বজালীত উদযাপন শংকৰদেৱৰ তিৰোভাব তিথি । আধ্যাত্মিক পাঠক খগেন চন্দ্র ৰয়ৰ অভিনব কৌশল প্ৰদৰ্শন ।
বজালীৰ ঘটবৰ সাদেৰীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাব তিথি উপলক্ষে ৰজাদিনীয়া বৰপুখুৰীত প্ৰায় দুঘন্টা সময় পানীত উপঙি থাকি গুণমালা আৰু শ্ৰীকৃষ্ণ গীতা পাঠ কৰিলে বিশিষ্ট আধ্যাত্মিক পাঠক খগেন চন্দ্র ৰয়ে ।
#Assam #Bajali #SrimantaSankarDev
#VIDEO | শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাতপতিত গুৱাহাটী-তিনিচুকীয়া অভিমুখী যাত্ৰা কৰা এখন নৈশ বাছ । দুৰ্ঘটনাটোত কমেও ৮ জন লোক আহত হয় ।
#BusAccident #sivsagar #Guwahati #tinsukia
#VIDEO | বাংগালুৰু-মাইচুৰু ৰাষ্ট্ৰীয় ঘাইপথত কৃত্ৰিম বান ।
#BengaluruRains #Bengaluru #BengaluruMysuruHighway #karnataka
#VIDEO | ইটাৱাৰ ৰে'লৱে ক্ৰছিং ট্ৰেকত অঘটন । চাওক সম্পূৰ্ণ ভিডিঅ' । ৰে'ল লাইন ক্ৰছ কৰোতে সদায় সাৱধান হ'ব ।
#Etawah #UttarPradesh #RailwayCrossing #ViralVideos #SocialMedia
নতুনকৈ সংস্থাপিত ট্ৰেফিক ছিগনেল লাইটত খুন্দা ভুল দিশৰে অহা এখন ডাম্পাৰৰ । পাঞ্জাবাৰীৰ দিশৰ পৰা আহিছিল বাহনখন ।
ভুল দিশেৰে অহাৰ বাবেই নাম্বাৰ প্লেট ডিটেক্ট কৰাত ব্যৰ্থ হয় ANPR মিটাৰে । ইতিমধ্যে ঘটনাটো সন্দৰ্ভত তদন্ত চলাই থকা হৈছে ।
#Guwahati #trafficsignal
মালিগাঁৱৰ বৰীপৰা বলভদ্ৰ ওজা হাইস্কুল একত্ৰিকৰণক লৈ উদ্বেগ
প্ৰকাশ শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ...
#Guwahati #BalabhadraOjaHighSchool #Maligaon
তেজপুৰ চহৰৰ মাজমজিয়াত বন্যহস্তীৰ বিচৰণ ।
Source : Santosh Kalita
#Tezpur #wildelephant #Assam #gplusassamese
• নিশাৰ মহানগৰীৰ গণেশগুৰিত মূমূৰ্ষ অৱস্থাত উদ্ধাৰ এজন লোক ।
• তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত গণেশগুৰি উৰণীয়া সেতুৰ তলত উদ্ধাৰ হয় লোকজন ।
• দ্ৰুতবেগী বাহনে খুন্দিয়াই থৈ পলায়ন কৰা বুলি জানিব পৰা গৈছে ।
• কাকুল কোঁৱৰ বুলি চিনাক্ত কৰা হৈছে লোকজনক ।
• 3RD APBn ৰ কনিষ্টবল হিচাপে কৰ্মৰত লোকজন ।
• ইতিমধ্যে দিশপুৰ আৰক্ষী ঘটনাস্থলীত থকা CCTV ৰ ফুটেজ চাই আৰম্ভ কৰিছে সমগ্ৰ ঘটনাৰ তদন্ত ।
#Guwahati #Ganeshguri #DispurPolice #InjuredPerson #Assam
বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰত অঘটন । বিমানবন্দৰৰ এৰাইভেলত লাগেজ বেল্টৰ ওচৰত এজন যুৱকক দংশন কৰিলে এডাল সাপে । যুৱকজনৰ নাম হৈছে মণ্টু বৈশ্য ।
মণ্টু বৈশ্য বিমানবন্দৰৰ কৰ্মচাৰী । যুৱকজনক ততাতয়াকৈ লৈ যোৱা হয় আজাৰা প্ৰাথমিক চিকিৎসালয়লৈ । অৱশেষত উদ্ধাৰ কৰা হয় সাপডাল ।
#Snake #GuwahatiAirport
* উজানবজাৰত অভিনেতা জয়ন্ত দাসক দুৰ্ব্যৱহাৰ কৰা অসম আৰক্ষীৰ বাহনৰ চালকক অৱশেষত গ্ৰেপ্তাৰ ।
* ছ'চিয়েল মিডিয়াত দুখ প্ৰকাশ কৰি ন্যায় বিচাৰি মুখ্যমন্ত্ৰীক আহ্বান জনাইছিল অভিনেতাগৰাকীয়ে ।
#JayantaDas #Guwahati #AssameseActor
মধ্য প্ৰদেশৰ এখন গাঁৱত হেণ্ড পাম্পৰ পৰা পানীৰ সৈতে নিৰ্গত হৈছে জুই । ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’ ।
কছাৰ ছত্ৰপুৰ জিলাৰ বাক্সৱাহা পঞ্চায়তৰ পৰা ১০ কিলোমিটাৰ দূৰত অৱস্থিত অঞ্চলটো । অঞ্চলটোৰ বিষয়াসকলক অস্বাভাৱিক দৃশ্যৰ বিষয়ে অৱগত কৰা হৈছে ।
#MadhyaPradesh #Kachharvillage #Buxwaha #ChhatarpurDistrict #HandPump #India #Viralvideos #SocialMedia
LIVE I হেঙাৰাবাৰীত মুখ্যমন্ত্ৰী অমৃত উদ্যনৰ উদ্বোধনী অনুষ্ঠান ।
LIVE | Assam CM inspecting Kamrup (M) DC office building
#LIVE | পুৰণি পানবজাৰস্থিত কামৰূপ (মেট্ৰ') জিলা উপায়ুক্ত কাৰ্যালয় ভৱন পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।
LIVE I Tour around Amrit Udyan in Hengrabari
#LIVE I হেঙাৰাবাৰীত অৱস্থিত অমৃত উদ্যানৰ পৰা লাইভ ।
#Guwahati
উৎকট গৰম !
অপত্য স্নেহ!
#Summer #Assam #Monkey
গুৱাহাটীৰ ভঙাগড়ত অৱস্থিত এখন বিৰয়ানি দোকানত অগ্নিকাণ্ড । পুৱা প্ৰায় ১০.৩০ বজাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা । প্ৰাৰম্ভিক তথ্য় অনুসৰি দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সূত্ৰপাত হয় অগ্নিকাণ্ডৰ ।
#Guwahati #FireIncident
মুষলধাৰ বৰষুণ আৰু কৃত্ৰিম বানৰ ফলত হিমাচল প্ৰদেশৰ কাংৰা জিলাৰ পাঠানকোটৰ ওচৰত চক্কী নদীৰ ওপৰত থকা ৰে'লৱে দলং খহি পৰে ।
#HimachalPradesh #ChakkiRiver #KangraDistrict
#VIDEO | গুৱাহাটীৰ ভঙাগড়ত ভয়ংকৰ অগ্নিকাণ্ড ।
#VIDEO | ভঙাগড়ত ভয়ংকৰ অগ্নিকাণ্ড ।
#Fire #Guwahati #Bhangagarh
Assam CM Himanta Biswa Sarma Addressing Press at Janata Bhawan, Guwahati
#LIVE | মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল ।
* গুৱাহাটীত গ্ৰেপ্তাৰ এজন শিশু অপহৰণকাৰী ।
* ফটাশিল আমবাৰী আৰক্ষীৰ জালত শিশু অপহৰণকাৰী ।
* বৃহস্পতিবাৰে পুৱা ৯:৩০ মান বজাত ধীৰেণ পাৰাৰ পৰা অপহৰণ হৈছিল কন্যা শিশুটি।
* সন্ধিয়া ৬:৩০ মান বজাত GMC(H)ৰ পৰা ACP নন্দিনী কাকতিৰ নেতৃত্বত ফটাশিল আমবাৰী আৰক্ষীয়ে উদ্ধাৰ কৰে শিশুটি ।
* অপহৰণকাৰী আইজুল হ'কক গ্ৰেপ্তাৰ ।
* সম্প্ৰতি ফটাশিল আমবাৰী আৰক্ষী থানাত সোধ-পোচ অব্যাহত ।
#Guwahati #KidnappingCase #Arrested