14/01/2024
শুভেচ্ছা বাৰ্ত্তা,
সামাজিক মাধ্যমৰ যোগেদি সমূহ অসমবাসীলৈ নমস্কাৰ তথা জেষ্ঠ্যজনক প্ৰণাম সেৱা জনালো আৰু সমবয়সীয়া,লগতে কণিষ্ঠলৈ আন্তৰিক মৰম যাছিলো৷
বছৰটি অতিক্ৰম কৰি পৰম প্ৰৱিত্ৰ ভোগালী চোতালত উপস্থিত৷ সকলো অসমীয়া মানুহৰেই আদৰৰ ভোগালী সাদৰেৰে পালন কৰাৰ এক পাৰম্পৰিক আয়োজন৷ ভোগালীৰ মধুৰ আনন্দ পুৰণি প্ৰজন্মৰ পৰা বৰ্ত্তমান প্ৰজন্মলৈ প্ৰৱাহিত৷
ভোগালীৰ মেজিৰ জুইয়ে সকলো অশুয়া অপ্ৰিতি নাশ কৰি প্ৰেম, মৰম আৰু বন্ধুত্ব স্থাপন কৰিব বুলি আমি আশা ৰাখিলো ৷
ভোগালীৰ ভোগেৰে আনন্দ-উল্লাস,নাচ-গীত,মাত কথা ইত্যাদি সকলোখিনি প্ৰতিজন অসমীয়াই অতি হেঁপাহেৰে পালন কৰাতো পৌৰাণিক পাৰম্পৰিক কৰ্তব্য আৰু দায়িত্ব৷
সেয়ে ভোগালী সংগতি স্বৰূপে আপোনাৰ লগতে আপোনাৰ পৰিয়াল, বন্ধু-বান্ধৱ সকলোলৈকে ভোগালী বিহুৰ প্ৰিতিভৰা আন্তৰিক শুভেচ্ছা যাছিলো৷
আশাকৰো আপুনি আন্তৰিকতাৰে গ্ৰহণ কৰি আমাক কৃতাৰ্থ কৰিব৷
ধন্যবাদ
-BB