Onlineঅসমীয়া

Onlineঅসমীয়া সুখ দুখৰ এটি পৃষ্ঠা

13/01/2025

উৰুকাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
🌸

12/01/2025

মনৰ পৰা এগৰাকী মানুহ সুখী হ'বলৈ হলে আটাইতকৈ বেছি কিহৰ প্ৰয়োজন ?
📌✍️

12/01/2025

আজি কালি হাত কটা ফটোৰ STATUS নেদেখা হলো
মানে সঁচা ভালপোৱাৰ সমাপ্তি হ'ল।
😂

11/01/2025

জীৱনটো সঠিককৈ আগুৱাই যাবলৈ হ'লে
জীৱনত সঠিক লগৰী এগৰাকীৰ প্ৰয়োজন।

10/01/2025

শুম বুলি ভাবি থাকোঁতে
আধা ৰাতি পাৰ হয় মোৰ
😀

10/01/2025

হল বুলি এনেকে live কৰা নে বাপৰে বাপ
ফেচবুক খুলিলেই বিয়েনি মেলৰ Live
😀

10/01/2025
10/01/2025

জীৱনটোত বহুতো ডাঙৰ ডাঙৰ ভুল সিদ্ধান্ত লৈ আহিছোঁ
এতিয়া মাত্ৰ বিয়াখন বাকী আছে ।
😂

10/01/2025

Good morning 🌞🌸🌸

09/01/2025

📌
মূহুৰ্ততেই বিশ্বাসী মানুহবোৰ অবিশ্বাসী ৰূপত ধৰা দিয়ে,
মূহুৰ্ততেই আপোন গৰাকী পৰ হয় আতৰি যায়, মূহুৰ্ততেই অচিনাকি গৰাকী আপোন যেন অনুভৱ হয়,
আচলতে জীৱনটোত এনেকুৱা বহুতো মূহুৰ্ত আহে
আৰু তেতিয়াই হয়তো জীৱনটো অন্য দিশলৈ গতি লয়।
কেতিয়াবা মূহুৰ্তবোৰে সুখ কঢ়িয়াই আনে আৰু কেতিয়াবা কেতিয়াবা কল্পনা কৰিব নোৱাৰা কিছুমান দুখ কষ্ট।😔

04/01/2025

গুৰুত্ব নোপোৱা সম্পৰ্ক বোৰৰ পৰা সাহস গোটাই আঁতৰি যোৱা ❤️‍🩹
কাৰণ নিজৰ আত্মসন্মান বিসৰ্জন দি ভালপোৱা আদায় কৰিব নোৱাৰি,
আকৌ সময় আহিব দিন সলনি হ'ব কোনোবা এগৰাকী মানুহ ওলাব যাৰ ওচৰত আপুনি সদায় গুৰুত্বপূৰ্ণ হৈ ৰব।❤️

Address

Rangia

Website

Alerts

Be the first to know and let us send you an email when Onlineঅসমীয়া posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share