ্ছিটীৰ সমাৱৰ্তন সমাৰোহত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়
উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া আৰু শিক্ষা মন্ত্ৰী ড০ ৰানোজ পেগু |
ভোট দিয়াটো প্ৰতিজন নাগৰিকৰে কৰ্তব্য। তাক নিশ্চয়কৈ পালন কৰিব লাগে। দেশৰ একাত্মতা, অখণ্ডতা, অস্মিতা তথা বিকাশৰ বিষয়ত বিচাৰ বিবেচনা কৰি ভোট দিব লাগে।