Safar Ali fan club

Safar Ali fan club life, Laugh Loud, Love Forever...! Still believe it..

22/10/2023

আজমলে মুছলমান জাতিক লৈ ৰাজহুৱা সভাত যি নিকৃষ্ট মন্তব্য কৰিলে সচাকৈ অতি দূৰভাগ্যজনক ।তেও মুছলমান জাতিটোক লৈ যি দালালি আৰাম্ভ কৰিছে আগন্তক দিনত মুছলমান জাতিয়ে ইয়াৰ উচিত জবাব দিব । তেওক সমৰ্থন কৰা সকলে হে আচলতে চুৰ ডকাইত নহলে ২০ বছৰে তেও aiudf দল গঠন কৰি চেষ্টা কৰি ভাল কৰিব নোৱাৰাৰ কাৰনে আবেগিক হৈ ৰাজহুৱা সভাত এনেকোৱা মন্তব্য দিব লগা হৈছে ।

23/08/2023

Please pray for Soft landing chandrayaan-3

23/07/2023
22/07/2023

Don't trust 👎

14/07/2023

Get Lost .....

14/07/2023
14/07/2023

সকলোকে সমান চকুৰে চাব লাগে.. অসম ৰ মুখ্যমন্ত্ৰী জন এদিন নিজে গম পাম অসমৰ ৰাইজে ইয়াৰ প্রতিউত্তৰ দিব.. ক্ষমতা বেছি দিন লৈ নাথাকে.... হিন্দু মুছলিম, মিয়া ইয়াৰ বাহিৰে একো নাজানে.. আমাক মিলিজুলী থাকিব দিক আমি সকলোঁ ভাৰত ৰ নাগৰিক। দিনে দিনে বস্তুৰ মূল্য বঢ়িব ধৰিছে তাৰ কাৰনে কি ব্যৱস্থা কৰিছে? কেনেকৈ অসমত অস্তিৰ কৰিব পাৰি তাৰ কাৰনে চিন্তা কৰি থাকে।So please not communal speech Assam

07/07/2023

It's real...

05/06/2023
21/07/2021

আজি এই প্ৰৱিত্ৰ ঈদ-উল্ - আজহাৰ দিনটোত সকলো লৈকে মোৰ ফালৰ পৰা আন্তৰিক হিয়াভৰা ঈদৰ মোবাৰক যাচিলো। প্ৰৱিত্ৰ ঈদে সকলোৰে মনবোৰ প্ৰৱিত্ৰ ক'ৰি তোলাৰ লগতে বিশ্ববাসীৰ পৰা অপায় অমংগল দুৰ ক'ৰি সকলোকেই যেন সুস্বাস্থ্যৰ অধিকাৰী ক'ৰি গঢ়ি তোলে তাৰেই কামনা ক'ৰিলো।

03/07/2021
27/06/2021

Funny..

27/06/2021

Unbelievable....

27/06/2021

Unbelievable...

Always be happy.
27/06/2021

Always be happy.

Address

Dalgaon
Darrang
784114

Website

Alerts

Be the first to know and let us send you an email when Safar Ali fan club posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Safar Ali fan club:

Videos

Share