BG News24

BG News24 I try to spread clear news fearlessly

08/04/2023

নিজে বিহু নাচি নাচি প্ৰশিক্ষণ দিলে
এম. জি ফাউণ্ডেশ্বনৰ উদ্যোগত টিহু পুঠিমাৰী দলৈগাওঁ এল.পি স্কুলৰ খেলপথাৰত প্ৰথম বাৰ্ষিক বিহুনাচ আৰু বিহু বাদ্যৰ কৰ্মশালা অনুষ্টিত হয় ৷

03/04/2023

ব্যক্তিগত বিদ্যালয়ৰ বিপৰীতে চৰকাৰী বিদ্যালয়ত দেখা গ’ল অভিভাৱকৰ ভিৰ।

বজালী উচ্চত্তৰ মাধ্যমিক বিদ্যালয়ত নিজৰ লৰা ছোৱালীক
নামভৰ্তিৰ বাবে দেখা গল অভিভাৱকৰ হেটাওপৰা ।

10/02/2023

হাজাৰ হাজাৰ মানুহ , মানুহ কেৱল মানুহ ৷
বিশ্ব শান্তিৰ বাবে অখণ্ড নাম যজ্ঞ আৰু অষ্টকালীন লীলা কীৰ্তন মহোৎসৱ ৷
বজালীৰ দেনাৰটাৰী ২নং টাংলাৰ ৰাধাগোবিন্দ মন্দিৰত ৷
BG News24

08/01/2023

বজালীৰ পহুমৰা বোনভোজ স্থলী লোকেলোকাৰণ্য ৷

07/01/2023

সদৌ বৰপেটা জিলা ছাত্ৰ সন্থাৰ ২২ সংখ্যক বাঘমাৰা অধিৱেশন আৰু বজালী জিলা ছাত্ৰ সন্থা গঠন৷

06/01/2023

ভোগালী বিহুৰ প্ৰাকক্ষণত ব্যস্ত নলবাৰী জিলাৰ পুঠিমাৰী গাঁৱৰ যুৱক - যুৱতী।

05/01/2023

প্ৰাকৃতিক পৰিৱেশত এক বিশেষ সাক্ষাৎকাৰ পাঠশালাৰ উদীয়মান কণ্ঠশিল্পী নিশান্ত দাসৰ সৈতে

04/01/2023

৫ হাজাৰ বান্ধকবি আৰু ওলকবিৰ খেতি কৰি বজালীৰ বামুণকুচি গাওঁৰ আদৰ্শ খেতিয়ক হিচাপে পৰিগণিত হৈছে জেষ্ঠ ভাতৃ বিনোদ ৰয় আৰু নিপেন ৰয় ৷

04/01/2023

তেওঁৰ হাতৰ পৰশত প্ৰাণপায় তবলাৰ সুৰ , বজালীৰ ন পৰা গাওঁৰ নিবাসী নৃপেন ৰায়ৰ সৈতে এক বিশেষ সাক্ষাৎকাৰ৷

04/01/2023

বজালী উচ্চতাৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ এক প্ৰশংসনীয় পদক্ষেপ ৷

03/01/2023

বজালীৰ এজন আদৰ্শ খেতিয়ক নাম তেওঁৰ কমল তালকুদাৰ, তেওঁৰ খেতিৰ জড়িয়তে পৰিয়ালক দিয়ে পোহপাল ৷ লগতে তেওঁ যোৱাবছৰৰ পৰা ষ্ট্ৰবেৰি খেতি কৰি সুনাম কৰিছে৷

03/01/2023

বজালীত কংগ্ৰেছে দাহ কৰিলে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি

03/01/2023

হেলনা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ANM ৰিতুমণি দত্ত মালাকাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ তৰফৰ পৰা বজালী জিলাৰ ভিতৰত Best Employee বটাঁ লাভ কৰাত তেওঁৰ লগতে সহকৰ্মী সকলে আনন্দ লাভ কৰে ৷

02/01/2023

ডিব্ৰুগড়ত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ শুভ বৰুৱা শৈক্ষিক প্ৰতিভা আৰু জ্ঞান বিকাশ যোজনা জলপানি বিতৰণ।

ডিব্ৰুগড়ৰ পৰা দিপিকা বৰুৱাৰ ৰিপ'ৰ্ট

01/01/2023

গ্ৰামাঞ্চলৰ অতি পিচপৰা অঞ্চল হিছাপে পৰিচিত পাঠশালাৰ সমীপৰ কালদিয়া বনানী বনভোজ থলীত লোকে লোকাৰণ্য।

01/01/2023

বজালী জিলা বিলুপ্ত হৈ যোৱাৰ সম্ভাৱনাৰ প্ৰতিক্ৰিয়া আছুৰ।
পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নাগৰিক সভা৷

01/01/2023

নববৰ্ষৰ প্ৰথম দিনটোতে বজালীত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

নিমাতী কন্যা ৰণজিৎ দাস মুৰ্দাবাদ,হিমন্ত বিশ্ব মুৰ্দাবাদ ধ্বনিৰে আম আদমী পাৰ্টীৰ প্ৰতিবাদ

30/12/2022

সুন্দৰ কণ্ঠৰ অধিকাৰী বাইহাটা চাৰিআলিৰ পৰা প্ৰায় ১০ কি : মি ভিতৰত , আমি ৰাইজৰ মাজত চিনাকি কৰাই দিম জিতুক ৷ সুপ্ত প্ৰতিভা সমূহ প্ৰচাৰ কৰা আমাৰ লক্ষ্য আৰু উদ্দেশ্য ৷ যিকোনো সাংস্কৃতিক অনুষ্ঠানৰ বাবে যোগাযোগ কৰিব পাৰে জিতুৰ সৈতে : 093950 47443

30/12/2022

ব্যতিক্ৰমী ভাৱে কৰিছে খেতি বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ বিষয় শিক্ষয়িত্ৰী মৃনালিনী ডেকা বাইদেউ ৷ ছাত্ৰ ছাত্ৰীৰ লগত ব্যস্ত থকাৰ উপৰিও নিজ হাতে শাক পাচলি আৰু বিভিন্ন ঔষধিগুণযুক্ত গছ ৰূপন কৰি সুন্দৰ কৰি তুলিছে চৌপাশ ৷
BG News24

29/12/2022

কেনেদৰে চলাব শিক্ষান্ত পৰীক্ষাৰ প্ৰস্তুতি জানো আহক পাঠশালা শিক্ষাপীঠ বিদ্যালয়ৰ অধ্যক্ষ উৎপল বৰকাকতি দেৱৰ পৰা ৷ বছৰটোৰ শেষত এক বিশেষ সাক্ষাৎকাৰ ৷

29/12/2022

ব্যতিক্ৰমী ব্যক্তিত্বৰ অধিকাৰী ভাৰতীয় দলিত সাহিত্য একাডেমি বটাঁ প্ৰাপক বজালীৰ পুঠিমাৰীৰ শ্ৰীমন্ত শঙ্কৰদেৱ এম ই স্কুলৰ প্ৰধান শিক্ষক ভূপেন খাটনিয়াৰ দেৱৰ সৈতে এক বিশেষ সাক্ষাৎকাৰ ৷

29/12/2022

BG News24 ৰ তৰফৰ পৰা আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ একমাত্ৰ প্ৰতিযোগি বজালীৰ পুঠিমাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ডিশান্ত জ্যোতি দাসে এখন চিত্ৰ প্ৰেৰণ কৰিছিল বাবে তেওঁ সৈতে মোৰ এক সুকীয়া সাক্ষাৎকাৰ৷

29/12/2022

ভূটানৰ পৰা কেনেদৰে ভাৰতলৈ ৰপ্তানি কৰা হয় কমলা শুনক ভূটানৰ কমলা ব্যবসায়ৰ মুখৰ পৰা ৷

ভাৰত - ভূটান সীমান্ত নামলাঙত কমলাৰ বৃহৎ বজাৰ

29/12/2022

একক আৰু অনন্য নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান GREEN WORLD NURSERY ৷ বিভিন্ন ধৰণৰ মনোমোহা ফুল তথা গছপুলি মোহিত কৰিব আপোনাৰ লগতে আপোনাৰ ঘৰৰ চৌপাশ ৷
এই সুন্দৰ প্ৰচেষ্টাৰ মুখ্য ব্যক্তি হৈছে প্ৰণৱ শৰ্মা আৰু তেখেতৰ পত্নী পম্পী শৰ্মা ৷

27/12/2022

আকৌ এজন প্ৰচাৰ বিমুখ ব্যক্তি বিচাৰি পালোঁ , বজালীৰ মুগুৰীয়াৰ সু সন্তান চিত্ৰশিল্পী দিপাংকৰ শৰ্মা। তেওঁৰ হাতৰ পৰশত প্ৰাণ পায় বহুটো চিত্ৰ ৷

27/12/2022

বজালীৰ নিত্যানন্দ অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে নিৰ্মাণ কৰা নিত্যানন্দ আঞ্চলিক শ্মশান খন আজি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে ৰঞ্জিত কুমাৰ দাসে।

27/12/2022

নব বৰ্ষৰ প্ৰথম সপ্তাহত নামনি অসমৰ ঘাইপথৰ কেবাখনো উৰনীয়া সেতুৰ শিলান্যাস কৰিব।

25/12/2022

বজালীৰ তেপট্টাৰী প্ৰাথমিক বিদ্যালয়ৰ হীৰক জয়ন্তী উপলক্ষে আয়োজন কৰে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী
BG News24

25/12/2022

প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যৰে নৈসর্গিক পৰিবেশতে স্থাপন হোৱা বজালীৰ বালাপাৰা ৰ কালদিয়া বনানিত লোকে লোকাৰণ্য হৈ পৰিছে বনভোজস্থলী।
BG News24

25/12/2022

তিনিচুকীয়া জিলা দাইছা জান আৰ্মী কেম্পৰ এক প্ৰশংসনীয় প্ৰদক্ষেপ।।

তিনিচুকীয়া পৰা সুদীপ্ত নয়ন চাংমাই ৰিৰ্পট
BG News24

25/12/2022

বজালীৰ তেপট্টাৰী প্ৰাথমিক বিদ্যালয়ৰ হীৰক জয়ন্তী উপলক্ষে সাংস্কৃতিক শোভাযাত্ৰাৰ৷
BG News24

25/12/2022

লোকে লোকাৰণ্য বজালী ৰ বালাপাৰা কালদিয়া বনানিৰ বনভোজস্থলী
BG News24

23/12/2022

চৰকাৰী চাকৰিৰ আশাত বহি নাথাকি বজালীৰ কুৱাৰাৰ শিক্ষিত যুৱক বিনয় দাসে চলাই গৈছে স্বাৱলম্বিতাৰ নিদৰ্শন
BG News24

20/12/2022

নৱবৰ্ষৰ প্ৰাকমুহূৰ্ত তিনিচুকীয়া জিলা প্ৰশাসনৰ তালাচী অভিযান।

20/12/2022

বজালী জিলাৰ কুৰবাহা মধ্য ইং বিদ্যালয়ত অনুষ্ঠিত হয় সম্প্ৰদায় উৎসৱ এই উৎসৱ উপস্থিত থাকি

20/12/2022

সদৌ অসম পৌৰনিকায় কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে ৰাজ্যৰ পৌৰকৰ্মচাৰী সকলৰ সমস্যা সমূহৰ সমাধানৰ দাবীত তিনিদিনীয়া সৰ্বাত্মক ধৰ্মঘট
BG News24

Address

Pathsala

Telephone

+919678702354

Website

Alerts

Be the first to know and let us send you an email when BG News24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to BG News24:

Videos

Share

Nearby media companies


Other Media/News Companies in Pathsala

Show All