▶️যোৰহাটৰ পিঠা এনেও মৰমলগা...মুখ্যমন্ত্ৰীক কোনে কোনে খুৱাব পিঠা?
#৪৪ বছৰীয়া দীঘলীয়া সংগ্ৰামৰ অন্তত মঙ্গলদৈত আনুষ্ঠানিক ভাৱে ভংগ হ'ল আলফা।
#মঙ্গলদৈ চমুৱাপাৰা নৱ নিৰ্মাণ কেন্দ্ৰত বিশেষ সাধাৰণ সভাত ভংগ কৰে আলফা।
আৰক্ষীৰ লাঠী চার্জত মূৰত আঘাত পাই মূর্ছা গ'ল বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ
▶️দালালে গম পোৱাৰ আগতে টুপুংকে একাউণ্টত পইচা সোমাই যাব। আগতে ফৰ্মখনৰ বাবেও ১০০ টকা লৈছিল, ফৰ্ম দিয়াৰ দৰে জমা দিবলৈও এটা দিনেই দিম। কোন কোন মহিলাই লাভ কৰিব চৰকাৰৰ ধন?
ৰাহুল গান্ধীৰ ভাৰত জোৰো ন্যায় যাত্ৰা
#RahulGandhi #guwahati #BharatJodoYatra
কংগ্ৰেছ কৰ্মীৰ ওপৰত আৰক্ষীৰ লাঠিচাৰ্জ
‘ৰাহুল গান্ধীয়ে বাটে বাটে যোৱাত মুখ্যমন্ত্ৰীৰ সমস্যা ক’ত! ৮ দিনৰ ঠাইত ১৮ দিন থাকিলে যুদ্ধই ঘোষণা কৰিলে হয় মুখ্যমন্ত্ৰীয়ে’....গুৱাহাটীত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা সন্দৰ্ভত ভূপেন বৰাৰ প্ৰতিক্ৰিয়া৷
‘গুলী খালে মই খাম, লাঠী খালে মই খাম’
‘মোৰ কোনো কংগ্ৰেছ কৰ্মীৰ আজি একো নহয়’
গুৱাহাটীত ন্যায় যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বেই ক’লে ভূপেন বৰাই
‘অপেক্ষাৰ অন্তত ৰাম আহিল’...ৰাম মন্দিৰত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছতেই উৎফুল্লিত অভিনেতা ৰাজপাল যাদৱ৷
'এয়া নতুন ভাৰত। আটাইতকৈ ডাঙৰ ধৰ্ম হৈছে মানৱতা।' সদৌ ভাৰতীয় ইমাম সংগঠনৰ মুখ্য ইমাম ড° ওমৰ আহমেদ ইলিয়াছি
অযোধ্যাৰ ৰাম মন্দিৰত শ্রী ৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ অংশ স্বৰপে বৰপেটাৰোডত ডাঙৰ এল ই ডি স্ক্ৰীনৰ জৰিয়তে পোনপোটিয়া সম্প্ৰচাৰ।
পোনপোটিয়া সম্প্ৰচাৰত অংশ গ্ৰহণ বিধায়ক ফণী তালুকদাৰ।
🕉️ ৰাম লালাৰ শ্ৰী চৰণত সেৱা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে