অৱশেষত জালুকনিবাৰীত ভগৱান ৰূপে আৱিৰ্ভাৱ হোৱা ঘোঁৰা হালৰ ৰহস্য ফাদিল হ'ল......
আনুষ্ঠানিকভাৱে বিদায় ললে গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অনিল বৰুৱাই। বিদায়বেলা কি ক'লে বৰুৱাই......
৬১ সংখ্যক গহপুৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ বাৰে ৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা....
গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ত এতিয়াৰে পৰা ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলে অতি নিম্ন মাছুলৰ বিনিময়ত বি,এ,বি,এড আৰু বি, এছ,চি বি,এড পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰিব.....
ক্ষাৰ খোৱা অসমীয়া ; এই শব্দটো অসমীয়া জাতিৰ বাবে লজ্জাজনক নে গৌৰৱ জনক ???? চাও আহক এক প্ৰতিবেদন.....
টাই ভাষাত পৰিবেশিত টাই আহোম সকলৰ পৰম্পৰাগত পয় পিহু..... শেষলৈকে চাব টাই বিহু....
আমাৰ গাঁৱৰ মহিলাসকল কোনো গুনে কম নহয়। অসমীয়াৰ বাপতি সাহোন হেপাঁহৰ ৰঙালী বিহু বুলি মুক্ত মনেৰে ওলাই আহিছে এনেদৰে....
গছ থাকিলেহে মানুহ থাকিব।অসমীয়া ৪ বহাগত আমাৰ বনানী বকুল গগৈৰ উদ্যোগত অনুষ্ঠিত হ'ব *গছ বিহু*....
গহপুৰত গৰু বিহু উদযাপন বিধায়ক উৎপল বৰাৰ ঘৰত
গহপুৰত ৰাজনৈতিক মহাৰণ। পৰশ্পৰে পৰশ্পৰক ধৰিছে উভতি.....
গহপুৰত নিৰ্বাচনী আচৰণ বিধি সম্পৰ্কে কি ক'লে মহকুমাধীপতি তথা নিৰ্বাচনী বিষয়াই .....
গহপুৰত তীব্ৰবেগী ডাম্পাৰে মহতীয়াই নিলে বাইক আৰোহীক । থিতাতে নিহত এক গুৰুত্বৰভাৱে আহত এক....
২৬ মাহে প্ৰাপ্য মাননীৰ পৰা বঞ্চিত দিনে নিশাই, ৰ'দ বৰষুণ নেওচি কাম কৰা গাঁও ৰক্ষী বাহিনীৰ লোকসকল। পূৰ্বে প্ৰতি গৰাকী সদস্যক একোটাকৈ টৰ্চ,একোপাত যাঠী,ছাতি,কম্বল,আঠুৱা আদি প্ৰদান কৰিছিল যদিও সম্প্ৰতি কোনো ধৰণৰ যাৱতীয় সামগ্ৰী যোগান নধৰে অসম চৰকাৰৰ আৰক্ষী প্ৰশাসনে। আজি এক সংবাদ মেলযোগে জানিবলৈ দিয়ে এই কথা। তেওঁ লোকৰ আহ্বান চৰকাৰে যাতে সমস্যা সমূহ দূৰ কৰাত গুৰুত্ব প্ৰদান কৰে....
চেল্ফীয়েই কাল হ'ল এগৰাকী যুৱতীৰ। নিমাতীৰ পৰা অফৰাঘাট অভিমুখী ফেৰীত অঘটন চেল্ফী লওতেই সৰি পৰিল ব্ৰহ্মপুত্ৰৰ বুকুত। এছ ডি আৰ এফ বাহিনীৰ প্ৰচেষ্টাত কথমপি উদ্ধাৰ....
গহপুৰত মুখ্যমন্ত্ৰী আগমনৰ প্ৰাকক্ষণত ক্ষোভ উজাৰিলে এজন জ্যেষ্ঠ তথা প্ৰাক্তন কৰ্মীয়ে। কিকলে আহকচোন শুনু......
গহপুৰত হুণ্ডাই চিটি আৰু ট্ৰাকৰ সংঘৰ্ষ....