Has anyone ever eaten a fried Almond like this? #almonds #CookingFails #funnymoments #Aimee #AimeeBaruah #aimeebaruahofficial
ল'ৰালিৰ লগৰী ৰীমা আৰু ৰাজশ্ৰীৰ সৈতে ৰঙভৰা সময়খিনি🌻
#childhood #childhoodfriends
#bestfriendgoals
#friendsforever
#goldendays #friends #goa #happytime #aimee #aimeebaruah #aimeebaruahofficial #aimeebaruahshortbyarindam
বান্দৰ কেকোঁৰাৰ অতিপাত প্ৰভাৱ😁😁😁
বান্দৰ কেকোঁৰাৰ অতিপাত প্ৰভাৱ😁😁😁
#short #shortsreels #comedyvideo #funnyreels
আইমী বা স্নেহভৰা শুভেচ্ছা জনালোঁ। সংসাৰ-সন্তান, পৰিয়াল সহিতে নিজৰ কৰ্ম- দায়িত্বক সম দায়বদ্ধতাৰে পালন কৰি অহা তোমাৰ সাৰ্মথ, শক্তি আৰু দক্ষতাক মই প্ৰতিপল সহৃদয়তাৰে শ্ৰদ্ধা কৰোঁ,গৌৰৱ অনুভৱ কৰোঁ। আমাৰ বাবে সাহস-প্ৰেৰণা হৈ থাকা সদায়।মা কামাখ্যাৰ আশিসে তোমাৰ মঙ্গল কৰক। শুভ জন্মদিন💐
Aimee Baruah

Big shout out to my newest top fans! 💎 Big shout out to my newest top fans! 💎 Likha Tadar Tadar
বৰেণ্যা অভিনেত্ৰী মৃদুলা বৰুৱা🙏 আমাৰ অভিনয় জগতখনক অনুপম প্ৰতিভাৰে সমৃদ্ধ কৰি ৰখা মৃদুলা বা সহস্ৰ জনৰ দৰে মোৰ অন্যতম প্ৰিয় অভিনেত্ৰী। বহুজনে মোৰ মা বুলি ভবা মুদুলা বা আৰু মোৰ সম্পৰ্ক যদিওবা তেজৰ নহয়! কিন্তু আপোন-আপোন সেউজ স্নেহময় বান্ধোনৰে একেবাৰেই আলফুল সম্পৰ্ক আমাৰ… 🩷 #Shoot #Throwback #DesignerWear #MotherDaughterDuo #Aimee #AimeeBaruah #AimeeBaruahOfficial