Debajani's Lifestyle & Kitchen

  • Home
  • Debajani's Lifestyle & Kitchen

Debajani's Lifestyle & Kitchen Only for Promotional video, contact me-8099092685
home remedy, Recipes, lifestyle and entertainment.
(4)

02/02/2025

সৰস্বতী পূজা স্পেচিয়েল এটা ফেচপেক/আজি নিশা লগাই থব পাৰিব/পুৰণা ফুলবোৰ পুনৰ ৰোপণ কৰিলোঁ/কি কি সাৰ দিছোঁ টাবত/

30/01/2025

এটা টিফিন ৰেচিপি/পাচলি নোখোৱা শিশুসকলক এনেদৰে বনাই দিলে পাচলি খাইছোঁ বুলি গমেই নাপাব/টিফিন শেষ কৰি আহিব/

29/01/2025

এখন ঘৰৰ বিয়া/আপোন মানুহবোৰ/দৰা-কইনাক এনেকৈয়ে আশীৰ্বাদ কৰিলোঁ/

এই বিয়াখন হেঁপাহৰ আছিল...আপোন মানুহখিনিক বহুদিনৰ পিছত একেলগে লগ পোৱাৰ হেঁপাহ...মোৰ ডাঙৰ বৰমাৰ ককায়েকৰ ঘৰত বিয়া,তাৰমান...
28/01/2025

এই বিয়াখন হেঁপাহৰ আছিল...আপোন মানুহখিনিক বহুদিনৰ পিছত একেলগে লগ পোৱাৰ হেঁপাহ...মোৰ ডাঙৰ বৰমাৰ ককায়েকৰ ঘৰত বিয়া,তাৰমানে মামাৰ ল’ৰা(চম্পক)ৰ বিয়া...
দৰাৰ বায়েক ৰিজু বাৰ লগত মোৰ মধুৰ সম্পৰ্ক।আগতে যেতিয়া কিবা অনুষ্ঠানত ৰিজু বা বৰ্তাৰ ঘৰলৈ যায়,মই লগ নেৰো।ইমান ধুনীয়া,ইমান মৰমীয়াল।এতিয়াও আমি ফোনত কথা পাতিলে কিমান সময় যে পাৰ হয়,কথা শেষ নহয়।কিমান বছৰৰ পিছত যে লগ পাইছোঁ।দেখা মাত্ৰকে সাৱটি ধৰিছে।বাৰ কলেজৰ ষ্টাফৰ লগতে সকলোৰে সৈতে চিনাকি কৰাই দিছে।সকলোৱে চিনি পাওঁ বুলি কোৱাত মনটো ভাল লাগি গ’ল...বৰ ভাললগা সময় কটালোঁ...তাতে মোৰ চাৰিগৰাকী পেহী আহিছে বিয়ালৈ,এগৰাকী পেহী আহিব নোৱাৰিলে।ডাঙৰ বা(বৰ্তাৰ ছোৱালী)ৰ পৰিয়াল সকলো একেলগ হ’লোঁ...

27/01/2025

এক লাখ ত্ৰিশ হাজাৰ টকাত এখন ঘৰৰ বাউণ্ডেৰী ৱাল হৈ গ’ল/যিটো কামৰ বাবে ছয় লাখ টকা প্ৰয়োজন আছিল/

26/01/2025

বিয়ালৈ যাবলৈ মা আৰু পেহীক ঘৰুৱা ফেচপেক এটা লগাই দিলোঁ/বিয়া বা আন অনুষ্ঠানলৈ যোৱাৰ আগত এইদৰে লগাই ধুনীয়া হৈ ল’ব পাৰিব/
https://linktr.ee/DBPM2

25/01/2025

আপোনাক লগ পাই বহুত ভাল লাগিল বাইদেউ...সামাজিক মাধ্যমৰ সৈতে জড়িত হৈ ইমান দিনে যি অভিজ্ঞতা বুটলিছোঁ,সেইখিনি ক’বলৈ চেষ্টা কৰিলোঁ।লগতে আপোনালৈ শুভকামনা জনালোঁ...আপোনাৰ পেজটোৱে জনপ্ৰিয়তা বুটলক...

25/01/2025

আমাৰ সপোনৰ ঘৰ এখন গঢ়িবৰ কাৰণে এটা কাম চাবলৈ গ’লোঁ/আমাৰ ঘৰখনত সেই কাম কৰাম বুলি ভাবিছোঁ/ক’ত বনাম আমাৰ নতুন ঘৰ/

24/01/2025

এজন অসমীয়া যুৱকে আৰম্ভ কৰিলে অত্যাধুনিক GYM/উত্তৰ পূৰ্বাঞ্চলৰ কোনো GYM ত নথকা মেচিন ইয়ালৈ আনিছে/কি কি সুবিধা আছে ইয়াত/গোলাঘাটবাসীৰ বাবে ভাল খবৰ/

23/01/2025

জটিল ৰোগ পৰ্যন্ত হ’ব পাৰে যুৱতী মহিলাসকলৰ/ধাতু যোৱা বা বগাস্ৰাৱ হৈছে নেকি/সাৱধান হওঁক/

22/01/2025

৯৯৯ টকাত বাইক,স্কুটি কিনি কম কমকৈ ইনষ্টলমেণ্ট দিব পাৰিব/চিভিল বেয়া হ’লেও ফাইনেন্স কৰি দিব/

21/01/2025

হঠাৎ মাতুৱে আপোনজনক হেৰুৱালে/যাবলৈ লৈ মোৰ এই অৱস্থা/মাহেকীয়াৰ সময়ত পেট বিষালে এইদৰে গাখীৰ খাওঁক/

19/01/2025

আয়ুৰ্বেদিক চিকিৎসাৰ কাৰণে জীৱন ঘূৰাই পালে বহুজনে/কিয় ইমান ৰোগীৰ ভীৰ এই ঠাইত/কি কি ৰোগৰ চিকিৎসা কৰে/

18/01/2025

বাঁহৰ দামত পাব এই ৱাল/নগাঁৱৰ পৰা সমগ্ৰ অসমত এই কাম কৰে/সেয়ে আজিকালি পালোৱান লৈ যাওঁ লগত/

কালি এটা কামৰ বাবে ঐতিহ্যনগৰী তেজপুৰলৈ গৈছিলোঁ।অলপ সময় উলিয়াই পুৰণি কীৰ্তিচিহ্ন চাবলৈ বুলি গড়দ’ল প্ৰত্নতাত্বিক স্থান আ...
17/01/2025

কালি এটা কামৰ বাবে ঐতিহ্যনগৰী তেজপুৰলৈ গৈছিলোঁ।অলপ সময় উলিয়াই পুৰণি কীৰ্তিচিহ্ন চাবলৈ বুলি গড়দ’ল প্ৰত্নতাত্বিক স্থান আৰু শিলৰ মন্দিৰৰ স্তুপ আৰু ধ্বংসাৱশেষ(ধ্বংসাৱশেষ দ-পৰ্ৱতীয়া) আৰু অগ্নিগড়লৈ গ’লোঁ।জোনাককো অলপমান বুজাবলৈ চেষ্টা কৰিলোঁ।

16/01/2025

গুৰিয়াই গুৰিয়াই ৱাল ভাঙিবলৈ চেষ্টা/এক লাখ টকাৰ কাম ত্ৰিশ হাজাৰত হোৱাৰ কাৰণে এই অৱস্থা/Readymade boundary wall ঘৰত চাই চিতিহে লগাব/

14/01/2025

মাঘ বিহুত গাঁৱৰ ঘৰলৈ আকৌ নতুন ফাৰ্নিচাৰ কিনিলোঁ/অৱশেষত গাঁৱৰ ঘৰত আমাৰ ৰূমটো সম্পূৰ্ণ হ’লগৈ/আমি নিজে খন্দোৱা পুখুৰীৰ মাছেৰে এইবাৰ উৰুকাৰ খানা/

13/01/2025

এখন অগতানুগতিক বিয়া/দপদপকৈ একুৰা জুই/দৰা-কইনাই সকলো অতিথিক দিলে এখনকৈ পত্ৰ/কি বাৰ্তা আছে এই পত্ৰখনত/

Address


Website

Alerts

Be the first to know and let us send you an email when Debajani's Lifestyle & Kitchen posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Debajani's Lifestyle & Kitchen:

Videos

Shortcuts

  • Address
  • Alerts
  • Contact The Business
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share