Mr. Amrit99

Mr. Amrit99 Instagram
YouTube
Facebook
Twitter
Instagram

14/09/2023
08/09/2023

আজি ইং ০৮/০৯/২০২৩ তাৰিখে, ভাৰতীয় জনতা পাৰ্টিৰ, যুৱ মর্চা ঢেকিয়াজুলি পূৱ মণ্ডলৰ অন্তৰ্গত ঠেলামৰা বাপজী ভৱনত তৃতীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয়।
আজিৰ এই কাৰ্যনিৰ্বাহক উক্ত অনুষ্ঠান সভাত উপস্থিত থাকে শোণিতপুৰ জিলাৰ সভাপতি বাতাছ ওৰাং ডাঙৰীয়া, পূব মণ্ডলৰ সভাপতি শিৱ চৰন গোৱালা ডাঙৰীয়া, জিলা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক ইন্দুভূষণ নাথ ডাঙৰীয়া, জিলাৰ উপ-সভাপতি তথা যুৱ মৰ্চাৰ পূৱ মণ্ডলৰ প্ৰভাৰী Netra Kashyap ডাঙৰীয়া, BJYM টাউন মণ্ডলৰ যুৱ মৰ্চাৰ সভাপতি উপাংকৰ কপালি ডাঙৰীয়া, শোণিতপুৰ জিলাৰ Social media Co Convenor Sabita sharma ডাঙৰীয়ানি, অসম চাহ জনগোষ্ঠী মৰ্চাৰ Social Media Co Convenor Sandipan Gahatowar ডাঙৰীয়া, শোণিতপুৰ Distric Social Media Co Convenor Bijen Debnath ডাঙৰীয়া, Minority মৰ্চাৰ সভাপতি Baharul Islam ডাঙৰীয়া, পূৱ মণ্ডলৰ যুৱ মৰ্চাৰ সভাপতি অংকুজ দে ডাঙৰীয়া, আৰু লগতে ভাৰতীয় জনতা পাৰ্টীৰ কায্যকৰ্তা সকল অপষ্টিত থাকে।




Address

Dhekiajuli, Sonitpur, , Indian����
Tezpur
123

Alerts

Be the first to know and let us send you an email when Mr. Amrit99 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Mr. Amrit99:

Videos

Share