Sarangapani Axom সাৰংগপাণি অসম

Sarangapani Axom সাৰংগপাণি অসম 💐সাৰংগপাণি অসম পেজলৈ সকলোকে আদৰণি জনাইছোঁ।
♦ভিন্ন বাৰ্তাৰ লগতে বহুমুখী তথ্য আৰু মনোৰঞ্জনৰ এক মঞ্চ:
(3)

Category -Digital Creator|Media|Arts & Entertainment.
🟢Content Writer|Presentation।Photography। Video Creation। Digital & Social Media Coverage 🟢
Follow us
facebook.com/sarangapanicreation

          PC - Google
07/05/2024


PC - Google

♦️ দিনটোৰ ফটো •••শ্ৰীশ্ৰী বিশ্বসত্ৰ বুঢ়ী গোসাঁনীৰ মন্দিৰ, হাজৰিকাপাৰা, দৰং।।🙏 #অৰঙে_দৰঙে  #বিনন্দীয়া_দৰং              ...
30/04/2024

♦️ দিনটোৰ ফটো •••
শ্ৰীশ্ৰী বিশ্বসত্ৰ বুঢ়ী গোসাঁনীৰ মন্দিৰ, হাজৰিকাপাৰা, দৰং।।🙏
#অৰঙে_দৰঙে #বিনন্দীয়া_দৰং
© Sarangapani Axom সাৰংগপাণি অসম :
Kishor Kumar Sarmah 30042024
🔷মন্দিৰৰ সঠিক ইতিহাস অৱগত হ'লে আপুনিও কমেণ্ট বক্সত তথ্য আগবঢ়াব পাৰে::

♦️বাও‌ঁকাষে শোৱাৰ উপকাৰিতা  # benefits of left side sleeping .          PC- Google27042024
27/04/2024

♦️বাও‌ঁকাষে শোৱাৰ উপকাৰিতা # benefits of left side sleeping .

PC- Google
27042024

♦️দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সন্ধিয়া ৫ বজালৈ ভোটদানৰ হাৰ ৭২ শতাংশ (সম্ভাব্য)                Source - DIPRO, Darrang
26/04/2024

♦️দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সন্ধিয়া ৫ বজালৈ ভোটদানৰ হাৰ ৭২ শতাংশ (সম্ভাব্য)

Source - DIPRO, Darrang

♦️দৰং নিৰ্বাচনী জিলাত সন্ধিয়া ৫ বজালৈ ভোটদানৰ শতাংশ                Source - DIPRO, Darrang
26/04/2024

♦️দৰং নিৰ্বাচনী জিলাত সন্ধিয়া ৫ বজালৈ ভোটদানৰ শতাংশ

Source - DIPRO, Darrang

♦️দৰং নিৰ্বাচনী জিলাত বিয়লি ৩ বজালৈ ভোটদানৰ শতাংশ                Source - DIPRO, Darrang
26/04/2024

♦️দৰং নিৰ্বাচনী জিলাত বিয়লি ৩ বজালৈ ভোটদানৰ শতাংশ

Source - DIPRO, Darrang

♦️দৰং নিৰ্বাচনী জিলাত দিনৰ ১ বজালৈ ভোটদানৰ শতাংশ                Source - DIPRO, Darrang
26/04/2024

♦️দৰং নিৰ্বাচনী জিলাত দিনৰ ১ বজালৈ ভোটদানৰ শতাংশ

Source - DIPRO, Darrang

♦️বৰ্ষীয়ান ৰাজনীতিবিদ  তথা কলাইগাওঁ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক,   মঙ্গলদৈ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অ...
26/04/2024

♦️বৰ্ষীয়ান ৰাজনীতিবিদ তথা কলাইগাওঁ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক, মঙ্গলদৈ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° নগেন্দ্ৰ নাথ শৰ্মাৰ (৮৮) ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ১নং কমাৰপাৰা প্ৰাথমিক বিদ্যালয়ত অৱস্থিত ভোটকেন্দ্ৰত ভোটদান ।।
ফটো -© Sarangapani Axom সাৰংগপাণি অসম
মঙ্গলদৈ, দৰং
Chief Electoral Officer, Assam Darrang District Administration 26-04-2024

♦️দৰং নিৰ্বাচনী জিলাত পুৱা ১১ বজালৈ ভোটদানৰ শতাংশ                Source - DIPRO, Darrang
26/04/2024

♦️দৰং নিৰ্বাচনী জিলাত পুৱা ১১ বজালৈ ভোটদানৰ শতাংশ

Source - DIPRO, Darrang

♦️দৰঙৰ ছিপাঝাৰ, মঙ্গলদৈ আৰু দলগাওঁ বিধানসভা সমষ্টিত ৰাতিপুৱা ৯.০০ বজালৈ ভোটদানৰ শতকৰা হাৰ । 25-04-2024Source -DIPRO , Da...
26/04/2024

♦️দৰঙৰ ছিপাঝাৰ, মঙ্গলদৈ আৰু দলগাওঁ বিধানসভা সমষ্টিত ৰাতিপুৱা ৯.০০ বজালৈ ভোটদানৰ শতকৰা হাৰ । 25-04-2024
Source -DIPRO , Darrang

♦️আপোনাৰ ভোট, আপোনাৰ অভিমত। আজি ভোটাধিকাৰ সাব্যস্ত কৰাৰ দিন। আহক আমি সগৌৰৱেৰে ভোটদান কৰো। সবিশেষ জানিবৰ বাবে https://ele...
26/04/2024

♦️আপোনাৰ ভোট, আপোনাৰ অভিমত। আজি ভোটাধিকাৰ সাব্যস্ত কৰাৰ দিন। আহক আমি সগৌৰৱেৰে ভোটদান কৰো। সবিশেষ জানিবৰ বাবে https://elections24.eci.gov.in চাওক- ভাৰত নিৰ্বাচন আয়োগ
PC- Chief Electoral Officer, Assam Darrang District Administration 26042024

♦️ দেশৰ গণতান্ত্ৰিক ধাৰা অক্ষুণ্ণ ৰক্ষাৰ নিমিত্তে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন উপলক্ষে দৰঙত ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা বিষয়...
25/04/2024

♦️ দেশৰ গণতান্ত্ৰিক ধাৰা অক্ষুণ্ণ ৰক্ষাৰ নিমিত্তে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন উপলক্ষে দৰঙত ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা বিষয়া- কৰ্মচাৰী ---
ফটো - ©কিশোৰ কুমাৰ শৰ্মা, মঙ্গলদৈ
২৫-০৪-২০২৪
Chief Electoral Officer, Assam Darrang District Administration Election Commission of India

♦️ভোটগ্ৰহণৰ বাবে  সাজু দৰং জিলা প্ৰশাসনমঙলদৈ, ২৫ এপ্ৰিল : দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া দৰং -ওদালগুৰি লো...
25/04/2024

♦️ভোটগ্ৰহণৰ বাবে সাজু দৰং জিলা প্ৰশাসন

মঙলদৈ, ২৫ এপ্ৰিল : দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া দৰং -ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত দৰং জিলাৰ সমষ্টি কেইটাত ভোটগ্ৰহণৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে দৰং জিলা প্ৰশাসন । অহা ২৬ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া জিলাখনৰ মুঠ ৮৩৫ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত দূৰ্গম অঞ্চলত অৱস্থিত ৪৩ টা ভোটগ্ৰহণ কেন্দ্ৰত প্ৰিজাইডিং-প'লিং বিষয়াৰ দলে কালিয়েই গৈ উপস্থিত হৈছেগৈ । আজি অৱশিষ্ট ৭৯২ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ নিয়োজিত বিষয়া কৰ্মচাৰীসকল ই ভি এম আৰু নিৰ্বাচনৰ যাৱতীয় সা-সামগ্ৰীসহ ৰাওনা হৈছে । জিলাখনত সুকলমে আৰু শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া পৰিচালনা কৰাৰ বাবে নিয়োজিত প্ৰিজাইডিং বিষয়াৰ সংখ্যা হৈছে ৮৩৫ গৰাকী আৰু প'লিং বিষয়াৰ সংখ্যা হৈছে ২৫০৫ গৰাকী । তদুপৰি প্ৰয়োজনীয় সংখ্যক বিষয়া - কৰ্মচাৰী ৰিজাৰ্ভ হিচাবে ৰখা হৈছে। উল্লেখ্য যে, জিলাখনৰ তিনিটা বিধানসভা সমষ্টিৰ মুঠ ৩১ টা ভোটগ্ৰহণ কেন্দ্ৰ এইবাৰ কেৱল মহিলা বিষয়া - কৰ্মচাৰীৰ দ্বাৰা আৰু তিনিটা সমষ্টিৰ প্ৰতিটোতে ৭ টাকৈ মুঠ ২১ টা কেৱল যুৱ ভোটগ্ৰহণকাৰীৰ দ্বাৰা পৰিচালিত কৰি ভোটগ্ৰহণৰ ব্যৱস্থা কৰা হৈছে ।প্ৰতিটো বিধান সভা সমষ্টিত দুটাকৈ মুঠ ৬ টা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ থাকিব। সকলো ভোটাৰকে শান্তিপূৰ্ণভাৱে ভোটদান কৰিবলৈ দৰং জিলা প্ৰশাসনে আহ্বান জনাইছে ।
বাৰ্তা উৎস:জনসংযোগ, দৰং
প্ৰেছ বিজ্ঞপ্তি নং ৫৪/২০২৪
ফটো - জনসংযোগ, দৰং

Chief Electoral Officer, Assam

♦️২৬ এপ্ৰিলত দৰঙত ৰাজহুৱা বন্ধ ঘোষণামঙলদৈ. ২৪এপ্ৰিল :  লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা ৰাইজৰ সুবিধাৰ প্ৰ...
25/04/2024

♦️২৬ এপ্ৰিলত দৰঙত ৰাজহুৱা বন্ধ ঘোষণা

মঙলদৈ. ২৪এপ্ৰিল : লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এন আই এক্টৰ অধীনত অসম চৰকাৰে ২৬ এপ্ৰিলৰ দিনা নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া দৰং ওদালগুৰি লোকসভা সমষ্টিত ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰিছে । সেই অনুসৰি, দৰং জিলা প্ৰশাসনে এক আদেশ মৰ্মে জিলাখনৰ ৪৯ নং ছিপাঝাৰ, ৫০ নং মঙলদৈ আৰু ৫১ নং দলগাওঁ বিধান সভা সমষ্টিৰ অন্তৰ্গত সকলো ধৰণৰ চৰকাৰী- বেচৰকাৰী কাৰ্যালয়, পঞ্চায়ত আৰু নগৰীয়া স্থানীয় নিকায়সমূহ , শিক্ষানুষ্ঠান , বেংক - বিত্তীয় প্ৰতিষ্ঠান ,চাহ বাগিচা , উদ্যোগ ,ব্যৱসায় প্ৰতিষ্ঠান আদি উক্ত দিনা বন্ধ থাকিব বুলি জাননী জাৰী কৰিছে।
বাৰ্তা উৎস::জনসংযোগ দৰং
প্ৰেছ বিজ্ঞপ্তি নং - ৫১/২০২৪

♦️ৰঙিলী বাৰ্ত্তাত প্ৰকাশিত।।সপ্তাহৰ খবৰ।।গুৱাহাটীৰ পৰা প্ৰকাশিত অসমীয়া সাপ্তাহিক কাকত।। সংৰক্ষণ:: Issue No-50)প্ৰকাশৰ ত...
10/12/2023

♦️ৰঙিলী বাৰ্ত্তাত প্ৰকাশিত।।সপ্তাহৰ খবৰ।।গুৱাহাটীৰ পৰা প্ৰকাশিত অসমীয়া সাপ্তাহিক কাকত।। সংৰক্ষণ:: Issue No-50)
প্ৰকাশৰ তাৰিখ-10/12/2023(সংখ্যা -50):
#ৰঙিলীবাৰ্তা
Kishor Kumar Sarmah

♦️আকাশৰ ৰং কিনিবা কোনে!!!!       #বিনন্দীয়া_দৰং       ⛳বেছিমাৰী -15নং ৰাষ্ট্ৰীয় ঘাইপথ।।PC- © Kishor Kumar Sarmah 02-12...
03/12/2023

♦️আকাশৰ ৰং কিনিবা কোনে!!!!
#বিনন্দীয়া_দৰং
⛳বেছিমাৰী -15নং ৰাষ্ট্ৰীয় ঘাইপথ।।
PC- © Kishor Kumar Sarmah 02-12-2023

♦️ভাল খবৰ।। উত্তৰ কাশীৰ সুৰঙ্গৰ পৰা আটাইকেইজন (41) জন শ্ৰমিকক সুকলমে উদ্ধাৰ।। উদ্ধাৰকাৰী বিভিন্ন সংস্হাৰ সন্মিলিত প্ৰচেষ...
28/11/2023

♦️ভাল খবৰ।। উত্তৰ কাশীৰ সুৰঙ্গৰ পৰা আটাইকেইজন (41) জন শ্ৰমিকক সুকলমে উদ্ধাৰ।। উদ্ধাৰকাৰী বিভিন্ন সংস্হাৰ সন্মিলিত প্ৰচেষ্টাৰ সুফল। Salute to all Agencies।

PC- DD India

♦️দিপাৱলীৰ শুভেচ্ছা আটাইলৈ।।Wish you all happy & joyful Dewali 💐🥰🎇PC- ©Kishor 12112023.
12/11/2023

♦️দিপাৱলীৰ শুভেচ্ছা আটাইলৈ।।Wish you all happy & joyful Dewali 💐🥰🎇
PC- ©Kishor 12112023.

♦️দ্বাদশ পুণ্যতিথিত সুধাকণ্ঠক সশ্ৰদ্ধ সোঁৱৰণ।।      ফটো -সামাজিক মাধ্যম।।05112023
05/11/2023

♦️দ্বাদশ পুণ্যতিথিত সুধাকণ্ঠক সশ্ৰদ্ধ সোঁৱৰণ।।

ফটো -সামাজিক মাধ্যম।।
05112023

05/11/2023

♦️ #শুপ্ৰভাত ::শৰতৰ আবেলি অনুষ্ঠানত অনাতাঁৰ তথা বিশিষ্ট কণ্ঠশিল্পী ধীৰেণ ডেকাৰ কণ্ঠত মনপৰশা গীত।
কৃতজ্ঞতা -গীতিকাৰ, সুৰকাৰ আৰু কণ্ঠশিল্পীলৈ।
VC-ধীৰেণ ডেকা::

♦️ নিয়ৰসিক্ত সতেজ পুৱা °°°°        #বিনন্দীয়া_দৰং          Photo-© Kishor Kumar Sarmah 04112023
04/11/2023

♦️ নিয়ৰসিক্ত সতেজ পুৱা °°°°
#বিনন্দীয়া_দৰং
Photo-© Kishor Kumar Sarmah 04112023

♦️302 ৰাণৰ বিশাল ব্যৱধানত শ্ৰীলংকাৰ বিপক্ষে বিজয়ী ভাৰতীয় দললৈ শুভেচ্ছা।। বিশ্বকাপ ক্ৰিকেটৰ এই ধাৰা অব্যাহত থাকে যেন।। ...
02/11/2023

♦️302 ৰাণৰ বিশাল ব্যৱধানত শ্ৰীলংকাৰ বিপক্ষে বিজয়ী ভাৰতীয় দললৈ শুভেচ্ছা।। বিশ্বকাপ ক্ৰিকেটৰ এই ধাৰা অব্যাহত থাকে যেন।।
💐Congratulations Team India . Cheers. 🥰
PC- Google

♦️ দৰঙত জিলা উন্নয়ন সমিতিৰ সভা অনুষ্ঠিত 👉 https://nerity.com/posts/121193          30102023
30/10/2023

♦️ দৰঙত জিলা উন্নয়ন সমিতিৰ সভা অনুষ্ঠিত
👉 https://nerity.com/posts/121193
30102023

মঙলদৈ, ৩০ অক্টোবৰ: দৰং জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত আজি জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেৰ সভাপতিত্বত জিলা উন্...

♦️ আগ্ৰহী সকলৰ জ্ঞাতাৰ্থে::        Sarangapani Axom সাৰংগপাণি অসম Rseti Darrang Assam Kishor Kumar Sarmah   28102023
28/10/2023

♦️ আগ্ৰহী সকলৰ জ্ঞাতাৰ্থে::

Sarangapani Axom সাৰংগপাণি অসম Rseti Darrang Assam Kishor Kumar Sarmah
28102023

♦️ জাতীয় আদৰ্শ শিক্ষা সংসদ, অসমৰ পঞ্জীয়ন ভুক্ত শিশু কানন, মঙ্গলদৈৰ অহাকালি ( ২৯ অক্টোবৰ,২০২৩) শুভাৰম্ভণী অনুষ্ঠানত শুভ...
28/10/2023

♦️ জাতীয় আদৰ্শ শিক্ষা সংসদ, অসমৰ পঞ্জীয়ন ভুক্ত শিশু কানন, মঙ্গলদৈৰ অহাকালি ( ২৯ অক্টোবৰ,২০২৩) শুভাৰম্ভণী অনুষ্ঠানত শুভাকাংক্ষী ৰাইজৰ উপস্হিতি উদ্যোক্তা সকলে কামনা কৰিছে।।
28102023

♦️ প্ৰস্ফুটিত শেৱালিৰ সুবাস:::   #শেৱালি         Kishor Kumar Sarmah Sarangapani Axom সাৰংগপাণি অসম PC-©SA-KKS
28/10/2023

♦️ প্ৰস্ফুটিত শেৱালিৰ সুবাস:::
#শেৱালি Kishor Kumar Sarmah Sarangapani Axom সাৰংগপাণি অসম
PC-©SA-KKS

♦️ আজি শ্ৰীশ্ৰী লক্ষ্মী পূজা।। ওঁ বিশ্বৰূপস্য ভার্যাসি পদ্মে পদ্মালয়ে শুভে।সর্বতঃ পাহি মাং দেবী মহালক্ষ্মী নমোস্তুতে।।”🙏...
28/10/2023

♦️ আজি শ্ৰীশ্ৰী লক্ষ্মী পূজা।।
ওঁ বিশ্বৰূপস্য ভার্যাসি পদ্মে পদ্মালয়ে শুভে।
সর্বতঃ পাহি মাং দেবী মহালক্ষ্মী নমোস্তুতে।।”🙏🙏
28102023
Kishor Kumar Sarmah Sarangapani Axom সাৰংগপাণি অসম

♦️ ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীক দশমীত বিসৰ্জন।।জয় মা দুৰ্গা ।।     #দুৰ্গাপূজা  #বিজয়াদশমী 24102023Kishor Kumar Sarmah
24/10/2023

♦️ ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীক দশমীত বিসৰ্জন।।জয় মা দুৰ্গা ।।
#দুৰ্গাপূজা #বিজয়াদশমী
24102023
Kishor Kumar Sarmah

Address

Darrang

Telephone

+919435477750

Website

Alerts

Be the first to know and let us send you an email when Sarangapani Axom সাৰংগপাণি অসম posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Sarangapani Axom সাৰংগপাণি অসম:

Videos

Share


Other Digital creator in Darrang

Show All