How my boys swim to win😍 #swimming #reelsfb #assam
Si-shat khamti singpho traditional food,Sonari😍
গৰৈ মাছৰ পিটিকা,গাহৰি আৰু টোপোলা ভাতৰ জুঁতি লবলৈ আহিব পাৰে ইয়ালৈ…চিংফৌ style 😍😎
আপোনাৰ ল'ৰাটো/ছোৱালীজনী ড্ৰাগছৰ প্ৰতি আসক্ত হয় নেকি?এজন যুৱকৰ অকপট স্বীকাৰোক্তি-জানো আহঁক
Good morning people 🫶🏼 start your day with something healthy..End your day with something healthy..#onelife
Chicken Biriani 🍗 কঠাল গুটিৰ লগত 😎😋
limestone... #shorts #MeghalayaNews
লেটা fry ,Chicken নৰসিংহ পাতৰ সৈতে,গাহৰি মাংস ৰ salad আৰু মছন্দৰী কণ বিলাহী ৰ special চাটনি..😋
আমাৰ অসমীয়া সমাজ ৰ খাদ্য সম্ভাৰ ৰ তালিকা বিশ্ব স্তৰৰ কিন্তু..তিতা,কেহা,জ্বলা,টেঙা আটাইখিনি টো আমি খাঁও☺️
নেগেৰা নাম ভাল পোৱাসকলে শুনিব পাৰে ❤️
মৰিগাঁও ৰ মোৰ ভাই-ভনীৰ নেগেৰা নাম..ভাল লাগিল তোমালোকৰ আধ্যাত্মিক দিশটো দেখি 🙏
জীৱনৰ এটি তিক্ততা 🙏…#reelsfb #reelsvideo
ৰঙালী বিহু বুলি কণ বিলাহী আৰু খৰিচা ৰ সৈতে গাহৰি মাংস 😋😋
অসমত বিহুত সবাতোকৈ বেছি ব্যৱহৃত হোৱা"গাহৰি মাংস" ৰ থলুৱা recipe আপোনালোকলৈ বুলি...😎
ভাৰত ৰ এখন শেষ গাঁওত ভুমুকি মাৰিলো,,বহুতে “চেলা”ৰ নাম হয়তো শুনা নাই!!
বাংলাদেশৰ নিকটতম এখন গাঁও য'ত গাৰো জনগোষ্ঠীৰ লোকে বসবাস কৰে এক মুকলি পৰিৱেশত..
জাঁজী ৰ দিচাং ধাবাত দুপৰীয়া এসাঁজ,,,
পাতত মেৰিয়াই দিলেই টোপোলা ভাত নহয়,,চাউলটো ও খামতি লাহী হব লাগিব🙂🙌🏻
ঢেকীয়াৰ লগত কেতিয়াবা গাহৰি..খাইছেনে!! 🤤
গাহৰি মাংসত ভাগৱত ৰ অলপ সুৰ সোমাই গল দেই 🙏🏼
এছিয়াৰ আটাইতকৈ ডাঙৰ মুকলি বজাৰখনৰ বিষয়ে আপুনি জানেনে?
আপুনি specially কোৰিয়াৰ কাপোৰ খুব কম দামত ইয়াত কিনিব পাৰে👈🏻 @Lewduh Bara Bazar,Meghalaya
ইমান stylish restaurant ত সোমোৱা নাছিলো দেই আগতে..
Menu item দেখি কি খাম কি নাখাম লাগিছিল 😜
PORK with “Chambal “( wild orange of Meghalaya) Garo Style ❤️
প্ৰথমবাৰ মেঘালয়ৰ বনৰীয়া কমলা ৰ লগত গাহৰি খালো👌
ARWAH CAVE,SOHRA
গুহাটোৰ ভিতৰৰ জীৱাশ্মই পৰ্যটকক আকৰ্ষণ কৰে॥আটাইতকৈ দীঘলীয়া আৰু আটাইতকৈ ভয়ংকৰ !!
শ্বিলং ৰ ব্যস্ত পদপথ ৰ Fast Food taste কৰিলো🌶️❤️
Tried khasi land’s “Momo” & “Chicken balls”👌
Roasted Chicken at home 🍗🍗😊
Mukbangers 😎🤩 My first mukbang😍
Sunday bole to গাহৰি মাংস ভাত 😊
Naga style “Pork”with bamboo shoot☺️ ঘৰত,,
ব্ৰহ্মপুত্ৰ ৰ পাৰত ভিন্ন প্ৰকাৰৰ সতেজ মাছ..সতেজ শাক-পাচলি..সতেজ বতাহ..আৰু কি লাগে ☺️😉
ত্ৰিবেণী সংগমস্হল, শিৱসাগৰ..এই ঠাইডোখৰ অতি সুকীয়া..
অসমে কেতিয়াও ক্ৰীড়াৰ ক্ষেত্ৰত পিছুৱাই যোৱা নাই .. Kudos to Rising Warrior Academy,শিৱসাগৰ,অসম👍
আপুনি karate (martial arts) ৰ প্ৰতি আগ্ৰহী যদি চাঁওক,,
Contact-9101730581/9678266380
B.G road,station chariali,Sivasagar
Maggi is happy..#reel #reelsvideo #dogsofinstagram
সৰস্বতী পূজাত দুজনীমান ভণ্টী মৰম লাগিল দেই😊👏🏻
১৫ বছৰ ৰ পিছত সোণাৰী কলেজত..Nostalgic হৈ গলো,,😯
অসমীয়া সমাজত গাহৰি main..নে কি কয় !! 😎
নিয়ৰভঙা পোৱাৰ আশাৰে..গাহৰি খাই যদি ভাল পাই কটা ও চাব লাগে..😜 ( Happy Bihu )
Kaziranga Rhino..The Pride Of Assam😊 #KazirangaNationalPark Assam
নগাঁও ৰ বৰদোৱা সত্ৰৰ মাছ আৰু চৌপাশৰ পৰিৱেশ 👌
Grass cup..Golden Cup 🎣🎏
THAI ETHNIC RESTAURANT 🔥🔥🔥 LOCATION : 2 No Chalakataki, near Duliajan College
এইখন Restaurant ৰ সোৱাদ একদম জেং...👏🏻🙌🏻
Dirang,Arunachal আহি চাব ইয়াত এবাৰ,,⛰️⛰️🥝🥝আৰু তাৰ পাছত জনাব,,
দিৰাং ত আমি এদিন পাহাৰ আৰু নদীৰ মাজত থাকি ভাল পাইছিলোঁ। আপুনি এই ঠাইখন তাৱাংতকৈ বেছি ভাল পাব🤩😎⛰️
Homestay details**
Kalden Homestay
Contact no : 9383349853
Owner : Tenzin bhai
Dirang
We spent one night in Dirang amidst mountains and rivers..You will love this place more than Tawang..😊