Islamic Page assam

  • Home
  • Islamic Page assam

Islamic Page assam i love india

04/01/2023
 #শোকবাৰ্তা😭😭😭😭উদমাৰী নিবাসী আলহাজ শ্বেখ হজৰত মৌলানা মৰহুম মশ্বৰফ আলী ৰহঃ-ৰ জেষ্ঠ সন্তান; পূব উদমাৰী জামে মছজিদৰ প্ৰাক্ত...
03/01/2023

#শোকবাৰ্তা😭😭😭😭

উদমাৰী নিবাসী আলহাজ শ্বেখ হজৰত মৌলানা মৰহুম মশ্বৰফ আলী ৰহঃ-ৰ জেষ্ঠ সন্তান; পূব উদমাৰী জামে মছজিদৰ প্ৰাক্তন সভাপতি আৰু প্ৰায় 15 বছৰ ধৰি এশ্বাতুল ইছলাম ৰৌৱাৰপাৰ মাদ্ৰাছাৰ প্ৰধান খাদিম হিচাপে কাম কৰি থকা মোঃ #ফৰিজ_উদ্দিন চাহাবে কালি সন্ধিয়া হঠাতে হাৰ্ট এটেক কৰে আৰু লগে লগে নগাঁও মেট্ৰ' হস্পিটেলত উন্নত চিকিৎসাৰ বাবে ভৰ্তি কৰা হয় যদিও পৰিশেষত আজি ৰাতি ০৩:০০ বজাত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে।
মাদ্ৰাছাৰ বৰ্ডিঙৰ বাবে দিবা-ৰাত্ৰি অশেষ মেহনত কৰা ফৰিজ উদ্দিন চাহাব ডবকা, গণিপুৰ, ৰৌৱাৰপাৰ, সদৰগাওঁ, উদমাৰি, যমুনা গাওঁ, আমবাৰী আদি অঞ্চলৰ সকলো মানুহৰ এক পৰিচিত নাম।
বৰ অমায়িক স্বভাৱৰ বিশেষ এই ব্যক্তিজনাৰ বিয়োগত বাৰুকৈয়ে মৰ্মাহত হৈছোঁ।
তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোক সন্তুপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।
মহান আল্লাহ পাকে তেখেতক জান্নাতুল ফিৰদৌছ নছিব কৰক।
আমিন।।
মৰহুমৰ জানাজৰ নামাজৰ সময়সীমা পৰৱৰ্তী সময়ত জনোৱা হ'ব।

02/01/2023
Mashallah
01/01/2023

Mashallah

31/12/2022

Moulana ali Ahmed

27/12/2022

Jalsa

Sangathan boycot কৰিব লাগে
22/12/2022

Sangathan boycot কৰিব লাগে

22/12/2022

Mashalla

21/12/2022

ভোট দিবলৈ বয়স লাগে ১৮বছৰ 🤨😗😗
আৰু বিয়া পাতিবলৈ বয়স লাগে ২১ বছৰ
কাৰনটো হ'ল দেশ চলোৱাতকৈ পত্নীক চলাবলৈ বেছি কঠিন। ☺

20/12/2022

বোৱাৰী পলাই যোৱা বন্ধ কৰক মামা

19/12/2022

Doboka Sports Association য়ে ভূয়া প্ৰচাৰ চলোৱাৰ বাবে দ্বিক্কাৰ জনাইছোঁ। লগতে টিকট বিক্ৰীৰ বাবে ৰাইজৰ আৱেগক লৈ খেলাৰ বাবে তেওঁলোকৰ মানসিকতাৰ বিষয়ে জানিব পৰা গৈছে।

18/12/2022

_ৰাছুলুল্লাহ চাল্লাল্লাহু আ'লাইহি ৱা ছাল্লামে কৈছেঃ "মানুহে যেতিয়া কোনো গুনাহৰ কাম কৰে, তেতিয়া তাৰ অন্তৰত এটা ক'লা দাগ বহি যায়। বগা কাপোৰত হঠাৎ ক'লা দাগ বহিলে যেনে বেয়া লাগে, তেনেকৈ প্ৰথম অৱস্থাত অন্তৰত পাপ কৰ্মৰ দাগেও অস্বস্তিৰ সৃষ্টি কৰে। এই অৱস্থাত যদি সেই ব্যক্তিয়ে তওবা নকৰে আৰু পাপ কৰি থাকে, তেন্তে লাহে লাহে দাগ পৰি পৰি গোটেই অন্তৰ ক'লা পৰি যায়। এনে স্থলত তাৰ অন্তৰৰ পৰা ভাল-বেয়াৰ পাৰ্থক্য সম্পৰ্কিত অনুভূতি পৰ্যন্ত লুপ্ত হৈ যায়।"_

*(তিৰমিজী, ৩৩৩৪; ইবনে মাজাহ, ৪২৪৪)*
*United Muslimah*

Mashallah Allah aapko lambi Umar de Hamesha salamat rakhe
17/12/2022

Mashallah Allah aapko lambi Umar de Hamesha salamat rakhe

[12/16, 7:55 PM] +91 95312 46624: _আবু যাৰ জুনদুব ইবন জুনাদাহ আৰু আবু আব্দুৰ ৰাহমান মু'আয ইবন জাবাল ৰাজি আল্লাহু 'আনহুমা...
16/12/2022

[12/16, 7:55 PM] +91 95312 46624: _আবু যাৰ জুনদুব ইবন জুনাদাহ আৰু আবু আব্দুৰ ৰাহমান মু'আয ইবন জাবাল ৰাজি আল্লাহু 'আনহুমাৰ পৰা বৰ্ণিত আছে, তেওঁলোকে কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু 'আলাইহি ৱা ছাল্লামে কৈছেঃ_

_তুমি য'তেই যি অৱস্থাত নাথাকা কিয়, আল্লাহক ভয় কৰা আৰু প্ৰত্যেক বেয়া কামৰ পাছত ভাল কাম কৰা, যিটো বেয়াক মচি পেলাব; আৰু মানুহৰ লগত ভাল ব্যৱহাৰ কৰা।_

*(তিৰমিজীঃ ১৯৮৭)*
*United Muslimah*
[12/16, 7:55 PM] +91 95312 46624: 🌹Hazrat abu zar razi Allah anhu se rewayat hai ke jab Rasool Allah ﷺ raat mein apne bistar par letne jaate to kehte _*Allahumma bismika amutu wa ahya*_ ”Ae Allah main tere hi naam se marta hu aur tere hi naam se zindah hota hu.
Aur jab subah hoti toh ye dua farmate _*Al-hamdu lil-lahillazi ahyana ba'da ma ama atana, wa ilaihin-nushur*_ "tamam tareefen is Allah ke liye hain jis ne hame mout ke baad zindagi bakhshi aur isi ki taraf hum ko jana hai."

🌹Narrated Hazrat Abu Dhar r.a: Whenever the Prophet ﷺ lay on his bed, he used to say: _*Allahumma bismika amutu wa ahya,*_ "O Allah, in Your name I live and die".
and when he woke up he would say: _*Al-hamdu lil-lahilladhi ahyana ba'da ma ama atana, wa ilaihin-nushur.*_ "All praise is for Allah who gave us life after causing us to die, and unto Him is the resurrection".

📚 _*Sahih Al Bukhari: jild 8, kitab Al Dua 80, hadith no. 6325*_

●•~•~•~•~•~•~•~•~•~•~

16/12/2022

Assam

15/12/2022

China murdabad

11/12/2022

Bharat jodo yatra Assam Dibrugarh Moran

Munafiq হয়
10/12/2022

Munafiq হয়

09/12/2022

Aurangabad istema

Inna lillahi wa Inna ilayhi raji'un ডবকাৰ শ্বাহ নেৱাজৰ বিদ্যুৎ বিসংগতিত আকস্মিক মৃত্যু।ৰাতি ৮.১৫ মিনিটত জনাজাৰ নামাজ আদা...
07/12/2022

Inna lillahi wa Inna ilayhi raji'un
ডবকাৰ শ্বাহ নেৱাজৰ বিদ্যুৎ বিসংগতিত আকস্মিক মৃত্যু।
ৰাতি ৮.১৫ মিনিটত জনাজাৰ নামাজ আদায় কৰা হব।

06/12/2022
05/12/2022

হজৰত আবু সাঈদ খুদৰী আৰু আবু হুৰাইৰা ৰাজি আল্লাহু আনহুমাৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আ'লাইহি ৱা ছাল্লামে কৈছে, "মুছলিম বান্দাৰ ওপৰত বেমাৰ-আজাৰ, দুখ-কষ্ট, দুর্ভাবনা যিয়ে আহে, আনকি যদি এটা কাঁইটো তাৰ গাত বিন্ধে, তাৰ বিনিময়ত আল্লাহে তাৰ গুনাহসমূহ ক্ষমা কৰি দিয়ে।"
*(বুখাৰী, মুছলিম, তিৰমিজী, আবু দাউদ)*

বেমাৰ মু'মিনৰ বাবে আশীৰ্বাদ। কাৰণ স্বাস্থ্য আৰু অসুস্থতা দুয়োটা আল্লাহৰ নিয়ামত, আল্লাহৰ দান।
কিন্তু চৰ্ত হ’ল বিপদত আল্লাহৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখিব লাগে। এই বেমাৰ কোনো দাসৰ বাবে অভিশাপ নহয়। যেতিয়া কোনো মু'মিনৰ বেমাৰ হয় আৰু তেওঁ ধৈৰ্য ধৰে, তেতিয়া তেওঁ আল্লাহৰ পৰা অসাধাৰণ ফল পায়।

আল্লাহে পৱিত্ৰ ক্বুৰআনত কৈছে,
"আৰু আমি তোমালোকক নিশ্চয় পৰীক্ষা কৰিম অলপ ভয়-ভীতি, ভোক আৰু ধন-সম্পদ, জীৱন আৰু ফচলৰ ক্ষয়-ক্ষতিৰ দ্বাৰা; আৰু তুমি ধৈৰ্যশীলসকলক সুসংবাদ দিয়া--
যিসকলে বিপদত আক্ৰান্ত হ’লে কয়, ‘আমিতো আল্লাহৰেই, আৰু নিশ্চয় আমি তেওঁৰ পিনেই প্ৰত্যাৱৰ্তনকাৰী’।"
*(ছুৰাহঃ বাক্বাৰাহ, আয়াতঃ ১৫৫-১৫৬)*
*United Muslimah*

Address

Https://youtube. Com/shorts/U3yPlLoB6Qo?feature=share

Telephone

+919365367332

Website

Alerts

Be the first to know and let us send you an email when Islamic Page assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Islamic Page assam:

Videos

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share