Utpal Rajguru

  • Home
  • Utpal Rajguru

Utpal Rajguru গতানুগতিকতাৰ পৰিবৰ্তে অকনমান ব্যতিক্ৰম।

05/02/2024

সাহিত্য সভাৰ বাকৰিত Just Chill 😛😛😜😛😛

30/01/2024

সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱক কোনে আৰু কিয় মদাৰৰ ফুলৰ লগত তুলনা কৰিছিল।।

30/01/2024

ভেলাঘৰ বনাবলৈ উপাৰ্জনৰ উৎস টেম্প'গাড়ী খন বিক্ৰী কৰা মানুহজন। অসমৰ শ্ৰেষ্ঠ ভেলাঘৰ বনোৱা শিল্পীজনৰ সৈতে এখন্তেক।

28/01/2024

বাঁহৰ চুঙাৰ মাংস 🤩

26/01/2024

আমাৰ দ্বাৰা অভিনীত বদনাম নাটৰ কিছু দৃশ্যাংশ।

20/01/2024
20/01/2024

নটৰাজ নাট্যগোষ্ঠীৰ নিবেদিত চম্পক শৰ্মাৰ "বদনাম" নাটখনৰ ওপৰত চৰাইবাহী মহাবিদ্যালয়ৰ অধ্যক্ষ গুৰুৰত্ন ড• কমল চন্দ্ৰ নাথ দেৱৰ সৈতে এক আচুতীয়া বাৰ্তালাপ।

11/01/2024

নটৰাজ নাট্যগোষ্ঠীৰ নিবেদন চম্পক শৰ্মাৰ "বদনাম"।
সকলো আহিব ৬ মাঘৰ সন্ধ্যা ৬ বজাত ।

11/01/2024

সকলো আহিব ৬ মাঘৰ সন্ধ্যা ৬ বজাত

আমাৰ স্থানীয় ক্ৰীকেটাৰ সকলেওঁ এই নিময়টো মানিব পাৰিলে ভাল।
15/12/2023

আমাৰ স্থানীয় ক্ৰীকেটাৰ সকলেওঁ এই নিময়টো মানিব পাৰিলে ভাল।

05/09/2023

যিমানেই বয়স হৈছে সিমানেই উপলব্ধি হৈছে যে শিক্ষক হোৱাটো আমি ভবাতকৈ বহুত টান কাম। এনেই 'অমুক মাষ্টৰ' বুলি কৈ দিয়াটো তেনেই সহজ।

01/09/2023

আজি দিনটোৰ লগে লগে জীৱনত ৩৩টা ভাদ দেখিলো। মানে কুকুৰৰ আয়ুসেৰে দুটা জীৱন পাৰ কৰিলো 🐱🐕🐱

30/08/2023

I just saw people's hands and knew it was Raksha Bandhan. This festival does not apply to me to this day.

কেডাৰ নাথ কেতিয়াওঁ নাযাব,  নাইবা তাত যোৱাৰ পৰিকল্পনা কৰিছে যদি আজিয়েই বাদ দিয়ক। কাৰণ কোৰোবাৰ জীৱনক লৈ খেলা কৰি ভগৱানক খু...
12/06/2023

কেডাৰ নাথ কেতিয়াওঁ নাযাব, নাইবা তাত যোৱাৰ পৰিকল্পনা কৰিছে যদি আজিয়েই বাদ দিয়ক। কাৰণ কোৰোবাৰ জীৱনক লৈ খেলা কৰি ভগৱানক খুচ কৰিম বুলি যদি ভাবিছে তেন্তে ভুল কৰিছে। কেডাৰনাথ যাত্ৰাৰ আজি এটা ক'লা অধ্যায় (Dark Reality) কম। তথ্য অনুসৰি ২০২২ চনত কেডাৰনাথ যাত্ৰাত ১৭৫ টা ঘোঁৰা আৰু খচ্চৰ মৃত্যু হৈছিল চিকিৎসাৰ অভাৱ, Dehydration, খাদ্যৰ অভাৱৰ কাৰণে আৰু তাৰ লগতে জন্তুবোৰৰ পিঠিত অত্যাধিক বোজা দিয়াৰ কাৰণে। জন্তুবোৰ মৰিছে কিন্তু মালিকবোৰৰ পকেট গৰম হৈছে। তথ্য অনুসৰি ৪০ দিনত ঘোঁৰা আৰু খচ্চৰৰ মালিকৰ ৫৬ কোটি টকা আমদানি হয়। যদি আপুনি কেডাৰনাথ যাত্ৰা কৰিব বিছাৰে খোজকাঢ়ি যাত্ৰা কৰক নাইবা যদি টকা আছে হেলিকপ্টাৰেৰে যাত্ৰা কৰক। অমাত জন্তু এটাৰ জীৱনৰ সৈতে খেলি বা তাক হত্যা কৰি ভগৱান সন্তুষ্ট কৰিব যত্ন কৰাতো বেয়া কথা। আৰাধনাৰ নামত জীৱ জন্তুক অনুগ্ৰহ কৰি কষ্ট নিদিব।

শ্ৰী ৰঘুপতি First Day First Show  চালো। তাৰ পাছত  আকৌ এদিন চালো। তৃত্বীয় বাৰৰ বাবে আজি আকৌ এবাৰ। চতুৰ্থ বাৰলৈ পৰিয়ালৰ সৈ...
11/06/2023

শ্ৰী ৰঘুপতি First Day First Show চালো। তাৰ পাছত আকৌ এদিন চালো। তৃত্বীয় বাৰৰ বাবে আজি আকৌ এবাৰ। চতুৰ্থ বাৰলৈ পৰিয়ালৰ সৈতে যাবলৈ বাকী আছে। ইয়াৰ আগত মুক্তি প্ৰাপ্ত Pathan Movie খনত Interval ৰ আগতেই হল ত্যাগ কৰিছিলো।

Thanks To
Ravi Sarma Sir
এনেকুৱা এখন চিনেমা অসমবাসীক উপহাৰ দিয়াৰ বাবে 💪💪

21/03/2023

দেশৰ মানৱ সম্পদ গঢ়াৰ দ্বায়িত্ব আমাৰ শিক্ষাগুৰুসকলৰ হাতত।

08/12/2022

Monikanchan Vidya Mondir Jarabari

18/11/2022

জেৰেঙা পথাৰত 🙏

15/11/2022

তাই মোক চুৰী মাৰিলে || ভালকৈ নাজানো যদিওঁ অভিনয় মোৰ প্ৰিয় https://youtu.be/4UzDWMg28AM

10/11/2022

নয়ন নিলীমে "বন্ধু" চিনেমা খন 3Idiots ৰ পৰা Copy কৰিলে নেকি? My Review. Youtube Link- https://youtu.be/CF9UiGmdC8w

09/11/2022

অসমৰ সৰ্ববৃহৎ ভাওঁনা মহোৎসৱ কমিটি ভাওঁনা চৰাইবাহী ২০২২ youtube- https://youtu.be/GQ9tjlcyc2Y

07/11/2022

কমিটি ভাওনাৰ বৰ্ণাধ্য সাংস্কৃতিক শোভাযাত্ৰা।। Comittee Vauna Charaibahi 2022 Youtube- https://youtu.be/s0wN8rmZzgY

06/11/2022

কমিটি ভাওঁনাৰ প্ৰদৰ্শনী চাওঁ আহক Comittee Vauna Charaibahi 2022

04/11/2022

গাওঁখনত আজি কিয় ইমান আনন্দ? কমিটি ভাওনালৈ আহিব। youtube- https://youtu.be/LjQQTW7pa7Q

01/11/2022

মানুহ মাত্ৰেই ভুল হোৱাটো স্বাভাৱিক।।

Address


Alerts

Be the first to know and let us send you an email when Utpal Rajguru posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Utpal Rajguru:

Videos

Shortcuts

  • Address
  • Alerts
  • Contact The Business
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share