বিহুমঞ্চত অপমানিত কণ্ঠশিল্পী মৌচম গগৈ
খেল হোৱাৰ দিনাই টিকট কাটি আল্ট্ৰা বাছ লাভ কৰিলে কাকৈজানাৰ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া অমূল্য বৰ্মনে ৷ বঙাইগাঁও কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীৰ লটাৰীত পালে আল্ট্ৰা বাছ
উত্তৰ বঙাইগাঁৱৰ কলেজ ৰোডত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক আৰক্ষীৰ ৷ সৰবৰাহকাৰীজনৰ পৰা আৰক্ষীয়ে ৯.১৮ গ্ৰাম ড্ৰাগছ, এখন স্কুটি, এটা মোবাইল ফোন, নগদ ৪২৫০ টকা ড্ৰাগছ সৰবৰাহকাৰীজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে।
তুলুঙীয়াত আজি মুকলি কৰা হয় Global English Medium School. চলিত বৰ্ষৰ পৰা এই বিদ্যালয়খনে পাঠ্যক্ৰম আৰম্ভ কৰিব ৷ তুলুঙীয়া অঞ্চলত স্থাপন কৰা এইখন প্ৰথমখন ইংৰাজী মাধ্যমৰ বিদ্যালয়
বঙাইগাঁও ৰাজীৱ ভৱনত উপস্থিত বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দ্বীপ বায়ন
Bongaigaonr Khobor
গৰুচোৰৰ বিলৈ...
চোৰৰ নতুন হেয়াৰ ষ্টাইল বনালে ৰাইজে
শিঙিমাৰীত এই ঘটনা ৷ দুই চোৰৰ নাম নুৰ ইছলাম আৰু ছাদ্দাম হুছেইন
কেৰখাবাৰীৰ পৰা গিতালী দেৱী LIVE
কেৰখাবাৰীৰ পৰা গিতালী দেৱী LIVE
১০ নৱেম্বৰত শিঙিমাৰী ৰাসত পাপৰি গগৈ
সৃজনগ্ৰামত কাতি বিহু পালন
দক্ষিণ দেওহাটি লক্ষ্মী পূজাত বিপুল বিকাশ
শিঙিমাৰীত ভয়ংকৰ পথ দূৰ্ঘটনা ৷ যাত্ৰীভৰ্তি বাছ নামিল পুখুৰীত