ARSU-Udalguri Anchalik Committee

ARSU-Udalguri Anchalik Committee Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ARSU-Udalguri Anchalik Committee, News & Media Website, udalguri, Udalguri.
(2)

নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰীষদ,নিখিল ৰাভা সাহিত্য সভা আৰু নিখিল ৰাভা জাতীয় পৰিষদ, ওদালগুৰি আঞ্চলিক সমিত...
12/06/2024

নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰীষদ,নিখিল ৰাভা সাহিত্য সভা আৰু নিখিল ৰাভা জাতীয় পৰিষদ, ওদালগুৰি আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত আৰু বালিপাৰা, শস্ত্ৰপাৰা, মোৰাবাৰী, বানিয়াপাৰা, বাৰঘৰীয়া ৰাইজৰ সহযোগত ।
৭ম বাৰ্ষিক বায়খো উৎসৱ উৎযাপন ও কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা ।
স্থান - বালিপাৰা মন্দিৰ প্ৰাংগন
তাৰিখ - ইং ০৯ জুন (২৬ জেঠ) ২০২৪ ৰবিবাৰ

উপস্থিত থাকে -
Dr. Subhash Rabha (G.Secretary ARSU)
Mr. Gobinda Rabha (Executive Member, ARSU)
Mr. Montu Rabha (President ARSU, UDC)
Mrs. Sarala Rabha (President, ARWC, UDC)
Mr. Jatin Rabha (Assistant GS, Rabha Gana Mancha, BTR)
Mr. Jiban Rabha (Education Secretary, ARSU, UDC)
Mr. Sunil Rabha (President, ARSU Khoirabari AC)
Mr. Amar Jyoti Rabha (President, ARSU Tangla AC)
Mr. Tridip Rabha (President, ARSU Kabirali AC)
Mr. William Rabha (Gen. Secretary, ARSU Kabirali AC)
Pankaj Rabha & Basanta Rabha adviser ARSU Udalguri AC.
Mr.Bikash Rabha (Asset professor Mangaldoi College)
Dimbeswar Rabha ( Software Engineer) etc.

লগতে উপস্থিত থাকে ওদালগুৰি আঞ্চলিকৰ চাৰিওটা সংগঠনৰ সভাপতি/সম্পাদক প্ৰমুখে কৰ্মকৰ্তা সকল।

৭তম বাৰ্ষিক বায়খো উৎসৱ উৎযাপন আৰু কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা
11/06/2024

৭তম বাৰ্ষিক বায়খো উৎসৱ উৎযাপন আৰু কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা

 #শ্ৰীৰাছং,          সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব।   আমি আপোনাক / আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে যোৱাকালি ইং ১৯/০৫/২০২৪...
20/05/2024

#শ্ৰীৰাছং,

সকলোৱে নমস্কাৰ গ্ৰহণ কৰিব।
আমি আপোনাক / আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে যোৱাকালি ইং ১৯/০৫/২০২৪ তাৰিখ ৰবিবাৰ দিনৰ 11:30AM বজাত বালিপাৰা (বিচাৰচুবুৰী) গাঁৱত ওদালগুৰি আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ এখনি সাধাৰণ সভা অনুষ্ঠিত হয়। সেই সাধাৰণ সভা খনিতে আগন্তুক হ'ব লগিয়া বায়খো উৎসৱৰ লগতে সঙ্গতি ৰাখি ২০২৩-২৪ বৰ্ষৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ - ছাত্ৰীসকলৰ সম্বৰ্ধনা অনুষ্ঠানখনিৰ বাবে আদৰণি সমিতি গঠন কৰা হয় আৰু অনুষ্ঠানখনি ইং ০৯/০৬/২০২৪ তাৰিখ ৰবিবাৰ স্থান বালিপাৰা ( বিচাৰচুবুৰী ) গাঁৱত অনুষ্ঠিত কৰা হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সাধাৰণ সভাখনিত উপস্থিত থাকে ওদালগুৰি আঞ্চলিক ৰাভা মহিলা পৰিষদ, ৰাভা সাহিত্য সভাৰ লগতে মোৰাবাৰী গাঁৱৰ ৰাইজ, শস্ত্ৰপাৰা গাঁৱৰ ৰাইজ, বণিয়াপাৰা গাঁৱৰ ৰাইজ, বাৰঘৰীয়া গাঁৱৰ ৰাইজ আৰু বালিপাৰা গাঁৱৰ ৰাইজ ।


নেমৰাছং

ডিম্বেশ্বৰ ৰাভা
সাংস্কৃতিক সম্পাদক
ARSU, Udalguri Anchalic Committee

13/12/2023

ংগ্ৰাম_

জাগ জাগ জাগ জাগ
অ' মোৰ জাতি ভাই
ৰৈ থাকিবলৈ আমাৰ আৰু
অকনো সময়ই যে নাই ।
সুশ্ৰাব্ৰ, সুশুভন,জাতিষ্কাৰ জাতিটোক
নিদিব উদং হবলৈ
নহ'লে যে নাথাকিব
আমাৰ কোনো চিন-চাব ।
ভাষা-সাহিত্য, কলা-সংস্কৃতিৰে পৰিপূৰ্ণ
জ্যোতিস্মানৰ জাতি
বিচাৰিলেও যে পাবলৈ নাই ক'তো
এনে চিকুন, কমনীয়া সংস্কৃতি ।
বীৰ সাহসেৰে
অবিলম্বে ওলাই আহা,
মনৰ চেতনাকে জাগৃত কৰি
তেজক পানী কৰা ।
কিন্তু নকৰিবা জাতিক পানী
জীও থকালৈকে হৰণ বাৱে
তুমি নিজেই হোৱা ৰণোৱা ।
নিবিচাৰোঁ আমি দুৰ্নীতি দুৰ্বিচাৰ,
নিবিচাৰোঁ আমি হত্যা- হিংসা ।
বিচাৰোঁ আমি এখন মুক্ত আকাশ,
বিচাৰোঁ আমি ন্যায়,স্বকীয় প্ৰাপ্য অধিকাৰ ।
জাতিৰ প্ৰগতিয়েই আমাৰ পন
এয়াই হ'ল আমাৰ সংগ্ৰামী জীৱন ।।

__ আদিত্য ৰাভা
খৈৰাবাৰি,ওদালগুৰি
২০১৬

06/12/2023
06/12/2023

Dr. Upen Rabha Hakacham (1963):
A promising litterateur as well as linguist in the field of Assamese, Rabha and other Tibeto-Burman languages. He has played a major role in giving standarisation to Rabha language. His Doctoral research on Rabha language brought about great change in Rabha language and literature. His contribution towards Rabha literature continues till today. The short stories, novels, dramas, lyrics, translation, grammar and dictionary in Rabha have reached a development stage because of his diligent work. A National award, Rastriya Lokobhasa Sanman by Gandhi Hindustani Sahitya Sabha, New Delhi was conferred on him as a Scholar, writer and promoter of tribal languages. He is closely associated with many national and regional organisations viz. Linguistic Society of India, CIIL, Sahitya Akademi, All India Tribal Literary Forum, Asom Sahitya Sabha, Linguistic Society of Assam etc.

06/12/2023

Rajen Rabha (1920-1999):
Rajen Rabha is a renowned scholar among the Rabha’s. His research oriented works in the field of Rabha language and culture enriched Rabha literature immensely. In 1986 he received presidential award for teaching. Kamal Narayan Choudhury and Dalim Kumar Medhi awards were given to him for his literary contributions in 1988 and 1998 respectively. He chaired the prestigious vice-presidentship of Asom Sahitya Sabha for one term and was an honorable Executive member of many literary and social organisations. He was the first controller of Rabha Bhasa Parishad i.e. Rabha Language Academy, established in 1981.

06/12/2023

Rajen Pam (1928-1999): He is the pioneer of Rabha lyrical literature. Through his influence Rabha lyric gained nationwide popularity. In 1961 he was recognised as a regular artist (singer) of AIR, Guwahati. Kara nolor Mou Sura Sur a lyrical compilation is an invaluable contribution among his numerous lyrical compositions. For his life-long dedication in this field he received Artist’s Pension from the state of Assam in 1990 and after years. In 1989 he was awarded Sangeet Natak Academy national award for tribal (Rabha) music.

Besides these he was, many times, felicitated by regional organisations of his own community.

Rabha dancers Photo 🖼️
02/12/2023

Rabha dancers Photo 🖼️

First Literature:-Rabha (Data collected from the Google)The written literature is started in the times of 1909; a book c...
02/12/2023

First Literature:-Rabha
(Data collected from the Google)

The written literature is started in the times of 1909; a book called “Jikhuni Nemkay Markni Xaikay Kaatha” was published by the Baptist church. It is a first translation book into Rangdani dialect from the gospel of Mark of the original holy bible. In the ancient days, various books were published but this book is the first of “Rabha” Langauge.As far writer knowledge on the ancient database of research found a bulk of books but lack of space I mention only ten database books:-

02/12/2023

Our History (Rabha)

The Rabhas are especially very rich on oral literature, the beginning of the literature is from the times Dodan Kingdom. Dodan was the chief general of Bana Raja at Sonitpur (present Tezpur). A great battle was stared among Bana Raja and the God Krishna which is called “Hari-Hor”, was a very vital war in the history of Assam, as well as entire India. The Bana Raja had defeated by God Krishna though Mahadev forwarded his helping hand, At last, Dodan was very shameful, move towards the way of Bhutan. But, the Bhutan King refused to stay him in his entire area. He was in terrible situation; afterwards move to the river of mighty Brahamaputra and setup there his kingdom. He inhabited there with his clans and relatives who were followed him. Hence, this is the original time of starting Rabha Culture. It is known on the basis of antique information. The main festival called “Baykho” was worshipped by Dodan in the first time at Athiabari of Habraghat in the present Goalpara Dist. The “Baykho” is the principal deity of the Rabhas which is associated with the crops; worshipped only once in a year with great ceremony during the month of April or May. The literacy meaning of “Baykho” is, “bay” means deity and “kho” means great. Hence, the name indicates a great deity. In “Baykho” festival, four goddess worshipped such as- Susari, Nakati, Tamai and Daduri. On reference of history and agreed folkore of the Rabhas, they considered the “Baikho” goddess were the national heroines.

The Rabha comprises of eight socio-cultural and linguistic clans, such as —The Pati,The Rangdani,The Maitari,The Kochha ...
27/11/2023

The Rabha comprises of eight socio-cultural and linguistic clans, such as —

The Pati,
The Rangdani,
The Maitari,
The Kochha (Koch),
The Dahari,
The Bitalia,
The Totla and
The Hana or Shonga

নিখিল ৰাভা ছাত্ৰ সন্থা আৰু নিখিল ৰাভা মহিলা পৰিষদ ওদালগুৰি আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত আৰু হাবিগাওঁ গাওঁ উন্নয়ন সমিতিৰ স...
03/07/2023

নিখিল ৰাভা ছাত্ৰ সন্থা আৰু নিখিল ৰাভা মহিলা পৰিষদ ওদালগুৰি আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত আৰু হাবিগাওঁ গাওঁ উন্নয়ন সমিতিৰ সহযোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস আৰু কৃতি ছাত্ৰ ছাত্ৰীসকলৰ অভিনন্দন অনুষ্ঠানখনি হাবিগাওঁ নামঘৰ প্ৰাংগনত অনুষ্ঠিত কৰা হয় ।

Dated - 02/07/2023


20/06/2023

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ মৃত্যুৰ তিথিত ৰাভা দেৱক শ্ৰদ্ধাৰে সুঁৱৰিছো।
🙏
Happy Rabha Diwas to all of you

স্হান - ভৈৰাগুৰি প্ৰাথমিক বিদ্যালয়তাং- 11/06/2023সময় - 2:00 PMওদালগুৰি আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আৰু ৰাভা মহিলা পৰিষদৰ ...
15/06/2023

স্হান - ভৈৰাগুৰি প্ৰাথমিক বিদ্যালয়
তাং- 11/06/2023
সময় - 2:00 PM

ওদালগুৰি আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আৰু ৰাভা মহিলা পৰিষদৰ 2023 বৰ্ষৰ চতুৰ্থখনি শিক্ষা সজাগতা ও দিক দৰ্শন মূলক সভা।

এই সভাখন অনুষ্ঠিত কৰা হয় ভৈৰাগুৰি গাঁৱত। যত Dr. Subhash Rabha Sir উপস্থিত থাকি আমাৰ ছাত্ৰ-ছাত্ৰী সকলক বহুতো ভাল-ভাল পৰামৰ্শ দিয়ে আৰু লগতে সভাখনিত ওদালগুৰি জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মন্টু ৰাভা, ওদালগুৰি আঞ্চলিকৰ উপদেষ্টা মণ্ডলী ক্ৰমে যটিন ৰাভা আৰু বসন্ত ৰাভা ছাৰ উপস্থিত থাকি আমাৰ ছাত্ৰ-ছাত্ৰী সকলক বহুতো নজনা কথা শিকাত সহায় কৰে।

নেমৰাছং🙏

ওদালগুৰিৰ খাচ ৰাউনাগড় গাঁৱত নিখিল ৰাভা ছাত্ৰ সন্থা আৰু নিখিল ৰাভা মহিলা পৰিষদ ওদালগুৰি আঞ্চলিক সমিতিৰ যৌথ  উদ্যোগত শিক্...
05/06/2023

ওদালগুৰিৰ খাচ ৰাউনাগড় গাঁৱত নিখিল ৰাভা ছাত্ৰ সন্থা আৰু নিখিল ৰাভা মহিলা পৰিষদ ওদালগুৰি আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত শিক্ষা সজাগতা আৰু দিক দৰ্শনমূলক সভা।

ওদালগুৰি :- 05/06/2023

নিখিল ৰাভা ছাত্ৰ সন্থা আৰু নিখিল ৰাভা মহিলা পৰিষদ ওদালগুৰি আঞ্চলিক সমিতিয়ে ৰাভা জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী সকলক শৈক্ষিক, সামাজিক লগতে আন বিভিন্ন দিশত আগবঢ়ায় নিয়াৰ উদ্দেশ্য ভিন্ন ভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি অহাৰ সমান্তৰালকৈ আজি ওদালগুৰি জিলাৰ অন্তৰ্গত ওদালগুৰি আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আৰু ৰাভা মহিলা পৰিষদৰ যৌথ উদ্যোগত বৃহত্তৰ ওদালগুৰি অঞ্চলৰ ৰাভা জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী সকলক শৈক্ষিক দিশত আৰু অধিক সজাগ সচেতন কৰি তোলাৰ লগতে কেনেকুৱা শিক্ষাৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ'ব পাৰি লগতে সমাজব্যধি নিচাযুক্ত দ্ৰৱ্যৰ পৰা বিৰত থাকি কেনেদৰে ব্যক্তিত্ব বিকাশ কৰিব পাৰি এই সন্দৰ্ভত শিক্ষাৰ্থী সকলক দিক দৰ্শন কৰাৰ উদ্দেশ্য
আজি ওদালগুৰিৰ খাচ ৰাউনাগড় গাঁৱত শিক্ষা সজাগতা আৰু দিক দৰ্শন মূলক সভা অনুষ্ঠিত হৈ যায় ।
ওদালগুৰি আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি ভাস্কৰ ৰাভা দেৱে সঞ্চালন কৰা সজাগতা সভাখনত উপস্থিত থাকে ওদালগুৰি জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মন্টু ৰাভা,‌ নিখিল ৰাভা সাহিত্য সভাৰ সভাপতি দেৱ কুমাৰ ৰাভা sir আৰু নিখিল ৰাভা মহিলা পৰিষদৰ উপ সভানেত্ৰী জয়ন্তী ৰাভা, ৰাভা গণ মঞ্চ BTR ৰ সভাপতি জয়ন্ত ৰাভা sir দেৱ, কাঢ়ানল আলোচনীৰ সম্পাদক তথা কাব্য সূৰ্য বঁটা প্ৰাপ্ত নিবাৰণ ৰাভা sir দেৱ, ওদালগুৰি Higher Secondary School ৰ Subject Teacher অনন্ত ৰাভা sir আৰু assistant Teacher শুক্ৰচাৰ্য ৰাভা sir দেৱ, কঠালগুৰি মধ্য-ইংৰাজী বিদ্যালয়ৰ শিক্ষক বসন্ত ৰাভা sir আৰু লগতে বহুতো বিষয় ববিয়া তথা প্ৰাক্তন জাতীয় কৰ্মী বৃন্দ উপস্থিত থাকি ছাত্ৰ ছাত্ৰী সকলৰ উদ্দেশ্যি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।

Rahul Rabha
General Secretary
ARSU, Udalguri Anchalik Committee

04/06/2023

সকলোলৈকে পবিত্ৰ বায়খোৰ শুভেচ্ছা জনালো।

🏞️

ওদালগুৰিৰ জৰাবাৰিত নিখিল ৰাভা ছাত্ৰ সন্থা আৰু নিখিল ৰাভা মহিলা পৰিষদ ওদালগুৰি আঞ্চলিক সমিতিৰ যৌথ  উদ্যোগত শিক্ষা সজাগতা ...
28/05/2023

ওদালগুৰিৰ জৰাবাৰিত নিখিল ৰাভা ছাত্ৰ সন্থা আৰু নিখিল ৰাভা মহিলা পৰিষদ ওদালগুৰি আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত শিক্ষা সজাগতা আৰু দিক দৰ্শনমূলক সভা।

ওদালগুৰি
Date:- 28/05/2023

"নিখিল ৰাভা ছাত্ৰ সন্থাই ৰাভা জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী সকলক শৈক্ষিক, সামাজিক লগতে আন বিভিন্ন দিশত আগবঢ়াই নিয়াৰ উদ্দেশ্য ভিন্ন ভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি অহাৰ সমান্তৰালকৈ আজি ওদালগুৰি জিলাৰ অন্তৰ্গত ওদালগুৰি আঞ্চলিক
ৰাভা ছাত্ৰ সন্থা আৰু ৰাভা মহিলা পৰিষদৰ যৌথ উদ্যোগত বৃহত্তৰ ওদালগুৰি অঞ্চলৰ ৰাভা জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী সকলক শৈক্ষিক দিশত আৰু অধিক সজাগ সচেতন কৰি তোলৰ লগতে কেনেকুৱা শিক্ষাৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ'ব পাৰি লগতে সমাজব্যাধি নিছাযুক্ত দ্ৰ্ৱ্যৰ পৰা বিৰত থাকি কেনেদৰে ব্যক্তিত্ব বিকাশ কৰিব পাৰি এই সন্দৰ্ভত শিক্ষাৰ্থী সকলক দিক দৰ্শন কৰাৰ উদ্দেশ্য
আজি ওদালগুৰিৰ মোৰাবাৰীত শিক্ষা সজাগতা আৰু দিক দৰ্শনমূলক সভা অনুষ্ঠিত হৈ যায়।
ওদালগুৰি আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি ভাস্কৰ ৰাভা দেৱে সঞ্চালনা কৰা সজাগতা সভাখনত উপস্থিত থাকে ওদালগুৰি জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মন্টু ৰাভা আৰু নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী সৰলা ৰাভা, ওদালগুৰি মেলেৰিয়া বিভাগৰ সহকাৰী সঞ্চালক যটিন ৰাভা ছাৰ, কঠালগুৰি মধ্য-ইংৰাজী বিদ্যালয়ৰ শিক্ষক বসন্ত ৰাভা প্ৰমুখ্যে অধিগম শিক্ষা কেন্দ্ৰৰ প্ৰতিস্থাপক সঞ্চালক অৰুপজ্যোতি ৰাভাৰ লগতে ৰাভা, Suchil Chandra Rabha Inspector Economics and Statistics উপস্থিত থাকি ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই।

Rahul Rabha
General Secretary
ARSU, Udalguri Anchalik Committee

28/05/2023

Justice for

Date - 24/05/2023

Organized by UDALGURI ANCHALIK COMMITTEE
we want justice ⚖️

ওদালগুৰিৰ মোৰাবাৰীত ৰাভা ছাত্ৰ সন্থাৰ  উদ্যোগত শিক্ষা সজাগতা আৰু দিক দৰ্শনমূলক সভাওদালগুৰিঃ 27/05/2023"নিখিল ৰাভা ছাত্ৰ ...
27/05/2023

ওদালগুৰিৰ মোৰাবাৰীত ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত শিক্ষা সজাগতা আৰু দিক দৰ্শনমূলক সভা

ওদালগুৰিঃ 27/05/2023

"নিখিল ৰাভা ছাত্ৰ সন্থাই ৰাভা জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী সকলক শৈক্ষিক, সামাজিক লগতে আন বিভিন্ন দিশত আগবঢ়াই নিয়াৰ উদ্দেশ্য ভিন্ন ভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি অহাৰ সমান্তৰালকৈ আজি ওদালগুৰি জিলাৰ অন্তৰ্গত ওদালগুৰি আঞ্চলিক
ৰাভা ছাত্ৰ সন্থা আৰু ৰাভা মহিলা পৰিষদৰ যৌথ উদ্যোগত বৃহত্তৰ ওদালগুৰি অঞ্চলৰ ৰাভা জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী সকলক শৈক্ষিক দিশত আৰু অধিক সজাগ সচেতন কৰি তোলৰ লগতে কেনেকুৱা শিক্ষাৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ'ব পাৰি লগতে সমাজব্যাধি নিছাযুক্ত দ্ৰ্ৱ্যৰ পৰা বিৰত থাকি কেনেদৰে ব্যক্তিত্ব বিকাশ কৰিব পাৰি এই সন্দৰ্ভত শিক্ষাৰ্থী সকলক দিক দৰ্শন কৰাৰ উদ্দেশ্য
আজি ওদালগুৰিৰ মোৰাবাৰীত শিক্ষা সজাগতা আৰু দিক দৰ্শনমূলক সভা অনুষ্ঠিত হৈ যায়।
ওদালগুৰি আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি ভাস্কৰ ৰাভা দেৱে সঞ্চালনা কৰা সজাগতা সভাখনত উপস্থিত থাকে
নিখিল ৰাভা মহিলা পৰিষদ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যা প্ৰতিমা ৰাভা লগতে ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক শুক্ৰচাৰ্য ৰাভা, ওদালগুৰি মেলেৰিয়া বিভাগৰ সহকাৰী সঞ্চালক যটিন ৰাভা ছাৰ, কঠালগুৰি মধ্য-ইংৰাজী বিদ্যালয়ৰ শিক্ষক বসন্ত ৰাভা প্ৰমুখ্যে অধিগম শিক্ষা কেন্দ্ৰৰ প্ৰতিস্থাপক সঞ্চালক অৰুপজ্যোতি ৰাভাৰ লগতে ৰাভা গণ মঞ্চ BTR সভাপতি জয়ন্ত ৰাভাই উপস্থিত থাকি ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই।

Rahul Rabha
General Secretary
ARSU, Udalguri Anchalik Committee

18/03/2023

We want Rabha development council

14/03/2023
13/03/2023
নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ যৌথ আহ্বানত ওদালগুৰি জিলা  নিখিল ৰাভা ছাত্ৰ ...
13/03/2023

নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ যৌথ আহ্বানত ওদালগুৰি জিলা নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ আৰু ৰাভা উন্নয়ন পৰিষদ দাবী সমিতিৰ যৌথ সহযোগত #২ঘণ্টীয়া_অৱস্থান_ধৰ্মঘট ওদালগুৰি চহৰৰ দূৰ্গা পূজা মণ্ডপত অনুষ্ঠিত কৰা হয়।
আমাৰ দাবী সমুহ -
১/ ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদক #ভাৰতীয়_সংবিধানৰ_ষষ্ঠ_অনুসূচিত_অন্তৰ্ভুক্ত_কৰা।
আৰু
২/ ৰাভা হাছংৰ বাহিৰত বসবাস কৰা ৰাভা সকলৰ বাবে #ৰাভা_উন্নয়ন_পৰিষদ_গঠন।

Address

Udalguri
Udalguri

Telephone

+917638060454

Website

Alerts

Be the first to know and let us send you an email when ARSU-Udalguri Anchalik Committee posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to ARSU-Udalguri Anchalik Committee:

Videos

Share


Other News & Media Websites in Udalguri

Show All