দৰ্শন কৰি কেদাৰনাথ মন্দিৰৰ বাবে মুকেশ আম্বানীয়ে দান কৰিলে ৫কোটি টকা ।
অৰুণোদয় আঁচনিৰ ধনক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য #newslive #time8 #HimantaBiswaSarma
ফুচকা খোৱাৰ আগতে সাৱধান হ'ব। আপুনি গম নোপোৱাকৈ ফুচকাৰ পানীত মিহলাব পাৰে মাৰাত্মক কেমিকেল। এই ভিডিঅ'গুৱাহাটী মহানগৰৰ।
ৰে'লৰ চিৰিত দুৰ্বৃত্তই সংস্থাপন কৰিলে বৃহৎ বৃহৎ শিল। কথমপি ৰক্ষা পুণে-মহাৰাষ্ট্ৰ ৰে'ল #Chandrayaan3 #NewsLive #time8 #aajtak #bandebharatexpress #indianrailways #RailAccident #derail
I.N.D.I.A এলায়েন্স গঠন হোৱাৰ পিছতেই আহিল প্ৰথমটো ভাল খবৰ। ছখন ৰাজ্যৰ উপ নিৰ্বাচনত জিলিকিল I.N.D.I.A এলায়েন্স। নিৰাশ হ'বলগীয়া হ'ল বিজেপিৰ নেতৃত্বত থকা NDA
#nda #himantabiswasarma #newslive #assamesenews #time8 #assamcm #indian #india #bjp #bjpindia #indiannationalcongress
জয় শ্ৰীৰাম লিখিলেই ছাত্ৰ-ছাত্ৰীক অনুশাসনমুলক ব্যৱস্থা লোৱা ২ শিক্ষকক নিলম্বন,SSS স্কুলৰ অধ্যক্ষ মহম্মদ হাফিজ আৰু প্ৰৱক্তা ড০ মহম্মদ ফাৰুকক নিলম্বন কৰিছে প্ৰশাসনে
#assam #assamcm #assamesenews #himantabiswasarma #newslive #time8 #assambjp #bjp #bjpindia #kashmir #jammukashmir #jaisriram
#BigBreaking কি আছে চন্দ্ৰৰ ১০ ছেন্টিমিটাৰ গভীৰতাত?চন্দ্ৰপৃষ্ঠৰ উষ্ণতাৰ তাৰতম্য বৰ্ণনা কৰিছে এই চেঞ্চৰে
#newslive #assamesenews #time8 #assamcm
#chandrayaan3 #moon #bigbreaking
হঠাৎ নামনি অসমৰ কেইবাটাও প্ৰান্তত বতৰে লৈছে কালৰূপ। বংগোপসাগৰত হোৱা কালঘূৰ্ণীৰ ফলত প্ৰচণ্ড ধুমুহা বৰষুণ। আগন্তুক ৪দিনলৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট জাৰি #himantabiswasarma #newslive #assamesenews #time8 #assamcm #assam #storm #rain
BIG BREAKING বিধায়ক প্ৰশান্ত ফুকনৰ বাহনত আক্ৰমণ দুৰ্বৃত্তৰ। পৌৰসভাৰ সভা চলি থাকোতেই উত্তপ্ত পৰিস্থিতি #himantabiswasarma #newslive #assamesenews #time8 #assamcm
#bjp #bjpindia #assam #assambjp #dibrugarh #attack
উত্তৰ প্ৰদেশৰ বিজেপি উপ-মুখ্যমন্ত্ৰীৰ কাণ্ড। ৰাজহুৱা সমদলত ওলোটাকৈ উৰুৱালে ত্ৰিৰংগা পতাকা
#himantabiswasarma #newslive #assamesenews #time8 #assamcm
#triranga #independenceday #bjp #bjpnews #bjpindia
'প্ৰধানমন্ত্ৰী মোদীয়ে মুছলমানৰ 'মন কী বাত' শুনক, ইমাম চৈয়দ অহম বুখাৰীৰ এই আহ্বান #himantabiswasarma #assamesenews #newslive #assamcm #muslims #time8 #minority #minoritycommunities #maankibaat #pmmodi #narendermodi
কোনো সাম্প্ৰদায়িক হিংসাই জুবেৰ আৰু ৰামমূৰ্তি শাস্ত্ৰীৰ বন্ধুত্বৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰে, বন্ধু জুবেৰ অবিহনে অকলে কেতিয়াও ওলাই নাযায় পণ্ডিত ৰামমূৰ্তি শাস্ত্ৰী, দুই বন্ধুৰ মন্তব্য-এই সংঘাত এক ৰাজনৈতিক ষড়যন্ত্ৰ, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছে বন্ধুত্বৰ এখন ছবিয়ে
#himantabiswasarma #newslive #assamesenews #assamcm #time8 #muslims #minority #minoritycommunities #nuh #haryana #hindumuslim
📌অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ আছুৰ প্ৰতিবাদ
📌গুৱাহাটী দীঘলীপুখুৰীত ১০ ঘণ্টীয়া অনশন কাৰ্যসূচী আছুৰ
📌'বজাৰত লাগিছে জুই, চৰকাৰ আছে শুই' শ্লোগানেৰে প্ৰতিবাদ
#assam #a #assamcm #himantabiswasarma #guwahatiflood #Assamesefunnyvideo #Assamesefun #Assamesefunnyvideo #Assamesefun #assamesenews #Assamesestory
📌'অসমৰ পৰিস্থিতি ভয়ানক হৈ পৰিছে।'
📌'তাৰেই প্ৰমাণ মঙলদৈৰ ঘটনা'
📌মঙলদৈৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈৰ।
#himantabiswasarma #himantabiswasarma #assamesenews #time8 #newslive #muslims #car #bike #assamcm #minority #minoritycommunities
#akhilgogoi4assam #akhilgogoi
কোনো চৰকাৰী বিষয়া, আৰক্ষীয়ে ঘোচ বিচাৰিছে নেকি? এইকেইটা নম্বৰ মনত ৰাখক আৰু ফোন কৰক। মুহূৰ্ততে গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে
# #car #newslive #policestation #time8 #assamesenews #himantabiswasarma #assamcm #secondhandcars #bike #secondhand
ভাল খবৰ! আপুনি কম দামত গাড়ী ক্ৰয় কৰিম বুলি ভাবিছে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন।
ভাল খবৰ! আপুনি কম দামত গাড়ী ক্ৰয় কৰিম বুলি ভাবিছে নেকি? তেন্তে চাওঁক এই প্ৰতিবেদন।
#newslive #himantabiswasarma #assamesenews #time8 #assamcm #car #bike #secondhand #secondhandcars #policestation