ৰঙপৰা মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত উপস্থিত আটছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধীৰাজ গোৱালা
ধেন্দাই চাহ বাগিচাত কৰম পৰৱ
পাঁচ হাজাৰ নাচনিৰে মুখৰিত হ'ল বিশ্বনাথ কৰমস্থলী
নগাঁও (𝗡𝗔𝗚𝗔𝗢𝗡) ৰ শালনাত 𝟱𝟬𝟬𝟬 ঝুমইৰ (𝗝𝗛𝗨𝗠𝗢𝗜𝗥) নাচনীয়ে একেলগে পৰিৱেশন কৰিলে ঝুমইৰ নৃত্য।
কৰম পৰবৰ বন্ধ ঘোষণা কৰাৰ লগে লগে চাহ শ্ৰমিক আৰু সচেতন মহলৰ মাজত ব্যাপক উত্তেজনা ।
মহাশয়/মহাশয়া
জয় জয়তে অসম চাহ জনজাতি চাহ জনজাতি ছাত্ৰ সন্থা ধোলকোবা প্ৰাথমিক গোট তৰফৰ পৰা সাংস্কৃতিক অভিনন্দন গ্ৰহণ কৰিৱ । কৰ্মৰ সন্ধানত শ্ৰমৰ বাবে অসমলৈ আহি অসমৰ সাহিত্য-সংস্কৃতি ভৰাল চহকী কৰা অসমীয়া ভাষাকেই মাতৃ ভাষা বুলি গ্ৰহণ কৰি বৃহত্তম চাহ জনগোষ্ঠীটোৰ জাতীয় উৎসৱ হ'ল কৰম উৎসৱ ।
পৰাম্পৰাগত বিশ্বাস অনুযায়ী উৰ্বৰা শক্তিৰ উপাসনা কৰা এক উৎসৱ । কৃষি ভিক্তিক এই অনুষ্ঠানত খেতি পথাৰৰ কাম শেষ কৰি চাহ জনগোষ্ঠীলোকৰ গীত-মাতৰ মাধ্যমেৰে প্ৰকৃতিক সন্তুষ্ট কৰিৱ বিচাৰে । সেয়েহে ভাদ মাহৰ আগমনৰ লগে লগে চাহ জনগোষ্ঠীৰ ডেকা গাভৰুৰ মনত শিহৰণ জাগি উঠে আৰু এই উৎসৱৰ সৈতে জডিত হৈ পৰে । বিগত বছৰৰ দৰে এই বেলিও আমি অহা ইং-৩০/০৯/২০২৩ তাৰিখ শনিবাৰে এদিনীয়া কাৰ্যসূচীৰে ধোলকোৱা চাহ বাগিচাত কৰম উৎসৱ পাতিৱলৈ মানস কৰিছোঁ ।
গতিকে উক্ত উৎসৱটিত আপোনাৰ/আপোনালোকৰ উপস্থিতি ও সহায়-সহ
কি কলে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।
উদ্যমান কণ্ঠশিল্পী উমেশ তাঁতী