প্ৰতিদিন সংবাদ

প্ৰতিদিন সংবাদ Pratidin Sangbad is an Assamese News Portal from Assam.

18/02/2024

📍 ক'ত হেৰাল বাহাজ উদ্দিন?
📍 পুত্ৰৰ ফটো হাতত লৈ হিয়া ঢাকুৰী কান্দোন পিতৃ -মাতৃৰ ।
📍 প্ৰায় তিনি দিন ধৰি নিৰুদ্দেশ দলগাওঁ সমষ্টিৰ 3 নং শ্যামপুৰ গাঁৱৰ বাহাজ উদ্দিন ।

16/02/2024

সূদখোৰৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ তীব্ৰ অভিযানৰ সময়তে দৰঙৰ দলগাঁও আৰু খাৰুপেটীয়া আৰক্ষীয়ে নিশা চলাই তীব্ৰ অভিযান । অভিযানত গ্ৰেপ্তাৰ হয় ৬ জনকৈ সূদখোৰ ।

13/08/2023




28/06/2023

▶️ ৰথযাত্ৰাত অঘটন, বিদ্যুৎস্পৃষ্ট হৈ ৬জনৰ মৃত্যু
▶️ হাইলাকান্দিত গ্রেপ্তাৰ আলগাপুৰৰ বিধায়ক
▶️ কিয় গ্রেপ্তাৰ হ’ল AIUDFৰ বিধায়কজন?
▶️ মণিপুৰৰ শান্তি কামনাৰে NESOৰ মৌন প্রতিবাদ
▶️ মিচিং স্বায়ত্তশাসিত পৰিষদত কি হৈছে?
▶️ মিচিং ৰাইজৰ দুৰ্দশা, নেতা কিন্তু ‘MISSING’
▶️ আকৌ পাৱাৰলুমৰ কাপোৰে দখল কৰিব বজাৰ
▶️ গমোচা, মেখেলা-চাদৰ, দখনালৈ আহিব বিপদ
▶️ প্রতিবাদ নকৰিব, কৰিলেই বিপদ
▶️ দমনমূলক নীতিৰে চৰকাৰৰ নতুন কৌশল
▶️ SUPER HOUR@9

28/06/2023

▶️ জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত কৰিবলৈ বোকাখাতত CBI
▶️ জখলাবন্ধা থানাতো বিভিন্নজনক সোধা-পোছা CBI দলৰ
▶️ দুৰ্ঘটনাৰ ‘প্ৰত্যক্ষদৰ্শী’ৰ ভাষ্য লোৱা সাংবাদিকক জেৰা
▶️ নালিয়াৰ ভাষ্য লোৱা দুজন সাংবাদিকক জেৰা
▶️ গুৱাহাটীত ফুটিয়েই আছে জলব’ৰ্ডৰ পানী প্ৰকল্পৰ পাইপ
▶️ এইবাৰ দক্ষিণ শৰণীয়াত পাইপ ফুটি কৃত্ৰিম বানৰ সৃষ্টি
▶️ পূব শৰণীয়াৰো বিভিন্ন ঠাইত পাইপৰ পানীৰ বাবে কৃত্ৰিম বান
▶️ কামাখ্যা ধামত বলীউডৰ প্ৰখ্যাত অভিনেত্ৰী কংগনা ৰাণাৱট
▶️ মঙলবাৰৰ নিশাটো গুৱাহাটীত কেনেকৈ কটালে কংগনাই?
▶️ ঈদৰ পূৰ্বে গৰু বিক্ৰীক লৈ বঙালমৰাৰ সাপ্তাহিক বজাৰ উত্তাল
▶️ প্ৰশাসনে বন্ধ কৰে বজাৰখন, আৰক্ষীয়ে জব্দ কৰে বহু গৰু
▶️ NK PRIME

27/06/2023

সমষ্টি পুনৰ্নিৰ্ধাৰণক লৈ ৰাজ্যজুৰি বিক্ষিপ্ত প্ৰতিবাদ অব্যাহত
বিৰোধীৰ আহ্বানত স্থবিৰ বৰাক উপত্যকাৰ জীৱনযাত্ৰা
বৰাক বন্ধৰ মাজতে কৰিমগঞ্জৰ পাথাৰকান্দিত উত্তেজনা
বিজেপিৰ যুৱ মৰ্চাৰ কৰ্মীৰে হতাহতি প্ৰতিবাদকাৰীৰ
‘RSS মুৰ্দাবাদ’ ধ্বনিও দিলে ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে
কেৱল AIUDFক টাৰ্গেট কৰি সমষ্টি পুনৰ্নিৰ্ধাৰণ: আমিনুল ইছলাম
‘সমষ্টি পুনৰ্নিৰ্ধাৰণক লৈ কংগ্ৰেছে নাটক কৰিছে’
‘কংগ্ৰেছ-বিজেপিয়ে মিলি আজমলক ৰাজনীতিৰ পৰা আঁতৰাবলৈ এই ষড়যন্ত্ৰ’
AIUDFক বিজেপিয়ে ৩ লোকসভা, ১১ বিধানসভা সমষ্টি এৰি দিলে: লুৰিণ
‘খিলঞ্জীয়াৰ বাবে নহয়, বিজেপিৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবেহে এই খচৰা’
সমষ্টি পুনৰ্নিৰ্ধাৰণৰ খচৰাক লৈ বিস্ফোৰণ CPMৰ বিধায়কৰ
মনোৰঞ্জন তালুকদাৰে কোন ৩ মন্ত্ৰীক আখ্যা দিলে ‘থ্ৰী ইডিয়ট্ছ’ বুলি?

27/06/2023

▶️ জিলা উপায়ুক্তসকলৰে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক
▶️ নুনমাটি চূণচালিত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
▶️ আজি ১২ ঘন্টীয়‍া বৰাক বন্ধ
▶️ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে বৰাক বন্ধৰ আহ্বান কংগ্ৰেছৰ
▶️ কংগ্ৰেছৰ লগতে AIUDF, বৰাক ডেমোক্রেটিক ফ্রন্টৰো বন্ধৰ আহ্বান

27/06/2023

▶️বৰ্ধিত পথ দুৰ্ঘটনাক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী
▶️বান পৰিস্থিতিৰো বুজ লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে
▶️জিলা উপায়ুক্তসকলৰে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক
▶️ভিডিঅ’ কনফাৰেন্সযোগে বৈঠকত অংশ মুখ্যমন্ত্ৰীৰ

26/06/2023

▶️ কেনে হ’ব ২০০০ মেগাৱাটৰ NHPC প্ৰকল্পৰ প্ৰলয়?
▶️ কুৰিশ্বুৰ পৰা শিক্ষা ল’বনে অসম চৰকাৰে?
▶️ ‘AIUDFক জ্বালা দিবলৈ মই মুখ্যমন্ত্ৰী হৈছোঁ’
▶️ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ ভাষ্যত উত্তাল ৰাজনীতি
▶️ AIUDFৰ লগতে কংগ্ৰেছকো তুলাধুনা মুখ্যমন্ত্ৰীৰ
▶️ বৰাক বিজেপিক কিয় মুখ বন্ধ ৰাখিবলৈ ক’লে হিমন্তই?
▶️ CMক সাক্ষাতৰ পিছতেই সুৰ সলনি হ’ল বৰাকৰ BJP বিধায়কৰ
▶️ এছক’ৰ্টসহ ৰঙাঘৰত সোমাল কোন ‘DC’?
▶️ মণিপুৰৰ মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীৰে PMক পত্ৰ
▶️ মণিপুৰৰ ৯ বিজেপি বিধায়কে তুলিলে পদত্যাগৰ দাবী
▶️ SUPER HOUR@9

26/06/2023

▶️ শিক্ষয়িত্ৰীয়ে স্কুল-কলেজত কি পিন্ধিব?
▶️ মেখেলা-চাদৰ, চুৰিদাৰ নে শাড়ী?
▶️ ৰাজ্যৰ স্কুল-কলেজত এইবাৰ ‘ড্ৰেছ ক’ড’ বিতৰ্ক
▶️ বিভিন্ন শিক্ষানুষ্ঠানত ‘ড্ৰেছ ক’ড’ক লৈ শিক্ষাগুৰুৰ মাজতে মতানৈক্য
▶️ অকল শিক্ষয়িত্ৰীয়েহে মানিব লাগিব নেকি ‘ড্ৰেছ ক’ড’?
▶️ পুৰুষ শিক্ষকসকলৰ ক্ষেত্ৰত কি হ’ব ‘ড্ৰেছ ক’ড’?
▶️ শিক্ষা বিভাগৰ নিৰ্দেশ মানিছেনে শিক্ষক-শিক্ষয়িত্ৰীয়ে?
▶️ ড্ৰেছ ক’ডেৰে বৰ্তাই ৰাখিব পৰা যাবনে শিক্ষানুষ্ঠানৰ শৈক্ষিক পৰিৱেশ?
▶️ কিমান প্ৰয়োজন শিক্ষাগুৰুৰ বাবে ‘ড্ৰেছ ক’ড’?
▶️ সবিশেষ সামৰি মছফিকাৰ সৈতে বিশেষ ‘60 মিনিট্ছ’ LIVE

26/06/2023

▶️ ‘AIUDFক জ্বালা দিবলৈ মই মুখ্যমন্ত্ৰী হৈছোঁ’
▶️ ‘AIUDF-বাওঁপন্থীৰ টোপনি ক্ষতি হ’লে মই শান্তিত শুব পাৰোঁ’
▶️ এইকেইদিন মোৰ টোপনি ভাল হৈছে! – তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ
▶️ ‘৫০ বছৰলৈ কংগ্ৰেছৰ দোকান বন্ধ হ’ল, প্ৰতিবাদ নকৰি কি কৰিব?’
▶️ ‘হিমন্ত বিশ্ব শৰ্মা হিচাপে জালুকবাৰীৰ গাঁও কৰ্তনত মই অসন্তুষ্ট’
▶️ এই সন্দৰ্ভত অচিৰেই কাক স্মাৰক-পত্ৰ দিব বুলি ক’লে মুখ্যমন্ত্ৰীয়ে?
▶️ সমষ্টি পুনৰ্নিৰ্ধাৰণক লৈ অসন্তুষ্ট BJP বিধায়কক মুখ বন্ধৰ নিৰ্দেশ
▶️ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে সুৰ সলনি বিজেপি নেতা আৰু বিধায়কৰ
▶️ মন্ত্ৰী অশোক সিংঘলেৰে ৰুদ্ধদ্বাৰ বৈঠক কাছাৰৰ বিধায়ক-সাংসদৰ
▶️ সমষ্টি পুনৰ্নিৰ্ধাৰণৰ অধ্যক্ষ অশোক সিংঘলক কি ক’লে বৰাকৰ বিধায়কে?
▶️ NK PRIME

26/06/2023

▶️ গুৱাহাটীৰ ভঙাগড় আৰক্ষীৰ হাতত ধৃত মহিলা প্ৰৱঞ্চক
▶️ তেজপুৰত এছক’ৰ্টসহ গ্ৰেপ্তাৰ ভুৱা DC
▶️ হোজাইৰ মোৰাঝাৰত ভয়ংকৰ ঘটনা
▶️ বৰাক বন্ধ বিফল কৰিবলৈ শিলচৰত আৰক্ষীৰ কুচকাৱাজ
▶️ বৰাক বন্ধলৈ সমৰ্থন জনাইছিল কেবাটাও অৰাজনৈতিক দল-সংগঠনে

26/06/2023

তেজপুৰত এছক’ৰ্টসহ গ্ৰেপ্তাৰ ভুৱা DC
আৰক্ষীৰ জালত এটা বৃহৎ প্ৰবঞ্চকৰ দল
DC, এছক’ৰ্টসহ গ্ৰেপ্তাৰ ১০জনীয়া প্ৰবঞ্চকৰ দল
ভুৱা উপায়ুক্তৰ পৰিচয়েৰে কৰিছিল ধন সংগ্ৰহ
ধৃত ভুৱা DCটো গোলাঘাটৰ অংকুৰ শইকীয়া
DCৰ ভাও লোৱা অংকুৰৰ লগত আছিল ভুৱা এছক’ৰ্ট
প্ৰবঞ্চক দলটোৰ জালত ভৰি দিছিল বহুজনে

26/06/2023

▶️ এইকেইদিন টোপনি ভাল হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
▶️ AIUDF-বাঁওপন্থীৰ টোপনি ক্ষতি হ’লে মই শান্তিত শুব পাৰো : মুখ্যমন্ত্ৰী
▶️ '৫০ বছৰলৈ দোকান বন্ধ হ’ল কংগ্ৰেছৰ’
▶️ প্ৰতিবাদ নকৰি কি কৰিবঃ হিমন্ত বিশ্ব শৰ্মা

26/06/2023

'AIUDFক জালা দিবলৈ মই মুখ্যমন্ত্ৰী হৈছোঁ'
'AIUDF, বাওঁপন্থীৰ টোপনি ক্ষতি হ'লে মই শান্তিত শুব পাৰো'
'এইকেইদিন মোৰ টোপনি ভাল হৈছে'
AIUDF-বাওঁপন্থীক তুলাধুনা হিমন্ত বিশ্ব শৰ্মাৰ

26/06/2023

আপুনি জীৱনত সফল হোৱাৰ মন্ত্র জানিব বিচাৰে নেকি?
কি পদক্ষেপে আপোনাক লৈ যাব উন্নতিৰ শিখৰলৈ?
নতুন উদ্যোগ আৰম্ভ কৰাৰ পূৰ্বে কি প্রস্তুতিৰ প্রয়োজন?
ব্যৰ্থতাক এৰি সফলতাৰ পথত কেনেকৈ আগুৱাব?
জানিবলৈ চাওক NKTVৰ ইতিবাচক বিষয়ৰ অনুষ্ঠান YES WE CAN
ষ্টুডিঅ’ত MOTIVATIONAL SPEAKER, বিজনেছ গুৰু পৱন আগৰৱালা
CONSULTING EDITOR প্রণয় বৰদলৈৰ সৈতে YES WE CAN

24/06/2023

পুনৰ ৩য়-৪ৰ্থ বৰ্গৰ পদত দিয়া হ’ব নিযুক্তি
কোন কোন প্ৰাৰ্থীক দিয়া হ’ব নিযুক্তি?
পূৰ্বে দিয়া হৈছিল জ্যেষ্ঠতাৰ ভিত্তিত নিযুক্তি
সমান নম্বৰ পায়ো চাকৰিৰ পৰা বঞ্চিত বহু প্ৰাৰ্থী
গিনীজ বুক অব ৰেকৰ্ডছৰ অংশগ্ৰহণকাৰীক দিয়া হ’ব ধন
৩১ জুন, ১ জুলাইত ধন প্ৰদান কৰা হ’ব বিহুৱতী-ঢুলীয়াক
শোণিতপুৰ-ডিব্ৰুগড়ত ধন প্ৰদান কৰিব মুখ্যমন্ত্ৰীয়ে
আন মন্ত্ৰীসকলে অন্যান্য জিলা সদৰত বিতৰণ কৰিব এই ধন
হিমন্ত বিশ্বৰ ‘হুছেইন অবামা’ টুইটক লৈ চাঞ্চল্য
ভাইৰেল হোৱা টুইট ২৪ ঘণ্টাত চালে ১২ নিযুতে
মোদীৰ USA ভ্ৰমণৰ মাজতে হিমন্তৰ টুইটত বিতৰ্ক
হিমন্তৰ টুইট প্ৰকাশ ৱাশ্বিংটন প’ষ্টৰ দৰে কাকততো

24/06/2023

▶️ সমষ্টি পুনঃনিৰ্ধাৰণক লৈ বিলাসীপাৰাত ৰাইজৰ উত্তাল প্ৰতিবাদ
▶️ টিলাপাৰা বজাৰৰ ৰাজপথত ৰাইজে সাব্যস্ত কৰে এই প্ৰতিবাদ
▶️ নিৰ্বাচন আয়োগৰ কৰ্মকাণ্ডক অদ্ভুত আখ্যা প্ৰতিবাদী ৰাইজৰ
▶️ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য
▶️ সমষ্টি পুনৰ নিৰ্ধাৰণে ১০২ সমষ্টিত খিলঞ্জীয়াৰ অস্তিত্ব নিশ্চিত কৰিব

24/06/2023

▶️ আপুনি চাই আছে 'প্ৰথম পৃষ্ঠা'

24/06/2023

▶️ আপুনি চাই আছে GOOD MORNING অসম

23/06/2023

▶️ গুৱাহাটীত আৰক্ষীৰ জিম্মাৰ পৰা পলাল আচামী
▶️ ভঙাগড় থানাত হাহাকাৰ
▶️ খিলঞ্জীয়াৰ অস্তিত্ব আৰু সমষ্টি পুনৰ্নিৰ্ধাৰণ
▶️ ৩০ বছৰলৈ সুৰক্ষিত খিলঞ্জীয়া!
▶️ দেশজুৰি একত্ৰিত হৈছে বিৰোধী
▶️ ’২৪ত এসেকা দিব বিজেপিক!
▶️ কিদৰে আগ বাঢ়িছে বিৰোধী মহাজোঁট?
▶️ কিমান দূৰ আগ বাঢ়িল CBIৰ তদন্ত?
▶️ ভেদ হ’বনে জোনমণিৰ মৃত্যুৰ ৰহস্য?

23/06/2023

▶️ ৰাজ্যত বান পৰিস্থিতিৰ অধিক অৱনতি
▶️ জলস্তৰ বঢ়াত অনিৰ্দিষ্ট কালৰ বাবে মাজুলীলৈ ফেৰীসেৱা বিঘ্নিত
▶️ পশ্চিম নলবাৰীত এতিয়াও জটিল বান পৰিস্থিতি
▶️ ওফন্দি উঠিছে পাগলাদিয়া, বুঢ়াদিয়া, মৰা পাগলাদিয়া নৈ
▶️ অসংখ্য লোকে আশ্ৰয় লৈছে বন্যাৰ্তৰ আশ্ৰয় শিবিৰত
▶️ কৰিমগঞ্জত আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ ড্ৰাগছ
▶️ ২০ কোটি টকা মূল্যৰ ড্ৰাগছৰ সৈতে গ্ৰেপ্তাৰ ৫ সৰবৰাহকাৰী
▶️ থেলাগাড়ী, অট’ৰিক্সা লৈ আহি চুৰি কৰা আপুনি শুনিছে...
▶️ দুবাৰকৈ মাৰ্কিন কংগ্ৰেছত ভাষণ দিয়া PMৰ অভিলেখ মোদীৰ
▶️ মোদীৰ ভাষণৰ মাজতে কিয় থিয় হ’ল ৰাষ্ট্ৰপতি জো বাইডেন?
▶️ NK PRIME

22/06/2023

কি আছে আপোনাৰ ভাগ্যত?
কেনে যাব আপোনাৰ অনাগত দিনবোৰ?
আপোনাৰ প্ৰেম সফল হ’বনে?
ক’ৰ্ট-কাছাৰী, পুলিচ কেছৰ পৰা কেতিয়া পৰিত্ৰাণ পাব?
জীৱনৰ ভিন্ন সময়ত সন্মুখীন হোৱা সমস্যাবোৰৰ সমাধান বিচাৰেনে?
NKTVত লাভ কৰক জ্যোতিষ শাস্ত্ৰসন্মত সমাধান
আপোনাৰ জীৱনৰ বিভিন্ন সমস্যাৰ সমাধান দিবলৈ
ষ্টুডিঅ’ত জ্যোতিষ বিশাৰদ ড° কৰবী বেজবৰুৱা
NKTVৰ বিশেষ অনুষ্ঠান ‘NK সমিধান’ LIVE
ফোনযোগে আপুনি ল’ব পাৰিব পৰামৰ্শ
আমালৈ ফোন কৰক 0361-7135712, 7099049088ত
ড° কৰবী বেজবৰুৱাৰ কাৰ্যালয়ৰ ম’বাইল নম্বৰ 98644-45235

21/06/2023

দলগাঁৱৰ দৈপামত ভয়ংকৰ অগ্নিকাণ্ড ।

অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভষ্মীভূত হয় দুটাকৈ দোকান । আনটো দোকানৰো ক্ষতিসাধন ।

21/06/2023

▶️নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে সমষ্টি পুনঃনিৰ্ধাৰণৰ প্ৰথমখন খচৰা তালিকা
▶️আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে বিশ্বজুৰি উদযাপন যোগ উৎসৱ
▶️ট্ৰেভেল এজেন্সীৰ প্ৰতাৰণাৰ বলি শতাধিক হজযাত্ৰী, গুৱাহাটীৰ পাঞ্জাবাৰীত হজ যাত্ৰীৰ হাহাকাৰ
▶️উত্তৰ অসমত বান পৰিস্থিতি উন্নত, আক্ৰান্ত নামনি অসম
▶️২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যা ধামত মহা অম্বুবাচী মেলা

21/06/2023

▶️নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা সমষ্টি পুনঃনিৰ্ধাৰণৰ খচৰাকলৈ প্ৰতিক্ৰিয়া বিভিন্নজনৰ
▶️আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে বিশ্বজুৰি উদযাপন যোগ উৎসৱ
▶️ট্ৰেভেল এজেন্সীৰ প্ৰতাৰণাৰ বলি শতাধিক হজযাত্ৰী
▶️উত্তৰ অসমত বান পৰিস্থিতি উন্নত, আক্ৰান্ত নামনি অসম
▶️২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যা ধামত মহা অম্বুবাচী মেলা

20/06/2023

▶️ জোনমণিৰ মৃত্যুৰ ৰহস্য বিচাৰি লখিমপুৰলৈ গ’ল CBI
▶️ CBIৰ তদন্তই সামৰিব নকল সোণ-জালনোটৰ ব্যৱসায়ো
▶️ কাৰ নিৰ্দেশত ৬ লাখ টকা লৈ জোনমণিয়ে এৰি দিছিল অভিযুক্তক?
▶️ জোনমণিৰ হাতত থকা ৬ লাখ টকাৰ ভাগ কোনে কোনে পালে?
▶️ GMCৰ সম্পত্তি কৰ বৃদ্ধিও স্থগিত কৰাৰ দাবী নাগৰিক সমাজৰ
▶️ SCERT কেলেংকাৰিক লৈ জাল চপাইছে CM ভিজিলেন্সে
▶️ CM ভিজিলেন্সৰ লগতে এই কেলেংকাৰিৰ তদন্ত কৰিব EDয়েও
▶️ এই কেলেংকাৰিত CM ভিজিলেন্সে আৰু কাক গ্ৰেপ্তাৰ কৰিব?
▶️ অম্বুবাচীৰ বাবে উখল-মাখল নীলাচল পাহাৰ

20/06/2023

▶️ জোনমণিৰ মৃত্যুৰ ৰহস্য বিচাৰি লখিমপুৰলৈ গ’ল CBI
▶️ CBIৰ তদন্তই সামৰিব নকল সোণ-জালনোটৰ ব্যৱসায়ো
▶️ CBIৰ জেৰাত প্ৰকাশ পাইছে ইটোৰ পিছত সিটো বিস্ফোৰক তথ্য
▶️ ইজনৰ পিছত সিজনকৈ আৰক্ষী বিষয়াক চলাইছে জেৰা
▶️ CBIয়ে তন্ন তন্নকৈ পৰীক্ষা কৰিছে মৰিকলং আৰক্ষী চকীৰ কম্পিউটাৰ
▶️ কাৰ নিৰ্দেশত ৬ লাখ টকা লৈ জোনমণিয়ে এৰি দিছিল অভিযুক্তক?
▶️ জোনমণিৰ হাতত থকা ৬ লাখ টকাৰ ভাগ কোনে কোনে পালে?

Address

Darrang
784115

Alerts

Be the first to know and let us send you an email when প্ৰতিদিন সংবাদ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to প্ৰতিদিন সংবাদ:

Videos

Share


Other Media/News Companies in Darrang

Show All

You may also like