Pinku Das পিংকু

Pinku Das পিংকু ভগৱাধাৰী

05/04/2024
জন সমুদ্ৰত পৰিণত ঢেকিয়াজুলি বাগান খেলপথাৰ ।আজি ঢেকিয়াজুলি বাগান খেলপথাৰত ভাৰতীয় জনতা পাৰ্টীৰ বিজয় সংকল্প যাত্ৰাত অংশ...
04/04/2024

জন সমুদ্ৰত পৰিণত ঢেকিয়াজুলি বাগান খেলপথাৰ ।
আজি ঢেকিয়াজুলি বাগান খেলপথাৰত ভাৰতীয় জনতা পাৰ্টীৰ বিজয় সংকল্প যাত্ৰাত অংশ গ্ৰহণ কৰিবলৈ অহা অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লক্ষাধিক লোকে উষ্ম আদৰণি জনায় লগতে ঢেকিয়াজুলি সমষ্টিৰ পৰা শোণিতপুৰ লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী Ranjit Dutta ডাঙৰীয়াক ৭৫ হাজাৰ ভোটাৰ অগ্ৰগতি দি জয় কৰাৰ সংকল্প গ্ৰহণ কৰে ।
#এইবাৰ৪০০পাৰ



Narendra Modi

Himanta Biswa Sarma

Ashok Singhal

BJP Assam Pradesh

      Narendra Modi
03/04/2024







Narendra Modi

অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma  ডাঙৰীয়াক ঢেকিয়াজুলীলৈ স্বাগতম ।Ashok Singhal
02/04/2024

অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়াক ঢেকিয়াজুলীলৈ স্বাগতম ।

Ashok Singhal

01/04/2024

অসমীয়াৰ হিয়াৰ আমঠু জাতীয় নায়ক Sarbananda Sonowal ডাঙৰীয়াৰ জয় যাত্ৰাত এগৰাকী অসমীয়া হিচাপে আমি গৌৰৱান্বিত ।
সকলোৰে আনন্দ #সৰ্বানন্দ ।



#এইবাৰ৪০০পাৰ

31/03/2024
29/03/2024
ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মাননীয় মন্ত্ৰী Ashok Singhal  ডাঙৰীয়া আৰু সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰা...
29/03/2024

ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মাননীয় মন্ত্ৰী Ashok Singhal ডাঙৰীয়া আৰু সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী Ranjit Dutta ডাঙৰীয়াৰ উপস্থিতিত শিঙিমাৰী কোছ গাওঁ ৰঙ্গমঞ্চত আজি শোণিতপুৰ লোকসভা সমষ্টিৰ ডুমডুমা আৰু নতুনপাম পঞ্চায়ত ভিত্তিক এক নিৰ্বাচনি প্ৰচাৰ সভা অনুষ্ঠিত হয় ।

#এইবাৰ৪০০পাৰ





Narendra Modi

Himanta Biswa Sarma

BJP Assam Pradesh

BJP Gupteswar Mandal

আজি ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মাননীয় মন্ত্ৰী Ashok Singhal ডাঙৰীয়াই গুপ্তেশ্বৰ মণ্ডলৰ অন্তৰ্গত প্ৰতিট...
28/03/2024

আজি ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মাননীয় মন্ত্ৰী Ashok Singhal ডাঙৰীয়াই গুপ্তেশ্বৰ মণ্ডলৰ অন্তৰ্গত প্ৰতিটো পঞ্চায়তৰ বুথ সমিতিৰ লগতে পৃষ্ঠা প্ৰমূখ সকলৰ লগত সভা অনুষ্ঠিত কৰি বুথৰ কাৰ্যকৰ্তা সকলৰ লগত আগন্তোক লোক সভা নিৰ্বাচনৰ উদ্দেশ্য মতবিনিময় কৰে ।

Himanta Biswa Sarma

BJP Assam Pradesh

Ranjit Dutta



আজি তেজপুৰ চহৰৰ মাজমজিয়াৰে প্ৰায় ত্ৰিশ হাজাৰ ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থকক লগত লয় পদযাত্ৰা কৰি গৈ শোণিতপুৰ লোকসভা সমষ্...
27/03/2024

আজি তেজপুৰ চহৰৰ মাজমজিয়াৰে প্ৰায় ত্ৰিশ হাজাৰ ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থকক লগত লয় পদযাত্ৰা কৰি গৈ শোণিতপুৰ লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী সন্মানীয় Ranjit Dutta ডাঙৰীয়াই তেখেতৰ মনোনয়ন পত্ৰ জিলা উপায়ুক্তৰ হাতত জমা দিয়ে ।
এই যাত্ৰাত প্ৰাৰ্থী গৰাকীক সংগ দিয়ে BJP Assam Pradesh ৰ মাননীয় সভাপতি Bhabesh kalita ভৱেশ কলিতা ডাঙৰীয়া , অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰীদ্বয় ক্ৰমে Jayanta Mallabaruah , Ashok Singhal ডাঙৰীয়া, মাননীয় বিধায়ক Ganesh Kumar Limbu , Padma Hazarika কে আদি কৰি শোণিতপুৰ জিলাৰ অন্তৰ্গত প্ৰতিটো বিধানসভা সমষ্টিৰ বিধায়ক সকল ।

জনহিতাৰ্থে !ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দ্বাৰা প্ৰচাৰিত ।
25/03/2024

জনহিতাৰ্থে !
ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দ্বাৰা প্ৰচাৰিত ।

   #এইবাৰ_৪০০_পাৰ
22/03/2024


#এইবাৰ_৪০০_পাৰ

Address

15No Nhy
Tezpur

Alerts

Be the first to know and let us send you an email when Pinku Das পিংকু posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pinku Das পিংকু:

Videos

Share