19/05/2023
Hellow Followers...😊
আজি বহুদিনৰ মূৰত Active হৈছো এই পেজটোত। পেজৰ নামটো সলনি কৰিব বিচাৰিছো আৰু নতুন উদ্যমেৰে কাম আৰম্ভ কৰিব বিচাৰিছো। গতিকে Comment boxত অলপ জ্ঞান দি দিবচোন। কেনেকুৱা কি কৰিলে ভাল হয়!
🙂