ABHIJIT CINECHAYA অভিজিত চিনেছায়া

  • Home
  • ABHIJIT CINECHAYA অভিজিত চিনেছায়া

ABHIJIT CINECHAYA অভিজিত চিনেছায়া মই "ABHIJIT CINECHAYA" পৃষ্ঠাৰ জৰিয়তে আপোনালোকলৈ ?

15/01/2023

Closing Ceremony of Annual Sports Week, 2022-23
VIVEKANANDA KENDRA VIDYALAYA, BOKAKHAT
Prizes distribution part 2

12/01/2023

বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়, বোকাখাতৰ KG ছাত্ৰ সকলৰ নৃত্য প্ৰদৰ্শন। 12-January-2023.

12/01/2023

বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়, বোকাখাতৰ Nursery ছাত্ৰী সকলৰ নৃত্য প্ৰদৰ্শন। 12-January-2023.

12/01/2023

বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়, বোকাখাতৰ Nursery ছাত্ৰ সকলৰ নৃত্য প্ৰদৰ্শন। 12-January-2023.

12/01/2023

স্বামী বিবেকানন্দৰ উপজা দিন- ৰাষ্ট্ৰীয় যুৱ দিৱসৰ লগত সংগতি ৰাখি বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় বোকাখাতৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ নিবেদন। ১২ জানুৱাৰী, ২০২৩।

12/01/2023

বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়, বোকাখাতৰ KG ছাত্ৰী সকলৰ নৃত্য প্ৰদৰ্শন। 12-January-2023.

12/01/2023

Group dance performed by VKV Bokakhat

12/01/2023

Ganesh Vandana
Vivekananda Kendra Vidyalaya, Bokakhat, 12-January-2023.

11/01/2023

Closing Ceremony of Annual Sports Week, 2022-23
VIVEKANANDA KENDRA VIDYALAYA, BOKAKHAT
Prizes distribution part 1

11/01/2023

ৰন্ধন প্ৰতিযোগিতা, বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়, বোকাখাত, ১১ জানুৱাৰী, ২০২৩।

09/01/2023

অৱগুণ্ঠিতা আবৰি গগৈ, দ্বিতীয় শ্ৰেণী, বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়, বোকাখাত, 9-January-2023।

09/01/2023

মনময়ুৰী পেগু, দ্বিতীয় শ্ৰেণী, বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়, বোকাখাত, 9-January-2023।

09/01/2023

কৃষ্টিনা কৰ, দ্বিতীয় শ্ৰেণী, বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়, বোকাখাত, 9-January-2023।

09/01/2023

উন্মীলিতা নেওঁগ, দ্বিতীয় শ্ৰেণী, বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়, বোকাখাত, 9-January-2023।

09/01/2023

আদ্ৰিকা ভড়ালী, দ্বিতীয় শ্ৰেণী, বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়, বোকাখাত, 9-January-2023।

13/05/2021

নগাঁও জিলাৰ কন্দলি তপতজুৰি পাহাৰৰ ওপৰত সৰ্বমুঠ ২০টা হস্তীৰ মৃত্যু। বজ্ৰপাতৰ বাবে অঘটন বুলি জনা গৈছে।

😰😰
13/05/2021

😰😰

12/05/2021

ভিডিঅ'টো পালো। সঁচাই নেকি?

15/04/2021

গোলাঘাটৰ বৰদিহিঙীয়া গাঁৱৰ কনমানি ভাই-ভনীহঁতৰ বিহু। পহিলা ব'হাগ, ১৯৪৩ শক। (785619)

Happy Dipawali....
14/11/2020

Happy Dipawali....

28/07/2020

স্বনামধন্য শিল্পী ভূপেন হাজৰিকাৰ কালজয়ী গীতটিত কণ্ঠ দান কৰিছে হৃষীকেশ গগৈয়ে।
বাদ্যযন্ত্ৰী: সুন্দৰ ফুকন, তনুজ শইকীয়া, দোলেন বৰা, সুজাঙ্গনা তালুকদাৰ, দিব্যাশ্ৰী ৰাজখোৱা।
Youtube link:
https://youtu.be/NfHUVziiYao

24/07/2020

মুক্তি নাথ বৰদলৈৰ "জোনধনে জোনালীতে" শীৰ্ষক জনপ্ৰিয় গীতটিত কণ্ঠ দান কৰিছে ভাগ্যশ্ৰী শইকীয়াই।
জনপ্ৰিয় কণ্ঠ: দীপালি বৰঠাকুৰ, সঙ্গীত: ৰুদ্ৰ বৰুৱা।
বাদ্যযন্ত্ৰী: সুন্দৰ ফুকন, তনুজ শইকীয়া, দীপক বৰুৱা, অংকুৰ কৌশিক, শাশ্বত আহোম।
Youtube link:
https://youtu.be/DI-2v339-7A

22/07/2020

সঙ্গীতা বৰঠাকুৰৰ "আইতা তুমি জেৰেঙাৰ, ককাদেউতা মেজেঙাৰ..." শীৰ্ষক জনপ্ৰিয় গীতটিত কণ্ঠ দান কৰিছে কঙ্কনা ফুকনে। কঙ্কনা পানীদিহিঙীয়া গাঁৱৰ সঙ্গীত শিল্পী, বাদ্যযন্ত্ৰী, কবি, অভিনেতা সঙ্গীতৰ গুৰু সুন্দৰ ফুকনৰ জী।
বাদ্যযন্ত্ৰী: সুন্দৰ ফুকন, তনুজ শইকীয়া, দোলেন বৰা, সুজাঙ্গনা তালুকদাৰ, দিব্যাশ্ৰী ৰাজখোৱা।
Youtube link:
https://youtu.be/JKh_zcOT3NY

20/07/2020

কনমানি বাবুৰ কণ্ঠত শুনক জয়ন্ত হাজৰিকাৰ কণ্ঠৰ চিৰ সেউজ গীত ''তোমাৰ মৰমে মোৰ"। হৃষীকেশ (বাবু) গোলাঘাট জিলাৰ বাদুলীপাৰৰ পিংকু গগৈ আৰু পূৰ্ণিমা গগৈৰ পুত্ৰ। আপোনালোকে share কৰি তাক উৎসাহ যোগাব।
গীতৰ কথা: নিৰ্মল প্ৰভা বৰদলৈ, জনপ্ৰিয় কণ্ঠ: জয়ন্ত হাজৰিকা, কণ্ঠ: হৃষীকেশ গগৈ (বাবু), ২০২০ খ্ৰীষ্টাব্দ।
বাদ্যযন্ত্ৰী: সুন্দৰ ফুকন, তনুজ শইকীয়া, দোলেন বৰা, সুমন কল্যাণ গগৈ।
Youtube link:
https://youtu.be/1K7C-d-7Yck

10/07/2020

টমাট' চচ, কল্ড ড্ৰিংক্চ, ছিপছ্, চাওমিন, ম'ম' আদিৰ পৰা হ'ব পৰা ৰোগ সম্বন্ধে দুলিয়াজানৰ
ডাক্তৰ মনপ্ৰতিভ বৰুৱাৰ সজাগতা সৃষ্টিৰ এক চমু video।

(শুধৰণি- এক চামুচ Tomato Sauce ৰ ঠাইত এটা সৰু Tomato sauce 100gm ৰ bottle packet বুলি ল'বলৈ তেখেতে কৈছে।)

09/07/2020

অসমী আইৰ বুকুৰ থলুৱা খাদ্য || Local Fish || Dry fry without Oil || In Assam

29/06/2020


লাহে লাহে বানাক্ৰান্ত হৈ পৰা কাজিৰঙাত এতিয়া জীৱকুল নিৰাপদ স্হানলৈ গতি কৰিছে। বন্য হস্তী সমীপৰ কাৰ্বি পাহাৰলৈ গমন। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কিনাৰত থকা CCTV ৰ footage share কৰিছোঁ।

Address


Alerts

Be the first to know and let us send you an email when ABHIJIT CINECHAYA অভিজিত চিনেছায়া posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to ABHIJIT CINECHAYA অভিজিত চিনেছায়া:

Videos

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share