মৰমকণ
মৰমকণ---
শীঘ্ৰেই আপোনালোকৰ মাজলৈ আহি আছে
সমবেত সংগীতৰ আখৰাত ব্যস্ত
টাইপাৰ ষষ্ঠতম্ কেন্দ্ৰীয় চৰাইদেউ অধিৱেশনৰ বাবে সমবেত সংগীতৰ আখৰাত ব্যস্ত মহিলা পৰিষদৰ সদস্যাসকল
শৰতৰ শেৱালী জোনাক ৰাতি
#viralvideochallenge
#assamese #folkmusic #folkmusician #charaideoprahari
মোছলেক আলিক মুকলি কৰিলে GPRN-য়ে
অৱশেষত নগা সংগঠন NSCN/GPRNয়ে মুকলি কৰিলে চৰাইদেউৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী নামতোলাৰ ব্যৱসায়ী মোছলেক আলিক। এক ভিডিঅ' বাৰ্তা যোগে প্ৰকাশ কৰিছে এই কথা। আজি পুৱাই মোছলেকক মুকলি কৰি দি সীমান্ত অঞ্চলত ভৱিষ্যতে কোনো লোকে অবৈধ ড্ৰাগছৰ বেহা চলালে চূড়ান্ত শাস্তি বিহা হ'ব বুলি সকিয়নী প্ৰদান GPRN-ৰ। নিষিদ্ধ ড্ৰাগছৰ বেহা চলোৱাৰ অভিযোগত অস্ত্ৰধাৰী নগালোকে নিজ বাসগৃহৰপৰাই অপহৰণ কৰি লৈ গৈছিল মোছলেক আলিক।
কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট
সোণাৰিত চৰাইদেউ জিলা কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী। গুৱাহাটীত প্ৰতিবাদ কৰিবলৈ গৈ আৰক্ষীৰ বৰ্বৰতাৰ বাবে কংগ্ৰেছ কৰ্মী মৃদুল ইছলামৰ মৃত্যু হোৱাৰ প্ৰতিবাদত এই অৱস্থান ধৰ্মঘট। সোণাৰি লাচিত উদ্যানৰ সন্মুখত সাব্যস্ত কৰা অৱস্থান ধৰ্মঘটত শতাধিক লোকৰ অংশগ্ৰহণ। অৱস্থান ধৰ্মঘট স্থলীত সৰ্বধৰ্মীয় প্ৰাথনা সভা।
প্ৰেৰণাদায়ক কাৰ্যসূচী
প্ৰেৰণাদায়ক কথা-বতৰায়ো যে আৱেগিক কৰি তুলিব পাৰে আমাক। তাৰেই প্ৰমাণ সোণাৰি জুনিয়ৰ কলেজত অনুষ্ঠিত হোৱা প্ৰেৰণাদায়ক কাৰ্যসূচী।
#ckjagdish #studentsuccess #MotivationMatters #assamese #motivation #school
VDO source:- https://www.facebook.com/share/v/X74XmRVaq2m44HHx/
ঢোলবাদন
চৰাইদেউৰ ঢুলীয়া ওজা কনচেং গগৈৰ ঢোলবাদন
ঢুলীয়া ওজা কনচেং গগৈৰ ঢোলবাদন
চৰাইদেউৰ ঢুলীয়া ওজা কনচেং গগৈৰ ঢোলবাদন।
লোক সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়োৱা কাণু-ভোগবাৰীৰ এটা পৰিয়াল।
বিকাশৰ ১২ দিন কাৰ্যসূচীৰ তৃতীয়টো দিন
চৰাইদেউ জিলাৰ ৭০০ৰো অধিক মেধাৱী ছাত্ৰ-ছাত্ৰীক ড° বাণীকান্ত কাকতি বঁটাৰ অধীনত স্কুটী, ৩৭৮ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটাৰ অধীনত নগদ ধন (বেংক একাউণ্টৰ জৰিয়তে) আৰু নৱম শ্ৰেণীত অধ্যয়নৰত ৪০১৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল বিতৰণ।
বিকাশৰ ১২ দিন
চৰাইদেউত অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত ১০৩০ গৰাকী মহিলাক বকেয়া শূণ্য প্ৰমাণ পত্ৰ আৰু প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগৰ আনুষ্ঠানিকীকৰণ আঁচনিৰ অধীনত ১৬০ গৰাকীলৈ ৰাজসাহায্য (Seed Capital) বিতৰণ।