Gorkha Aawaj

Gorkha Aawaj सत्यको खोजीमा हाम्रो एक कदम।

14/01/2025

লখিমপুৰৰ চিয়াজুলিত কণ্ঠশিল্পী সুস্মিতা শৰ্মাৰ সংগীতানুষ্ঠান।

14/01/2025

সমূহ অসমবাসীলৈ বাপতিসাহোন ভোগালী বিহুৰ আন্তৰিক ওলগ জনালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

5TH WARRIORS ALL ASSAM INTER DOJANG TAEKWONDO CHAMPIONSHIP 2024-25 मा उदालगुडीका दुइ दिदी भाई अर्णव र निधित्रीले स्वर्ण ...
13/01/2025

5TH WARRIORS ALL ASSAM INTER DOJANG TAEKWONDO CHAMPIONSHIP 2024-25 मा उदालगुडीका दुइ दिदी भाई अर्णव र निधित्रीले स्वर्ण र कांस्य पदक जित्न सफल भएका छन्।

13/01/2025

📌ভিআইপিৰ কনভয় সন্ত্ৰাস!
📌ভিআইপিৰ কনভয়ত আবদ্ধ এম্বুলেন্স।

13/01/2025
12/01/2025

📌असम नेपाली साहित्य सभा ओदालगुडी जिल्ला समितिको१३औं त्रैवार्षिक अधिवेशनको आयोजना।
📌आगामी अ‌ङ्ग्रेजी १८ र १९ जनवरी, २०२५ मा बकाइनाडाँडामा हुनेछ अधिवेशन।

10/01/2025

सिक्किम स्वर्ण जयन्ती कार्यक्रमका लागि एड शीरन निमन्त्रणाको विवादमा कृष्णकुमारी राईको प्रतिक्रिया।

10/01/2025

অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন বিটিআৰ প্ৰধানৰ OSD ৰাজু ঢকালৰ।

10/01/2025

–450 টকা হাজিৰা কৰি কৰ পৰা দিম ইমান টকা?
–গাড়ী খন ৰখা আমি ফাইন নিদিও!
–লাগিলে মই খোজ কাঢ়ি যাম!
–আমি হাজিৰা কৰা মানুহ!
📌১০ হাজাৰ টকাৰ জৰিমনা ভৰিব লগা হোৱাত এগৰাকী ব্যক্তিৰ প্ৰতিক্ৰিয়া।

09/01/2025

মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই সতীৰ্থ সকলৰ লগত উদযাপন কৰিলে নিজৰ জন্মদিন।

08/01/2025

हालैमा एउटा सडक दुर्घट्नामा निधन भएका युवा पत्रकार चन्दन छेत्रीको घरमा उपस्थित भए बिटिआर प्रधानका OSD राजु ढकाल।

08/01/2025

📌स्वर्गीय कवि, पत्रकार चन्दन छेत्रीको घर पुगो असम डिजिटल पत्रकार महासंघको टोली।
📌भावपूर्ण श्रद्धाञ्जलि अर्पण गर्दै शोकाकुल परिवारमा समवेदना प्रकट गर्दै आर्थिक सहयोग अघि बडायो पत्रकार महासंघले।

08/01/2025

BTR को भूमि आन्दोलन सफल भएको छ– अर्जुन छेत्री, उपसभापति,अगोस।

08/01/2025

–সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ সংবাদ মেল।
–চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত চিলাপথাৰৰ মালিনীপুৰ আৰু চিলাসূতিত ভূমি সমস্যাক লৈ সংবাদ মেল।
–বসুন্ধৰা ৩.০ ৰ পৰা বঞ্চিত হৈছে অসমৰ খিলঞ্জীয়া লোক।
–অসম চৰকাৰে অনতিপলমে ভুমি সমস্যা সমাধান নকৰিলে অনাগত দিনত জংগি গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ গোৰ্খা ছাত্ৰ সন্থাৰ।

📌APSCৰ নতুন অধ্যক্ষ নিযুক্তি।📌দেৱৰাজ উপাধ্যায় হ'ব APSCৰ নতুন অধ্যক্ষ।
07/01/2025

📌APSCৰ নতুন অধ্যক্ষ নিযুক্তি।
📌দেৱৰাজ উপাধ্যায় হ'ব APSCৰ নতুন অধ্যক্ষ।

07/01/2025

–প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীলৈ আছুৰ জৰুৰী চিঠি।
–অসমীয়া ভাষাৰ বিকৃতকৰণ বন্ধ কৰাৰ আহ্বান আছুৰ।
–অশুদ্ধ অনুবাদ, উচ্চাৰণৰ অসমীয়া বিজ্ঞাপন বন্ধৰ দাবী।
–কাকত, দূৰদৰ্শন‌ আৰু অন্যান্য মাধ্যমত অশুদ্ধ বিজ্ঞাপন বন্ধৰ দাবী।

Address

Udalguri
784508

Telephone

+918099801390

Website

Alerts

Be the first to know and let us send you an email when Gorkha Aawaj posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Gorkha Aawaj:

Videos

Share