JDP News Kampur

JDP News Kampur This page is very helpful to everyone...It helps in showing the talents of people...So it is a very

02/07/2022

বছৰৰ দ্বিতীয়টো বানে সৰ্বস্বান্ত কৰা কামপুৰৰ বানবিধ্বস্ত অঞ্চলৰ খবৰ লৈ দুখৰ সমভাগী হয় মাজুলী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন গোস্বামী।সত্ৰাধিকাৰ জনে কামপুৰ পটিয়াপাম,ডেকা গাঁও,বুঢ়াপটীয়া গাঁৱকে ধৰি কামপুৰৰ কেইবাটাও বান শিবিৰলৈ গৈ বন্যাৰ্তৰ খবৰ লোৱাৰ লগতে কিছু পৰিমানে দুৰ্গত ৰাইজক খাদ্য-সামগ্ৰী প্ৰদান কৰে।তাৰোপৰি বানে ক্ষতিগ্ৰস্ত কৰা কামপুৰৰ ৰাইজক তৎকালীনভাৱে পৰ্যাপ্ত সা-সুবিধা প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায়।

30/06/2022

কামপুৰৰ বান পৰিস্থিতি পৰিদৰ্শন নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ । নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাক লগত লৈ সাংসদজনে পশ্চিম কাৱৈমাৰী, বিষ্ণুপুৰী, গাৰোখুন্দা, চাইবুক গাওঁ আৰু গোসাইগাঁৱৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি শিৱিৰত এতিয়াও আশ্ৰয় গ্ৰহণ কৰি থকা লোকক খাদ্য -সামগ্ৰী প্ৰদান কৰে ।ইফালে কামপুৰ নগৰৰ কেইবাটাও বাৰ্ডত বানাক্ৰান্ত ৰাইজৰ খবৰ লয়।

কপিলী জলবিদ্যুৎ প্ৰকল্পৰ গেট হঠাতে খুলি দিয়াৰ ফলত কাষৰীয়া অঞ্চল সমূহত ধ্বংসলীলা সৃষ্টি হোৱা বুলি মন্তব্য কৰি এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা উল্লেখ কৰে ।

যমুনামুখত সাংসদ জনে বানাক্ৰান্ত ৰাইজৰ খবৰ লৈ ঘুৰি যোৱাৰ পাছত তেওঁৰ প্ৰতিমূৰ্তি দাহ কৰাটো এক ৰাজনৈতিক কৌশল বুলি মন্তব্য কৰে । এনে কাৰুকাৰ্যক কেৰেপ নকৰে বুলিও মন্তব্য সাংসদজনৰ।

কামপুৰৰ বান শিবিৰ
29/06/2022

কামপুৰৰ বান শিবিৰ

28/06/2022

নগাঁৱৰ কঠিয়াতলী আৰু কামপুৰত কৃষি মন্ত্ৰী অতুল বৰা । মন্ত্ৰী গৰাকীয়ে কঠিয়াতলী আৰু কামপুৰৰ কেইবাটাও বান শিৱিৰত উপস্থিতি হৈ বানপীড়িত প্ৰায় ডেৰশ টা পৰিয়ালক অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবৰ বাবে ৩৮০০ টকাকৈ চেক প্ৰদান কৰে । চেক বিতৰণৰ কাৰ্যসূচীত মন্ত্ৰী গৰাকীৰ লগত ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী, জিলা উপায়ুক্ত আৰু কামপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া গৰাকীও উপস্থিত থাকে ।

27/06/2022

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কামপুৰ গুৰুকুল ছিনিয়ৰ ছেকেণ্ডেৰীৰ সাফল্য।

27/06/2022
27/06/2022

কোন সঁচা কোন মিছা!
বগলাজানত কি হৈছে ৰিলিফ বিতৰণত।

অসমবাসীৰ *উৎসাহ, প্ৰেৰণা আৰু মৰমৰ* বাবে JDP NEWS ৰ শিশু শিল্পী বঁটা-২০২২ প্ৰাপ্ত অসম কণ্যা *অধ্যায়াশ্ৰী উপাধ্যায় DID' Li...
27/06/2022

অসমবাসীৰ *উৎসাহ, প্ৰেৰণা আৰু মৰমৰ* বাবে JDP NEWS ৰ শিশু শিল্পী বঁটা-২০২২ প্ৰাপ্ত অসম কণ্যা *অধ্যায়াশ্ৰী উপাধ্যায় DID' Little Master* ৰ মঞ্চত নিজৰ নৃত্য প্ৰদৰ্শণ কৰি *সৰ্ব ভাৰতীয়* পৰ্য্যায়ত *দ্বিতীয় ৰানাৰ্চ আপ* খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে| আপোনালোকৰ *মৰম চেনেহৰ* অবিহনে এনে বৃহত মঞ্চত নৃত্য কৰা কেতিয়াও সম্ভৱ ন'হল হেতেন| আপোনালোকে *সুনাম কঢ়িয়াই আনিবলৈ* যি দায়িত্ব লৈ কষ্ট কৰি আহিছে তাৰ বাবে JDP NEWS তৰফৰ পৰা সকলোকে *ধন্যবাদ জ্ঞাপন* কৰিলো| আগৰ দৰে সকলোৱে *মৰম আৰু আশীৰ্বাদ* দি *অসম কন্যা অধ্যায়াশ্ৰীক* আগুৱাই লৈ যাব বুলি আশা কামনা কৰিলো।

26/06/2022
26/06/2022

মেৰামতিৰ বাবে আজি কামপুৰ-কঠিয়াতলী পথ বন্ধ।

25/06/2022
25/06/2022

কামপুৰ-কঠিয়াতলী পথত কাইলৈ সকলো যান বাহন সম্পূৰ্ণ বন্ধ থাকিৰ। আজি সৰু গাড়ী চলিছিল পথটোৰে।

25/06/2022

CM আহিল গ'ল কামপুৰৰ পৰা কিন্তু আজিও বান সাহাৰ্য্য নোপোৱাৰ অভিযোগ DC, MLA ক দিলে পুঠিমাৰীৰ বানাক্ৰান্তই। অৱশ্যে নোখোৱাকৈও অসুবিধা হোৱা নাই!

24/06/2022

বান সাহাৰ্য্যৰ চাউল-ডালিৰ (ৰিলিফ)ৰ নামত এটকাও নিদিব। নগাঁও জিলা উপায়ুক্তৰ নিৰ্দেশ।

24/06/2022
23/06/2022

Zee TV ৰ DID ত বিজয়ী হবলৈ 9152915240 নম্বৰত বৃহস্পতিবাৰে নিশা ৯ বজাৰ আগত এটা মিছকল দিয়ক আপোনাৰ মবাইলৰ পৰা।

22/06/2022

কামপুৰৰ জুবিনৰ গান শুনিলে মুখ্যমন্ত্ৰীয়ে। জুবিনক টিভিত ওলিয়াব মুখ্যমন্ত্ৰীয়ে।

22/06/2022
21/06/2022

KAMPUR POLICE BREAKING

কামপুৰত পুনৰ আৰক্ষীৰ মৃত্যু।

কচুৱা আৰক্ষী থানাত অঘটন।

নিশা শুই থকা অৱস্থাতে মৃত্যু এজন আৰক্ষী কনিষ্টবলৰ।

কনিষ্টবল জনৰ নাম কাতিৰাম টেৰণ।

প্ৰয়াত কাটিৰাম টেৰণৰ ঘৰ কামপুৰ চাইবুক গাঁৱত।

মৃত্যুৰ কাৰণ জানিব পৰা নাই।

কচুৱা থানাৰ আৰক্ষীৰ মৃত্যু।
21/06/2022

কচুৱা থানাৰ আৰক্ষীৰ মৃত্যু।

21/06/2022

কামপুৰৰ সাংবাদিকৰ দল আজি নিজ কামপুৰ পঞ্চায়তৰ এককাল এডিঙি পানীত।

21/06/2022

কামপুৰত নিশা কি হৈছিল OC সমুজ্জ্বল কাকতিৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৰ সৈতে? কেনেদৰে নদীৰ কোবাল সোঁতত উটি গৈছিল OCসহ কনিষ্টবল? কেমেৰাৰ সন্মুখত শিহৰণকাৰী বৰ্ণনা প্ৰত্যক্ষদৰ্শী আৰক্ষীৰ।

Address

Kampur
Guwahati
1234567890

Alerts

Be the first to know and let us send you an email when JDP News Kampur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share

Nearby media companies


Other Media/News Companies in Guwahati

Show All