Creative Assam

  • Home
  • Creative Assam

Creative Assam Hi, all page visitors. Share we us and we are here to support you.

We wellcomes with a very warmheart, If you are here then you are in a right plateform where you can openly share your ideas and knowledge, which no one easily hear or accept.

Logon ne mujshe bataya ki waqt badal jata hain,           Aur waqt ne mujshe bataya ki log bhi badal jaate hai....Jo ins...
03/06/2020

Logon ne mujshe bataya ki waqt badal jata hain, Aur waqt ne mujshe bataya ki log bhi badal jaate hai....

Jo insaan Wada ke pakka nahi Yekeen maano wo bharose ke bhi Layak nahi

Dosti to zindegi ka ek khubsurat lamha hai, Yeh sab rishton se

Logon ne mujshe bataya ki waqt badal jata hain, Aur waqt ne mujshe bataya ki

থাইলেণ্ডৰ গৱেষণাই লাভ কৰিছে সফলতা, আনিছে আশাৰ ৰেঙনি ৷ COVID-19ৰ ভেকচিন প্রস্তুত কৰি এন্দুৰৰ শৰীৰত কৰা হৈছিল পৰীক্ষা , আৰ...
25/05/2020

থাইলেণ্ডৰ গৱেষণাই লাভ কৰিছে সফলতা, আনিছে আশাৰ ৰেঙনি ৷ COVID-19ৰ ভেকচিন প্রস্তুত কৰি এন্দুৰৰ শৰীৰত কৰা হৈছিল পৰীক্ষা , আৰু এই পৰীক্ষাত সফলতা লাভ কৰিছে থাইলেণ্ডৰ গৱেষকে ৷শনিবাৰৰ পৰা বান্দৰৰ ওপৰত এই ভেকচিনৰ পৰীক্ষাৰ কাম আৰম্ভ কৰা হৈছে৷ছয়-সাত মাহৰ ভিতৰত COVID-19ৰ ভেকচিন প্রস্তুত হৈ উঠিব পাৰে বুলি দাবী কৰে থাইলেণ্ডৰ

থাইলেণ্ডৰ গৱেষণাই লাভ কৰিছে সফলতা, আনিছে আশাৰ ৰেঙনি ৷ COVID-19ৰ ভেকচিন প্রস্তুত কৰি এন্দুৰৰ শৰীৰত

ইনষ্টাগ্ৰাম লাইভৰ জৰিয়তে অভিনেত্ৰী ছানী লিয়নীয়ে কয় যে,‘যদি মই লাকী তেন্তে নিশ্চয় মোৰ এই সপোন পূৰণ হ’ব।’ইমৰাণ হাছমীৰ স...
25/05/2020

ইনষ্টাগ্ৰাম লাইভৰ জৰিয়তে অভিনেত্ৰী ছানী লিয়নীয়ে কয় যে,‘যদি মই লাকী তেন্তে নিশ্চয় মোৰ এই সপোন পূৰণ হ’ব।’ইমৰাণ হাছমীৰ সৈতে অভিনয় কৰাৰ মন অভিনেত্ৰীগৰাকীৰ।২০১৭ চনত ‘বাদশ্বাহো’ ছবিত প্ৰিয়া মোৰে গীতত ইমৰাণ হাছমী আৰু ছানী লিয়নীয়ে একেলগে অভিনয় কৰিছিল ।

ইনষ্টাগ্ৰাম লাইভৰ জৰিয়তে অভিনেত্ৰী ছানী লিয়নীয়ে কয় যে,‘যদি মই লাকী তেন্তে নিশ্চয় মোৰ এই সপোন

ছচিয়েল মিডিয়াত ভাইৰেল হৈছে পাট কাপোৰেৰে ডিজাইন কৰা মাস্ক।জানিব পৰা মতে বিয়াত দৰা–কইনা পৰিধান কৰাৰ বাবে এক বিশেষ মাস্ক...
24/05/2020

ছচিয়েল মিডিয়াত ভাইৰেল হৈছে পাট কাপোৰেৰে ডিজাইন কৰা মাস্ক।জানিব পৰা মতে বিয়াত দৰা–কইনা পৰিধান কৰাৰ বাবে এক বিশেষ মাস্ক ডিজাইন কৰিছে ফেশ্বন ডিজাইনাৰ নন্দিনী বৰকাকতিয়ে।

ছচিয়েল মিডিয়াত ভাইৰেল হৈছে পাট কাপোৰেৰে ডিজাইন কৰা মাস্ক।জানিব পৰা মতে বিয়াত দৰা–কইনা পৰিধান কৰাৰ

আকৌ COVID-19 ধৰা পৰিছে ৪জন লোকৰ দেহত । দুজন তেজপুৰত কোৱাৰেণ্টাইন হৈ থকা চিৰাং জিলাৰ আৰু দুজন যোৰহাটৰ। ৫৭জন ৰোগীয়ে অসমত ...
24/05/2020

আকৌ COVID-19 ধৰা পৰিছে ৪জন লোকৰ দেহত । দুজন তেজপুৰত কোৱাৰেণ্টাইন হৈ থকা চিৰাং জিলাৰ আৰু দুজন যোৰহাটৰ। ৫৭জন ৰোগীয়ে অসমত আৰোগ্য লাভ কৰিছে ।

আকৌ COVID-19 ধৰা পৰিছে ৪জন লোকৰ দেহত । দুজন তেজপুৰত কোৱাৰেণ্টাইন হৈ থকা চিৰাং জিলাৰ

সংবাদমেলৰ জৰিয়তে EMI আগষ্ট মাহলৈকে আদায়  দিব নালাগে বুলি জনাই ,RBI গৱৰ্নৰ শক্তিকান্ত দাসে। ৰেপ’ ৰেটত ০.৪০শতাংশ কৰ্তন ক...
22/05/2020

সংবাদমেলৰ জৰিয়তে EMI আগষ্ট মাহলৈকে আদায় দিব নালাগে বুলি জনাই ,RBI গৱৰ্নৰ শক্তিকান্ত দাসে। ৰেপ’ ৰেটত ০.৪০শতাংশ কৰ্তন কৰা হৈছে। । লগতে RBIয়ে ৰিভাৰ্চ ৰেপ’ ৰেট ৩.৭৫শতাংশ হ্ৰাস কৰি ৩.৩৫ শতাংশ কৰিছে। সুতৰ হাৰত ০.৪০শতাংশ কৰ্তন কৰি ৪শতাংশ কৰা হৈছে।ইয়াৰ ফলত সকলো ধৰণৰ লোনৰ ওপৰত EMI কমি যাৱ । ইয়াৰ পূৰ্বে মাৰ্চ মাহতো ৰেপ’ ৰেট ০.৭৫শতাংশ

সংবাদমেলৰ জৰিয়তে EMI আগষ্ট মাহলৈকে আদায় দিব নালাগে বুলি জনাই ,RBI গৱৰ্নৰ শক্তিকান্ত দাসে। ৰেপ’ ৰেটত ০.৪০শতাংশ কৰ্ত.....

বিধায়ক ৰকিবুল হুছেইনৰ এখন  ফটো ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে।ফটো খনত বিধায়ক জনক PPE কি...
22/05/2020

বিধায়ক ৰকিবুল হুছেইনৰ এখন ফটো ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে।ফটো খনত বিধায়ক জনক PPE কিট পিন্ধি আহাৰ গ্ৰহণ কৰা দেখা গৈছিল।বিধায়কজনক প্ৰৱল বৰষুণৰ মাজতো PPE কিট পিন্ধি সমষ্টিৰ বহু ঠাইত ছেনিটাইজ কৰাও দেখা গৈছিল।কিন্তু এইবাৰ আকৌ ব্যতিক্রমি দৃশ্য ,ফটো খনত বিধায়ক জনক PPE কিট পিন্ধি আহাৰ গ্ৰহণ কৰা দেখা গৈছিল।বিধায়কগৰাকীয়ে PPE কিট পিন্ধি আহাৰ গ্ৰহণ কৰা ফটো

বিধায়ক ৰকিবুল হুছেইনৰ এখন ফটো ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে।ফটো খনত বিধায়ক জ.....

COVID-19 পজিটিভ পোৱা গ'ল তেজপুৰৰ জ’নেল কোৱাৰেণ্টাইনত থকা দুজন লোকৰ দেহত। তেওঁলোকৰ এজনৰ ঘৰ ওদালগুৰিত আৰু আনজনৰ ঘৰ ঢকুৱাখন...
22/05/2020

COVID-19 পজিটিভ পোৱা গ'ল তেজপুৰৰ জ’নেল কোৱাৰেণ্টাইনত থকা দুজন লোকৰ দেহত। তেওঁলোকৰ এজনৰ ঘৰ ওদালগুৰিত আৰু আনজনৰ ঘৰ ঢকুৱাখনাত।

COVID-19 পজিটিভ পোৱা গ’ল তেজপুৰৰ জ’নেল কোৱাৰেণ্টাইনত থকা দুজন লোকৰ দেহত। তেওঁলোকৰ এজনৰ ঘৰ ওদালগুৰিত আৰু আনজনৰ ঘৰ ঢকুৱ....

বিহাৰত  প্ৰব্ৰজিত শ্ৰমিকসকলৰ কাৰণে প্ৰস্তুত কৰা কোৱাৰানটাইন চেণ্টাৰ যেন এতিয়া গাঞ্জা পাৰ্টী আদ্দাহে।একাংশ শ্ৰমিকে কোৱাৰা...
20/05/2020

বিহাৰত প্ৰব্ৰজিত শ্ৰমিকসকলৰ কাৰণে প্ৰস্তুত কৰা কোৱাৰানটাইন চেণ্টাৰ যেন এতিয়া গাঞ্জা পাৰ্টী আদ্দাহে।একাংশ শ্ৰমিকে কোৱাৰানটাইন চেণ্টাৰত গাঞ্জা পাৰ্টী কৰা কাণ্ড সংঘটিত হৈছে বিহাৰৰ কাটিহাৰত। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিও যত দেখিব পোৱা গৈছে একাংশ শ্ৰমিকৰ অমানৱীয়তাৰ ছবি।

স্থানীয় ৰাইজে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰা মতে, ইতিমধ্যে ভাং খাই থকা এজন যুৱক COVID-19 পজিটিভ ওলাইছে আৰু

বিহাৰত প্ৰব্ৰজিত শ্ৰমিকসকলৰ কাৰণে প্ৰস্তুত কৰা কোৱাৰানটাইন চেণ্টাৰ যেন এতিয়া গাঞ্জা পাৰ্টী আদ্দাহে।একাংশ শ্ৰ.....

আৰু ৩ জন নতুন আক্ৰান্ত, মুঠ আক্ৰান্তৰ সংখ্যা ১৫৭লৈ বৃদ্ধি অসমত । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে জনাইছে সৰুসজাই ক...
20/05/2020

আৰু ৩ জন নতুন আক্ৰান্ত, মুঠ আক্ৰান্তৰ সংখ্যা ১৫৭লৈ বৃদ্ধি অসমত । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে জনাইছে সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰত আছিল আটাইকেইজন ।

আৰু ৩ জন নতুন আক্ৰান্ত, মুঠ আক্ৰান্তৰ সংখ্যা ১৫৭লৈ বৃদ্ধি অসমত । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে জনাইছে স.....

নতুন নিৰ্দেশনা জাৰি কৰিছে মুখ্য সচিব সঞ্জয় কৃষ্ণৰ অনুমোদনৰ ভিত্তিত সাধাৰণ প্ৰশাসন বিভাগে  ------১) এশ শতাংশই উপস্থিত থা...
20/05/2020

নতুন নিৰ্দেশনা জাৰি কৰিছে মুখ্য সচিব সঞ্জয় কৃষ্ণৰ অনুমোদনৰ ভিত্তিত সাধাৰণ প্ৰশাসন বিভাগে ------

১) এশ শতাংশই উপস্থিত থাকিব লাগিব চৰকাৰী ৰাজপত্ৰিত বিষয়া নিজ নিজ কাৰ্যালয়ত পুৱা ৯.৩০বজাৰ পৰা আবেলি ৫বজালৈকে ।২) মহিলা কৰ্মচাৰী আৰু দিব্যাংগ কৰ্মচাৰীসকলক লৈ ৫০শতাংশ কৰ্মচাৰীয়ে পুৱা ৯.৩০বজাৰ পৰা আবেলি ৩.৩০বজালৈকে

নতুন নিৰ্দেশনা জাৰি কৰিছে মুখ্য সচিব সঞ্জয় কৃষ্ণৰ অনুমোদনৰ ভিত্তিত সাধাৰণ প্ৰশাসন বিভাগে —— ১) এশ শতাংশই উপস্থি...

অসমতো বংগোপ সাগৰত উৎপত্তি হোৱা  আমফানক লৈ  জাৰি কৰা হৈছে সতৰ্কবাণী। বতৰ বিজ্ঞান বিভাগে ব্যক্ত কৰিছে যে আজি দুপৰীয়া বা স...
20/05/2020

অসমতো বংগোপ সাগৰত উৎপত্তি হোৱা আমফানক লৈ জাৰি কৰা হৈছে সতৰ্কবাণী। বতৰ বিজ্ঞান বিভাগে ব্যক্ত কৰিছে যে আজি দুপৰীয়া বা সন্ধিয়াৰ ভাগলৈ এই ছুফাৰ ছাইক্ল’ন আমফানে পশ্চিম বংগত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে।হাই এলাৰ্ট জাৰি কৰা হৈছে পশ্চিম বংগত ,পুৱাৰে পৰা ওড়িশাৰ পাৰাদীপত প্ৰতি ঘণ্টাত ৮২ কিলোমিটাৰ গতিত বতাহ বলি আছে বুলি কোৱা হৈছে। পশ্চিম বংগ আৰু ওড়িশাৰ কিছু এলেকা খালী কৰোৱা হৈছে।ওড়িশা আৰু পশ্চিম

অসমতো বংগোপ সাগৰত উৎপত্তি হোৱা আমফানক লৈ জাৰি কৰা হৈছে সতৰ্কবাণী। বতৰ বিজ্ঞান বিভাগে ব্যক্ত কৰিছে যে আজি দুপৰীয়...

অসমত নতুনকৈ আৰু ১৪ জন COVID -19ত আক্রান্ত  ,তাৰে ৭ জন কামৰুপ,২ জন হোজাই ,২ জন বিশ্বনাথ ,১জন নগাওঁ,২জন নলবাৰীৰ মুঠ ১৩৫ জন...
19/05/2020

অসমত নতুনকৈ আৰু ১৪ জন COVID -19ত আক্রান্ত ,তাৰে ৭ জন কামৰুপ,২ জন হোজাই ,২ জন বিশ্বনাথ ,১জন নগাওঁ,২জন নলবাৰীৰ মুঠ ১৩৫ জনলৈ বৃদ্ধি অসমত

অসমত নতুনকৈ আৰু ১৪ জন COVID -19ত আক্রান্ত ,তাৰে ৭ জন কামৰুপ,২ জন হোজাই ,২ জন বিশ্বনাথ ,১জন নগাওঁ,২জন নলবাৰীৰ মুঠ ১৩৫ জনলৈ বৃ...

কেন্দ্ৰই সীমিত সংখ্যাত কৰ্মচাৰীৰ সৈতে কাৰ্যালয় খোলাৰ অনুমতি প্ৰদান কৰিছে ।  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে কা...
19/05/2020

কেন্দ্ৰই সীমিত সংখ্যাত কৰ্মচাৰীৰ সৈতে কাৰ্যালয় খোলাৰ অনুমতি প্ৰদান কৰিছে । স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে কাৰ্যালয়ৰ কাৰণে গাইডলাইন্স জাৰি ।

কেন্দ্ৰই সীমিত সংখ্যাত কৰ্মচাৰীৰ সৈতে কাৰ্যালয় খোলাৰ অনুমতি প্ৰদান কৰিছে । স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্...

আৰক্ষীয়ে দুই ড্ৰাগছ ব্যৱসায়ীক ৪৫০ গ্ৰাম আফিং ,৭ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন  আৰু নগদ ধনসহ এখন বিলাসী বাহনৰ সৈতে ৰঙিয়াৰ বা...
18/05/2020

আৰক্ষীয়ে দুই ড্ৰাগছ ব্যৱসায়ীক ৪৫০ গ্ৰাম আফিং ,৭ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন আৰু নগদ ধনসহ এখন বিলাসী বাহনৰ সৈতে ৰঙিয়াৰ বালাগাঁৱৰ পৰা আটক কৰে।ৰঙিয়া মহকুমাৰ আৰক্ষী বিষয়া কংকনজোতি নাথ আৰু ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত এই অভিযান সক্ষম হৈছে ।

আৰক্ষীয়ে দুই ড্ৰাগছ ব্যৱসায়ীক ৪৫০ গ্ৰাম আফিং ,৭ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন আৰু নগদ ধনসহ এখন বিলাসী বাহনৰ সৈতে ৰঙি.....

দেওবাৰে প্ৰধানমন্ত্ৰী সংবাদমেলৰ বৈঠকত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে, " গঢ়ি তুলা হ’ব সকলো জিলাতে এখনকৈ পাব্লিক হে...
18/05/2020

দেওবাৰে প্ৰধানমন্ত্ৰী সংবাদমেলৰ বৈঠকত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে, " গঢ়ি তুলা হ’ব সকলো জিলাতে এখনকৈ পাব্লিক হেলথ লেৱৰেটৰী । প্ৰতিটো ব্লকতে নিৰ্মাণ কৰা হ’‍‍‍ব এখনকৈ পাব্লিক হেলথ ইউনিট । যিয়ে COVID-19 বিৰুদ্ধে মোকাবিলা কৰাত সহজ কৰি তুলিব।প্ৰতিখন জিলাত প্ৰতিখন সৰু বৰ চহৰত নিৰ্মাণ কৰা হ’ব এখনকৈ সংক্ৰামক ৰোগ প্ৰতিৰোধৰ বাবে চিকিত্‍সালয় । কেৱল COVID-19 বুলিয়েই নহয়, যিকোনো ধৰণৰ

দেওবাৰে প্ৰধানমন্ত্ৰী সংবাদমেলৰ বৈঠকত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে, ” গঢ়ি তুলা হ’ব সকলো জিলাতে এখনকৈ প....

Address


Alerts

Be the first to know and let us send you an email when Creative Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Creative Assam:

Shortcuts

  • Address
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share