Asomi Gyan

Asomi Gyan এজন অসমীয়া হিচাপে সকলো অসম বাসী ৰাইজৰ পৰা আগুৱাই যাবলৈ সহায় সহযোগিতা বিচাৰিছোঁ ।

আজি বৃহস্পতিবাৰ ,অসমীয়া ১০ পুহ , ইংৰাজী ২৬ ডিচেম্বৰদিনটোৰ ৰাশিফল 👇👇👇 #অসমীজ্ঞান    #অসম
26/12/2024

আজি বৃহস্পতিবাৰ ,
অসমীয়া ১০ পুহ , ইংৰাজী ২৬ ডিচেম্বৰ
দিনটোৰ ৰাশিফল 👇👇👇

#অসমীজ্ঞান #অসম

গীতা জয়ন্তীৰ শুভেচ্ছা জনালোঁ 🙏🙏   #অসমীজ্ঞান  #অসম
25/12/2024

গীতা জয়ন্তীৰ শুভেচ্ছা জনালোঁ 🙏🙏
#অসমীজ্ঞান #অসম

আজি বুধবাৰ ,অসমীয়া ৯ পুহ , ইংৰাজী ২৫ ডিচেম্বৰদিনটোৰ ৰাশিফল 👇👇👇 #অসমীজ্ঞান    #অসম
25/12/2024

আজি বুধবাৰ ,
অসমীয়া ৯ পুহ , ইংৰাজী ২৫ ডিচেম্বৰ
দিনটোৰ ৰাশিফল 👇👇👇

#অসমীজ্ঞান #অসম

🔴🔵 কন্যা সন্তানৰ মাক হʼল বৰষা ৰাণী বিষয়া বৰষা ৰাণী বিষয়া আৰু ভাস্কৰক আমাৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ   #অসমীজ্ঞান    #অস...
23/12/2024

🔴🔵 কন্যা সন্তানৰ মাক হʼল বৰষা ৰাণী বিষয়া
বৰষা ৰাণী বিষয়া আৰু ভাস্কৰক আমাৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ
#অসমীজ্ঞান #অসম

আজি সোমবাৰ ,অসমীয়া ৭ পুহ , ইংৰাজী ২৩ ডিচেম্বৰদিনটোৰ ৰাশিফল 👇👇👇 #অসমীজ্ঞান    #অসম
23/12/2024

আজি সোমবাৰ ,
অসমীয়া ৭ পুহ , ইংৰাজী ২৩ ডিচেম্বৰ
দিনটোৰ ৰাশিফল 👇👇👇

#অসমীজ্ঞান #অসম

🔴🔵 উফ জীৱন কি চাওকচোন! 🔴🔵 IPS ট্ৰেনিং শেষ কৰি DSP ৰূপে প্ৰথমটো প'ষ্টিং লাভৰ বাবে গৈ থকা সময়তে দুৰ্ঘটনাত মৃত্যু হয় ২৬ বছৰ...
22/12/2024

🔴🔵 উফ জীৱন কি চাওকচোন!
🔴🔵 IPS ট্ৰেনিং শেষ কৰি DSP ৰূপে প্ৰথমটো প'ষ্টিং লাভৰ বাবে গৈ থকা সময়তে দুৰ্ঘটনাত মৃত্যু হয় ২৬ বছৰীয়া হৰ্ষ ৰ্বদ্ধনৰ।এই সফলতা লাভৰ বাবে চাগৈ কিমান ত্যাগ কৰিছিল তাৰ থিক নাই!কিন্তু এটা মূৰ্হুততে সকলো চিৰদিনলৈ শেষ।নিশা গৈ থকাৰ সময়তে গাড়ীৰ ট্ৰায়াৰ ফাটি হয় ভয়ংকৰ দুৰ্ঘটনা।২০২৩ বেটছৰ কেডাৰ আছিল IPS হৰ্ষ ৰ্বদ্ধন।জীৱন সচাই বৰ আচৰিত।
#অসমীজ্ঞান #অসম

আজি ৰবিবাৰ ,অসমীয়া ৬ পুহ , ইংৰাজী ২২ ডিচেম্বৰদিনটোৰ ৰাশিফল 👇👇👇 #অসমীজ্ঞান    #অসম
22/12/2024

আজি ৰবিবাৰ ,
অসমীয়া ৬ পুহ , ইংৰাজী ২২ ডিচেম্বৰ
দিনটোৰ ৰাশিফল 👇👇👇

#অসমীজ্ঞান #অসম

🔴🔵 নিজৰ কথা ভাবোতে ভাবোতে সমাজখন যে একেবাৰে নিঃশেষ হৈ পৰিল সেইবোৰ লৈ আমাৰ আহৰি নাই। ওদালগুৰি জিলাৰ টংলাত নিজৰ ককায়েকে অ...
21/12/2024

🔴🔵 নিজৰ কথা ভাবোতে ভাবোতে সমাজখন যে একেবাৰে নিঃশেষ হৈ পৰিল সেইবোৰ লৈ আমাৰ আহৰি নাই। ওদালগুৰি জিলাৰ টংলাত নিজৰ ককায়েকে অপহৰণ কৰি এই দুই কিশোৰক হত্যা কৰিলে বুলি বাতৰি পাই শৰীৰৰ নোম ঠিয় হৈ পৰিল। আৰু কি বাকী থাকিল ??

🔴🔵ককায়েক মানে দেউতাকৰ প্ৰথমগৰাকী পত্নীৰ সন্তানে বোলে হত্যা কৰিলে দ্বিতীয় মাতৃৰ দুটি সন্তান !! এয়া কেনেকৈ সম্ভৱ?? ককায়েকৰ বয়স কিমান হ'ব ?? খুব বেছি ২০-২১ বছৰ?? এই বয়সত দুটি ভায়েকক ডিঙি কাটি হত্যা কৰিব পাৰিলে?
#অসমীজ্ঞান #অসম

আজি শুক্ৰবাৰ ,অসমীয়া ৪ পুহ , ইংৰাজী ২০ ডিচেম্বৰদিনটোৰ ৰাশিফল 👇👇👇 #অসমীজ্ঞান    #অসম
20/12/2024

আজি শুক্ৰবাৰ ,
অসমীয়া ৪ পুহ , ইংৰাজী ২০ ডিচেম্বৰ
দিনটোৰ ৰাশিফল 👇👇👇

#অসমীজ্ঞান #অসম

আজি বৃহস্পতিবাৰ ,অসমীয়া ৩ পুহ , ইংৰাজী ১৯ ডিচেম্বৰদিনটোৰ ৰাশিফল 👇👇👇 #অসমীজ্ঞান    #অসম
19/12/2024

আজি বৃহস্পতিবাৰ ,
অসমীয়া ৩ পুহ , ইংৰাজী ১৯ ডিচেম্বৰ
দিনটোৰ ৰাশিফল 👇👇👇

#অসমীজ্ঞান #অসম

আজি বুধবাৰ ,অসমীয়া ২ পুহ , ইংৰাজী ১৮ ডিচেম্বৰদিনটোৰ ৰাশিফল 👇👇👇 #অসমীজ্ঞান    #অসম
18/12/2024

আজি বুধবাৰ ,
অসমীয়া ২ পুহ , ইংৰাজী ১৮ ডিচেম্বৰ
দিনটোৰ ৰাশিফল 👇👇👇

#অসমীজ্ঞান #অসম

একদম যোগ্য 🤣🤣🤣🤣🤣🤣   #অসমীজ্ঞান    #অসম
17/12/2024

একদম যোগ্য 🤣🤣🤣🤣🤣🤣
#অসমীজ্ঞান #অসম

আজি মঙ্গলবাৰ ,অসমীয়া ১ পুহ , ইংৰাজী ১৭ ডিচেম্বৰদিনটোৰ ৰাশিফল 👇👇👇 #অসমীজ্ঞান    #অসম
17/12/2024

আজি মঙ্গলবাৰ ,
অসমীয়া ১ পুহ , ইংৰাজী ১৭ ডিচেম্বৰ
দিনটোৰ ৰাশিফল 👇👇👇

#অসমীজ্ঞান #অসম

নিজৰ সন্তানৰ প্ৰতি পিতৃৰ মৰম ❤️❤️   #অসম    #অসমীজ্ঞান
16/12/2024

নিজৰ সন্তানৰ প্ৰতি পিতৃৰ মৰম ❤️❤️
#অসম #অসমীজ্ঞান

আজি সোমবাৰ ,অসমীয়া ৩০ আঘোণ , ইংৰাজী ১৬ ডিচেম্বৰদিনটোৰ ৰাশিফল 👇👇👇 #অসমীজ্ঞান    #অসম
16/12/2024

আজি সোমবাৰ ,
অসমীয়া ৩০ আঘোণ , ইংৰাজী ১৬ ডিচেম্বৰ
দিনটোৰ ৰাশিফল 👇👇👇

#অসমীজ্ঞান #অসম

দেউতাকৰ মৰম ❤️❤️
15/12/2024

দেউতাকৰ মৰম ❤️❤️

আজি ৰবিবাৰ ,অসমীয়া ২৯ আঘোণ , ইংৰাজী ১৫ ডিচেম্বৰদিনটোৰ ৰাশিফল 👇👇👇 #অসমীজ্ঞান    #অসম
15/12/2024

আজি ৰবিবাৰ ,
অসমীয়া ২৯ আঘোণ , ইংৰাজী ১৫ ডিচেম্বৰ
দিনটোৰ ৰাশিফল 👇👇👇

#অসমীজ্ঞান #অসম

বৰ দুখৰ লগা খবৰ। যোৰহাট জিলাৰ চৰাইবাহি চুতীয়া কুৰি গাঁৱৰ উজ্জল বৰা নামৰ এইজন যুৱকে অসম আৰক্ষীত চাকৰি লাভ কৰিছিল ২০২২ চনত...
14/12/2024

বৰ দুখৰ লগা খবৰ। যোৰহাট জিলাৰ চৰাইবাহি চুতীয়া কুৰি গাঁৱৰ উজ্জল বৰা নামৰ এইজন যুৱকে অসম আৰক্ষীত চাকৰি লাভ কৰিছিল ২০২২ চনত। প্ৰথম পোষ্টিং শ্ৰীভূমিত। যোৱা নিশা নাকা চেকিং চলাই থকা সময়ত এখন ট্ৰাকে মহতীয়াই লৈ যায় তেওঁক। থিতাতে প্ৰাণ গল তেওঁৰ। প্ৰায় ৩০ কিলোমিটাৰ আঁতৰত ট্ৰাকখন দুর্ঘটনাত প্ৰতিত হয়। ট্ৰাখনত উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ। পিতৃ হীন যুৱক জনৰ মাতৃয়ে অতি কষ্টৰে দুই সন্তানক পঢ়ুৱাইছিল। আন জন যুৱকে সেনা বাহিনীত চাকৰি লাভ কৰিছিল। অতি দুখ লাগিছে কথাটো শুনি।।
#অসমীজ্ঞান #অসম

Address


Website

Alerts

Be the first to know and let us send you an email when Asomi Gyan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Address
  • Alerts
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share