Riyaz media

Riyaz media Always be positive,,,,,

ৰাজনৈতিক কথা কলে কিছু মানে বেয়া পায় কিন্তু মাজে সময় নকলেও বেয়া লাগে,,,,, হিমন্তৰ পুলিছৰ গৰিৰ পৰা মদৰ বটল ওলায়,,,,আৰ...
19/05/2023

ৰাজনৈতিক কথা কলে কিছু মানে বেয়া পায় কিন্তু মাজে সময় নকলেও বেয়া লাগে,,,,, হিমন্তৰ পুলিছৰ গৰিৰ পৰা মদৰ বটল ওলায়,,,,আৰু হেই গৰিৰে মানুহ মাৰিছে,,,,,,কি কম আমি,,,,, হিমন্ত ৰ অলপ লাজ পাব লাগে

এইবিলাক কাম কাজ এটা ভাল দলৰ পৰা কৰিব পাৰে নে,,,,,🤔🤔আৰু আমি এই সকলৰ পৰা ভাল কি আশা কৰিব পাৰোঁ,,,,😕😕আমি এই বিলাক কলেই বেয়...
30/10/2022

এইবিলাক কাম কাজ এটা ভাল দলৰ পৰা কৰিব পাৰে নে,,,,,🤔🤔
আৰু আমি এই সকলৰ পৰা ভাল কি আশা কৰিব পাৰোঁ,,,,😕😕
আমি এই বিলাক কলেই বেয়া,,,,,,😎😎

04/10/2022

Boy friend ko lekar problem,,,🤪🤪🤪🤣🤣,,,,😂🤣🤣😂😂

ইয়াত যদি আইমী বৰুৱা নোহৈ,,,,যদি আইমী বেগম হলে হেঁতেন,,,,,,এতিয়া আমাৰ অসমৰ অৱস্থা কেনে হলেহেতেন,,,,,,,,,,😡😡😡এতিয়া কোনো...
30/09/2022

ইয়াত যদি আইমী বৰুৱা নোহৈ,,,,
যদি আইমী বেগম হলে হেঁতেন,,,,,,
এতিয়া আমাৰ অসমৰ অৱস্থা কেনে হলেহেতেন,,,,,,,,,,😡😡😡
এতিয়া কোনো কৰোঁ মোৰ কামোৰণি নাই,,,,ইয়াত BJP ৰ মন্ত্ৰী আছে যে,,,,
এইয়াই হল অসম,,,,😭😭
মুখ চাই মুগৰ দালি,,,,

এইটো কি সকলোৱে গম পাইছে নিশ্চয়,,,,মোৰ কথা টো হল আমাৰ অসমৰ মুখ্য মন্ত্ৰী  #হিমন্তবিশ্বস্বৰ্মা সদায় গল ফালি ফালি কৈ থাকে...
12/09/2022

এইটো কি সকলোৱে গম পাইছে নিশ্চয়,,,,
মোৰ কথা টো হল আমাৰ অসমৰ মুখ্য মন্ত্ৰী #হিমন্তবিশ্বস্বৰ্মা সদায় গল ফালি ফালি কৈ থাকে যে আমি নিকা অসম গৰিম,,,,,
সাধাৰণ এটা উদাহৰণ এই দলিল খনৰ দাম হল ৫০ টকা কিন্তু আমি সাধাৰণ মানুহে কিমান টকাত কিনিব লাগে,,,,,,১০০ ৰ পৰা ১৫০ টকা বা তাত কৈ ও অধিক পইচা লয়,,,, কিয়,,,,
আৰু আমাৰ অসমত মণ্ডল অফিচ ত জনে যায় তেওঁ গম পায় যে তাত কিমান পৰিমাণৰ উৎ ঘোষ লোৱা হয়,,,,তাহুনক পইচা নিদিলে এটা কাম ও নকৰে মই ১০০% গেৰান্তি দি কবো পাৰোঁ,,,,,
এনে কোৱা কিয়,,,,
ইয়াৰ কাৰণ কি,,,,

05/09/2022

যোৱা কালি আমাৰ T20 খেল হৈ গল India vs Pakistan,,,
আজি India হাৰিল Pakistan জিকিল,,,
ইয়াত কিবা এটা হৈছে কবাই গম পাইছে নে,,,🤣🤣

Good morning India,,,    অন্ধ ভক্ত সকলৰ বাবে ভাল খবৰ,,,
30/04/2022

Good morning India,,,
অন্ধ ভক্ত সকলৰ বাবে ভাল খবৰ,,,

Good morning,,,,,অন্ধ ভক্ত সকলৰ বাবে আৰু এটা ভাল খবৰ,,,,,,🙂🙂
26/04/2022

Good morning,,,,,
অন্ধ ভক্ত সকলৰ বাবে আৰু এটা ভাল খবৰ,,,,,,🙂🙂

11/03/2022

কলে বেয়া নকলে ভাল,,,
সঁচা কথা টো হল কি যিমান দিন EVM মেচিন আছে হিমান দিনলৈ আৰু ৰাইজৰ প্ৰয়োজন নাই,,,,😄😄😄😄
জিকিমেই,,,,🫣🫣🫣🫣
কাৰণ EVM ৰ ওপৰত এটা বিশ্বাস আছে,,,,😭😭

এজন মুখ্য মন্ত্ৰী হৈ যদি এনে মন্তব্য কৰে,,,,,তেনে হলে তেখেতৰ পৰা আৰু দেশৰ কি ভাল আশা কৰিব পাৰি,,,,,অসমত সাধাৰণ ৰাইজক সম্...
12/02/2022

এজন মুখ্য মন্ত্ৰী হৈ যদি এনে মন্তব্য কৰে,,,,,
তেনে হলে তেখেতৰ পৰা আৰু দেশৰ কি ভাল আশা কৰিব পাৰি,,,,,
অসমত সাধাৰণ ৰাইজক সম্প্ৰদায়িক কাজীয়া লগাই কেৱল নিজৰ মুনাফা আদায় কৰিলেই কি নিজৰ কৰ্তব্য শেক নেকি,,,,🤔🤔
তেওঁ কিবা কৰা বা কিবা কোৱাৰ আগত ভাবিব লাগিব যে তেওঁ কেৱল হিমন্ত বিশ্ব শৰ্মা নহয় তেওঁ অসমৰ মুখ্য মন্ত্ৰীযো হয়,,,,,,

28/01/2022

জীৱনে টাকা কামাউ পড়ে ভালো ভাসা করো😭😭😭😭🤔🤔🤔

15/01/2022

হয়তো আমাৰ অসমৰ মুখ্য মন্ত্ৰী জনে নাজানে যে তেওঁ মুখ্য মন্ত্ৰী হৈছে কেৱল 5 বছৰৰ বাবে সেয়া কেৱল ৰাইজৰ দয়াত,,,,,
আৰু এজন IAS বা এজন DC হয় নিজৰ মেধাত নিজৰ জ্ঞানৰ জৰিয়তে,,,তাৰ কোনো নিৰ্দিষ্ট মেয়াদ নাথাকে,,,,
তে মোৰ কথা টো হল ৰাইজৰ আগত DC জনক অপমান কৰাটো H,B,S ৰ ঠিক হোৱা নাই,,,
এইটো লজ্জা জনক ঘটনা,,,,🤔🤔
এজন মুখ্য মন্ত্ৰী হৈ যদি অভদ্ৰমি কৰিব পাৰে তেনাহলে তাৰ ভক্ত বিলাক আৰু কিমান অভদ্ৰ হব পাৰে অলপ চিন্তা কৰক,,,,
আৰু এনে ব্যক্তিৰ দ্বাৰা কি ভাল ফল আশা কৰা যাব,,,,🤔🤔🤔

21/10/2021

এনে মন্তব্যই কি বুজায়,,,,
আপোনালোকে অলপ চাওক,,,,,

এটা জাতিৰ মাজত কাজিয়া আৰু জাতি ধৰ্মক অপমান কৰা খেত্রত ও যদি এই অমানু্হ টোক গ্ৰেপ্তাৰ নকৰে চৰকাৰে তেতিয়া আৰু আমাৰ কব লগ...
19/10/2021

এটা জাতিৰ মাজত কাজিয়া আৰু জাতি ধৰ্মক অপমান কৰা খেত্রত ও যদি এই অমানু্হ টোক গ্ৰেপ্তাৰ নকৰে চৰকাৰে তেতিয়া আৰু আমাৰ কব লগীয়া একো নাই,,,,,
এই জানোৱাৰ টোক গ্ৰেপ্তাৰ নকৰিলে আমি এটাই কথা ভাবিম যে তেওঁ হিন্দু বজ্ৰং দলৰ বাবেই তেওঁক গ্ৰেপ্তাৰ নকৰে,,,,,
এইয়া চৰকাৰৰ গাফিলতি বাহিৰত একো হব নোৱাৰে,,,

কবলৈ যদিও বেয়া লাগে তথাপিও কবোলৈ বাধ্য,,,,,আমাৰ সংখ্যালঘূ মুচলমানক যেতিয়া এই বিজেপি চৰকাৰে অন্যায় ভাবে হাৰাহস্থী কৰে,...
15/10/2021

কবলৈ যদিও বেয়া লাগে তথাপিও কবোলৈ বাধ্য,,,,,
আমাৰ সংখ্যালঘূ মুচলমানক যেতিয়া এই বিজেপি চৰকাৰে অন্যায় ভাবে হাৰাহস্থী কৰে,,,,,,( গৰুখুতিৰ প্ৰসঙ্গ )
তেতিয়া আমাৰ মুছলিম তাৰকা অভিনেত্ৰী সকলে কোনো ধৰণৰ মাত নামাতে,,,,,,তেওঁ লোকে কেতিয়াও নাভাবে যে আমি সকলে সমান ভাবে চলিব লাগিব,,,,,,
বিপত তেওঁলোকৰ হব পাৰে,,,,,
আজি শ্বাহৰুখ খানৰ পুত্ৰ ৰঙা ঘৰত থাকিব লগীয়া হৈছে,,,,,
এইবিলাক অলপ ভৱিব লাগে,,,,,
সেয়েহে আমি সকোলসময়তে সকলোৱে মিলি থাকিব লাগে,,,,,,

08/10/2021

আজি কালি সাধাৰণ মানুহে কাৰ ওপৰত আস্থা ৰাখিব,,,,,
পুলিচ কেনেকুৱা মানুহে জানে,,,,
পুলিচৰ ওপৰত মানুহৰ আস্থা নাই,,,,,
চৰকাৰ ৰ ওপৰত মানুহৰ আস্থা নাই,,,,
মাটিৰ কাৰ্যালয়ত গলেও একেই অৱস্থা,,,,,
এইবিলাক বিপদ কিবা কিবি কৰি মানুহে পাৰ কৰি আছে,,,,
কিন্তু যদি ডক্টৰ এজন তেনেই হয়,,,,
তেতিয়া সাধাৰণ মানুহ কেনেকৈ জীয়াই থাকিব,,,,,,

প্ৰসঙ্গ গুৱাহাটীৰ ৰাজকন্নাক টকাৰ বিনিময়ত সুস্থ মানুহক হস্পিতালত ভৰ্তি কৰা চিকিৎসক জন,,,,,,,

04/10/2021

বিধায়ক শেৰমান আলী ডাঙৰীয়াৰ এই বিপদৰ সময়ত তেওঁ যিহেতু কংগ্ৰেছী বিধায়ক আছিল,,,
সেয়েহে কংগ্ৰেছ দলৰ পৰা তেখেতক অলপ সহায় সহযোগিতা কৰি ভুল শুধৰণি কৰি দলৰ মানুহ দলত আনিব লাগিছিল,,,,
কিয়োনো ঘৰৰ এজনে ভুল কৰিলে ঘৰৰ বাকী মানুহ বিলাক হেই ভুলৰ সমাধান কৰিব বিচাৰে কিন্তু শেৰমান আলীৰ ক্ষেত্ৰত দেখুন বেলেগ হৈ আছে কিয়,,,,,
তেওঁৰ কি এটাই দোষ যে তেওঁ মুছলিম,,,,বা সংখ্যালঘূ,,,,,বুলি,,,নে কি,,,??
বিজেপিৰ কিমান বিধায়ক মন্ত্ৰী অপকৰ্ম কৰে হেই বুলি কি বিজেপিয়ে কোনোবাক দলৰ পৰা বহিষ্কাৰ কৰিছে নেকি,,,,,
কৰা নাই,,
কিন্তু কংগ্ৰেছ এ এইটো কি বিচাৰ কৰিলে,,,,
আমাৰ সংখ্যালঘূ মানুহক কি কেৱল সকলোৱে ব্যৱহাৰ কৰি আছে যেন অনুভৱ হয়,,,,
ৰাইজ অপনালকৰ মতামত জনাব plz,,,

04/10/2021

মানিছো বিধায়ক শেৰমান আলী ডাঙৰীয়াই দোষি দোষ কৰিছে শাস্থি দিছে বা গ্ৰেপ্তাৰ কৰিছে,,,,ভাল কথা,,,
কিন্তু কথাটো হল আমাৰ অসমত কি অকল শেৰমান আলীয়ে এনে মন্তব্য কৰিছে নেকি নে আৰু বহুত আছে,,,,
তেওঁলোক কিয় গ্ৰেপ্তাৰ নহয় বিজেপি চৰকাৰে গ্ৰেপ্তাৰ নকৰে,,,,
শেৰমান আলীয়ে কোৱা কথাৰ ওপৰত যদি গ্ৰেপ্তাৰ হব পাৰে,,,,
তেন্তে সত্যৰঞ্জন,,পিযুজ হাজৰিকা,,শীলাদিত্য আৰু বিজেপিৰ নেতা বহুত আছে এই সকল দেখুন এদিনত ৩/৪ বাৰ কৈ গ্ৰেপ্তাৰ সব লাগে কিন্তু নহয় কীয়,,??
আইন সকলোৰে বাবে সমান বা একেই হয় নে নহয়,,,,
আমাক ইছপষ্টি কৰণ লাগে,,,,
যদি একেই তেনহলে বাকী বিলাকক গ্ৰেপ্তাৰ কৰক,,,,
আৰু যদি নোৱাৰে নিজে নিজে পদত্যেগ কৰক মুখ্য মন্ত্ৰীৰ আসন খন এৰি দিয়ক,,,,
অসম খনক বচাওক,,,
অসম খনক কি কৰিব বিচাৰিছে,,,,

03/10/2021

সকলৱে অলপ চাওক ভিডিও টো কেনেকৈ শাধুজনক তোলা ধুনা দিলে লগতে আনকো,,,,,😀😅😀👍👍🤔

03/10/2021

আইন সকলোৰে বাবে সমান,,,,
এই কথা টো আমাৰ বিজেপি চৰকাৰে বেকাৰ কৈ থাকে,,,
আইন সকলোৰে বাবে একেই নহয়,,,,
কথা টো বিজেপি চৰকাৰে বাৰে বাৰে প্ৰমাণ দিছে,,,,,
বিজেপিৰ বিধায়ক মন্ত্ৰী বিলাকে কিমান বেয়া বেয়া কাম কৰিছে বা কৰে সেইবিলাক কেতিয়াও গ্ৰেপ্তাৰ নকৰে,,,,,,,
কিন্তু অইন দলৰ বা সাধাৰণ মানুহ এজনে কিবা অলপ ভুল বা হামপ্ৰদায়িক মন্তব্য কৰিলে বা বিজেপি চৰকাৰ বিৰোধী কথা কলেই তাক বিজেপি চৰকাৰে গ্ৰেপ্তাৰ কৰে,,,,,
এইটো নীতি আৰু কিমান দিন চলিব অসম তথা ভাৰতত,,,,?
আইন সকলোৰে বাবে একেই সমান হব লাগে,,,,,,
উদাহৰণ স্বৰূপে,,, শীলাদিত্য,,,,, পিযুষ হাজৰিকা,,,,,আৰু বহুত বিধায়ক আছে যিবিলাক গ্ৰেপ্তাৰ হবলাগিছিল বহুত আগত কিন্তু নহল কিয় এতিয়া লৈ,,,,,,বিজিপি চৰকাৰৰ নেতা কৰ্মী বুলি গ্ৰেপ্তাৰ কৰানাই নেকি,,,,,?
এনে বিচাৰ কৰিলে কেঞ্চাৰ হৈ মাৰিব,,,,,,বিচাৰক জন,,,,
মই কাৰোঁ পক্ষ লোৱা নাই,,,,
বেয়া মন্তব্য নকৰিব plz,,,

10/09/2021

মানুষের জীবন টা এরকমই হয় বুজি,,,,,

এই বিলাক হল Black man অসম খন খালে,,,,,
12/08/2021

এই বিলাক হল Black man অসম খন খালে,,,,,

29/07/2021

Boyos barse bondhu komtase daityo bartase

25/07/2021

Beautiful and amazing siniyari,,,,,,,,
Great seen,,,in natural

Address

Abhayapuri, Srijangram
Abhayapuri
783384

Telephone

+919706775880

Website

Alerts

Be the first to know and let us send you an email when Riyaz media posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Riyaz media:

Videos

Share

Nearby media companies


Other Media/News Companies in Abhayapuri

Show All