ATTSA new work update from Phuloguri

ATTSA new work update from Phuloguri Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ATTSA new work update from Phuloguri, Media, Tezpur.

28/12/2023
অসম চাহ জনজাতি ছাত্ৰ সন্থা(আটছা) তেজপুৰ শাখা সমিতিৰ নৱ নিৰ্বাচিত  সভাপতি অখিল যোচেফ তিৰ্কী আৰু নৱ নিৰ্বাচিত সম্পাদক পংকজ...
11/12/2023

অসম চাহ জনজাতি ছাত্ৰ সন্থা(আটছা) তেজপুৰ শাখা সমিতিৰ নৱ নিৰ্বাচিত সভাপতি অখিল যোচেফ তিৰ্কী আৰু নৱ নিৰ্বাচিত সম্পাদক পংকজ নায়ক ডাঙৰীয়াৰ লগতে নৱ নিৰ্বাচিত সমুহ বিষয়ববীয়াক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো।

জয়তু আটছা
জয় আই অসম

05/12/2023

কন্ঠশিল্পী প্রিয়ম বনিতা লহাৰ বাইদেউৰ কন্ঠত অতি শীঘ্ৰেই মুক্তি লাভ কৰিব 'অসম চাহ জনজাতি ছাত্ৰ সন্থাক' শ্ৰদ্ধা কৰি গোৱা আটছা জিন্দাবাদ গীতটি ।

অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ ৭৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ নিমন্ত্ৰণ পত্র।
05/12/2023

অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ ৭৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ নিমন্ত্ৰণ পত্র।

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক জন্মদাতা,সমাজ সংগঠনৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা পালন কৰা সমাজ সংগঠক, ...
21/11/2023

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক জন্মদাতা,সমাজ সংগঠনৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা পালন কৰা সমাজ সংগঠক, সমাজহিতৈষী প্ৰয়াত সন্তোষ কুমাৰ তপ্নদেৱৰ ২৯ সংখ্যক মৃত্যু বাৰ্ষিকীত গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিলো।।
জয়তু আটছা..

🙏🙏🙏
07/11/2023

🙏🙏🙏

18/10/2023

Singer Sunita Boniya 7th Korom Fastival Phuloguri

18/10/2023

Singer Hemanta Lohar 7th Phuloguri Korom Festival....

18/10/2023

7th Korom Festival Phuloguri Primary Unit ATTSA,, Singer Hemanta Lohar...

যোৱা ইং ১৬/১০/২৩ তাৰিখ সোমবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) ফুলগুৰি প্রাথমিক গোটৰ উদ্যোগত অনুষ্ঠিত হৈ যোৱা ৭ তম বাৰ...
18/10/2023

যোৱা ইং ১৬/১০/২৩ তাৰিখ সোমবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) ফুলগুৰি প্রাথমিক গোটৰ উদ্যোগত অনুষ্ঠিত হৈ যোৱা ৭ তম বাৰ্ষিক কৰম উৎসৱৰ কিছু অংশ।

জয়তু আটছা
জয় আই অসম

অহা ইং ১৬/১০/২৩ তাৰিখ সোমবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) ফুলগুৰি প্রাথমিক গোটৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া ৭তম বাৰ্...
12/10/2023

অহা ইং ১৬/১০/২৩ তাৰিখ সোমবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) ফুলগুৰি প্রাথমিক গোটৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া ৭তম বাৰ্ষিক কৰম উৎসৱৰ আজি জাৱা উঠোৱা হয়।

অহা ইং ১৬/১০/২৩ তাৰিখে অনুষ্ঠিত হ'বলগীয়া সপ্তম বাৰ্ষিক কৰম উৎসৱৰ প্ৰস্তুতি।
11/10/2023

অহা ইং ১৬/১০/২৩ তাৰিখে অনুষ্ঠিত হ'বলগীয়া সপ্তম বাৰ্ষিক কৰম উৎসৱৰ প্ৰস্তুতি।

সমুহ ৰাইজৰ উপস্থিতি ও সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলো।
04/10/2023

সমুহ ৰাইজৰ উপস্থিতি ও সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলো।

চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ কৰম পৰৱৰ উপলক্ষে সমুহ অসমবাসী ৰাইজলৈ আন্তৰিক শুভকামনা ও লগতে প্ৰীতি ও ওলগ যাছিলো ।জয় কৰম ৰজা জয়...
25/09/2023

চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ কৰম পৰৱৰ উপলক্ষে সমুহ অসমবাসী ৰাইজলৈ আন্তৰিক শুভকামনা ও লগতে প্ৰীতি ও ওলগ যাছিলো ।

জয় কৰম ৰজা
জয় আটছা
জয় আই অসম

যোৱা ইং ২২/০৯/২৩ তাৰিখ শুক্ৰবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা ফুলগুৰি প্রাথমিক গোটৰ আহ্বান ক্ৰমে ২ নং বাহুমাৰি কমিটি হলত এ...
23/09/2023

যোৱা ইং ২২/০৯/২৩ তাৰিখ শুক্ৰবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা ফুলগুৰি প্রাথমিক গোটৰ আহ্বান ক্ৰমে ২ নং বাহুমাৰি কমিটি হলত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। শ্ৰী ভাৰত কুৰ্মীয়ে সভাপতিত্ব গ্ৰহণ কৰা সভাত ফুলগুৰি প্রাথমিক গোট আটছাৰ সম্পাদক দেবানন্দ কুৰ্মীয়ে উদ্দেশ্য ব্যাখ্যা কৰে আৰু ফুলগুৰি প্রাথমিক গোট আটছাৰ এইবাৰ সপ্তম বাৰ্ষিক কৰম উৎসৱটি বিগত বর্ষ সমুহৰ দৰেই এইবেলিও আনুষ্ঠানিক ভাৱে আয়োজন কৰাৰ বাবে সকলো ৰাইজৰ মতামত গ্ৰহণ কৰি অহা ইং ১৬/১০/২০২৩ তাৰিখে ফুলগুৰি ৰাজহুৱা খেলপথাৰত এদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হয়।

উক্ত সভাত উপস্থিত থাকে আটছা তেজপুৰ শাখাৰ কার্য্যলয় সম্পাদক ভাৰত কুৰ্মী, ৰঙাপৰা উপ শাখাৰ সহ সম্পাদক ধীৰাজ কুৰ্মী, ৰঙাপৰা উপ শাখাৰ কার্য্যনির্বাহক সুৰেশ্ব গড়, ফুলগুৰি প্রাথমিক গোটৰ প্রাত্তন সভাপতি দীপজ্যোতি কুৰ্মী, বাহবাৰী উপ শাখা আটছাৰ প্ৰাক্তন উপ সভাপতি অনুপম কুৰ্মী, সাজিব তাতীঁ, ফুলগুৰি প্রাথমিক গোটৰ বিষয়ববীয়া সদস্য লগতে উপস্থিত থাকে ঘনফুলগুড়ি, হাতীডুবী, ফুলগুৰি আৰু বাহুমাৰি গাঁওৰ ৰাইজ।
ধন্যবাদ।

23/09/2023
এইয়া "আটছাৰ বৃহৎ জয়"।  একতাৰ ফল।আটছাৰ দাবীক সন্মান জনাই অসম চৰকাৰে অৱশেষত ২৫ চেপ্তেম্বৰত দিনা চাহ বাগিছাত "কৰম পূজা"ৰ ...
23/09/2023

এইয়া "আটছাৰ বৃহৎ জয়"। একতাৰ ফল।
আটছাৰ দাবীক সন্মান জনাই অসম চৰকাৰে অৱশেষত ২৫ চেপ্তেম্বৰত দিনা চাহ বাগিছাত "কৰম পূজা"ৰ মজুৰি সহ চুটি প্ৰদানৰ কৰা সিদ্ধান্ত গ্ৰহণ কৰিলে ।

আটছা জিন্দাবাদ ৷
ধীৰাজ গোৱালা জিন্দাবাদ ৷
জগদীশ বৰাইক জিন্দাবাদ ৷

Good Morning .....
09/06/2023

Good Morning .....

আজি ৭ জুন , অসম চাহ জনজাতি ছাত্ৰ সন্থা(আটছা)ৰ ৩৫ তম্‌ কেন্দ্ৰীয় শ্বহীদ দিৱস। জাতিৰ হকে প্ৰাণ দিয়া প্ৰতেক গৰাকী আটছা নেতা...
07/06/2023

আজি ৭ জুন , অসম চাহ জনজাতি ছাত্ৰ সন্থা(আটছা)ৰ ৩৫ তম্‌ কেন্দ্ৰীয় শ্বহীদ দিৱস। জাতিৰ হকে প্ৰাণ দিয়া প্ৰতেক গৰাকী আটছা নেতাৰ ত্যাগ আৰু বলিদানক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিলো।
“হে শ্বহীদ সকল”
“তোমালোকলৈ শত কোটি প্ৰণামো।”

অসম চাহ জনজাতি মহিলা সমিতি (আটুৱা)ৰ চতুৰ্থ তম কেন্দ্ৰীয় অধিৱেশনত নৱ নিৰ্বাচিত সভানেত্ৰী শ্ৰীমতী মিচিমি ধান বাইদেউ আৰু স...
31/10/2022

অসম চাহ জনজাতি মহিলা সমিতি (আটুৱা)ৰ চতুৰ্থ তম কেন্দ্ৰীয় অধিৱেশনত নৱ নিৰ্বাচিত সভানেত্ৰী শ্ৰীমতী মিচিমি ধান বাইদেউ আৰু সম্পাদিকা শ্ৰীমতী জ্যোতি কুশাল দাস বাইদেউৰ লগতে সমিতিৰ সমূহ বিষয়ববীয়ালৈ আন্তৰিক অভিনন্দন জনালোঁ।

আটছা জিন্দাবাদ
আটুৱা জিন্দাবাদ

30/09/2022

Phuloguri primary unit ATTSA korom 2022

17/09/2022

Address

Tezpur

Website

Alerts

Be the first to know and let us send you an email when ATTSA new work update from Phuloguri posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share

Category