নিজে বিহু নাচি নাচি প্ৰশিক্ষণ দিলে
এম. জি ফাউণ্ডেশ্বনৰ উদ্যোগত টিহু পুঠিমাৰী দলৈগাওঁ এল.পি স্কুলৰ খেলপথাৰত প্ৰথম বাৰ্ষিক বিহুনাচ আৰু বিহু বাদ্যৰ কৰ্মশালা অনুষ্টিত হয় ৷
#BGNews
ব্যক্তিগত বিদ্যালয়ৰ বিপৰীতে চৰকাৰী বিদ্যালয়ত দেখা গ’ল অভিভাৱকৰ ভিৰ।
বজালী উচ্চত্তৰ মাধ্যমিক বিদ্যালয়ত নিজৰ লৰা ছোৱালীক
নামভৰ্তিৰ বাবে দেখা গল অভিভাৱকৰ হেটাওপৰা ।
#NInews
হাজাৰ হাজাৰ মানুহ , মানুহ কেৱল মানুহ ৷
বিশ্ব শান্তিৰ বাবে অখণ্ড নাম যজ্ঞ আৰু অষ্টকালীন লীলা কীৰ্তন মহোৎসৱ ৷
বজালীৰ দেনাৰটাৰী ২নং টাংলাৰ ৰাধাগোবিন্দ মন্দিৰত ৷
BG News24
বজালীৰ পহুমৰা বোনভোজ স্থলী লোকেলোকাৰণ্য ৷
সদৌ বৰপেটা জিলা ছাত্ৰ সন্থাৰ ২২ সংখ্যক বাঘমাৰা অধিৱেশন আৰু বজালী জিলা ছাত্ৰ সন্থা গঠন৷
ভোগালী বিহুৰ প্ৰাকক্ষণত ব্যস্ত নলবাৰী জিলাৰ পুঠিমাৰী গাঁৱৰ যুৱক - যুৱতী।
প্ৰাকৃতিক পৰিৱেশত এক বিশেষ সাক্ষাৎকাৰ পাঠশালাৰ উদীয়মান কণ্ঠশিল্পী নিশান্ত দাসৰ সৈতে
৫ হাজাৰ বান্ধকবি আৰু ওলকবিৰ খেতি কৰি বজালীৰ বামুণকুচি গাওঁৰ আদৰ্শ খেতিয়ক হিচাপে পৰিগণিত হৈছে জেষ্ঠ ভাতৃ বিনোদ ৰয় আৰু নিপেন ৰয় ৷
তেওঁৰ হাতৰ পৰশত প্ৰাণপায় তবলাৰ সুৰ , বজালীৰ ন পৰা গাওঁৰ নিবাসী নৃপেন ৰায়ৰ সৈতে এক বিশেষ সাক্ষাৎকাৰ৷
বজালী উচ্চতাৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ এক প্ৰশংসনীয় পদক্ষেপ ৷
বজালীৰ এজন আদৰ্শ খেতিয়ক নাম তেওঁৰ কমল তালকুদাৰ, তেওঁৰ খেতিৰ জড়িয়তে পৰিয়ালক দিয়ে পোহপাল ৷ লগতে তেওঁ যোৱাবছৰৰ পৰা ষ্ট্ৰবেৰি খেতি কৰি সুনাম কৰিছে৷
বজালীত কংগ্ৰেছে দাহ কৰিলে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি
হেলনা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ANM ৰিতুমণি দত্ত মালাকাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ তৰফৰ পৰা বজালী জিলাৰ ভিতৰত Best Employee বটাঁ লাভ কৰাত তেওঁৰ লগতে সহকৰ্মী সকলে আনন্দ লাভ কৰে ৷
ডিব্ৰুগড়ত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ শুভ বৰুৱা শৈক্ষিক প্ৰতিভা আৰু জ্ঞান বিকাশ যোজনা জলপানি বিতৰণ।
ডিব্ৰুগড়ৰ পৰা দিপিকা বৰুৱাৰ ৰিপ'ৰ্ট
গ্ৰামাঞ্চলৰ অতি পিচপৰা অঞ্চল হিছাপে পৰিচিত পাঠশালাৰ সমীপৰ কালদিয়া বনানী বনভোজ থলীত লোকে লোকাৰণ্য।
বজালী জিলা বিলুপ্ত হৈ যোৱাৰ সম্ভাৱনাৰ প্ৰতিক্ৰিয়া আছুৰ।
পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নাগৰিক সভা৷
#BG_news24
নববৰ্ষৰ প্ৰথম দিনটোতে বজালীত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ
নিমাতী কন্যা ৰণজিৎ দাস মুৰ্দাবাদ,হিমন্ত বিশ্ব মুৰ্দাবাদ ধ্বনিৰে আম আদমী পাৰ্টীৰ প্ৰতিবাদ
সুন্দৰ কণ্ঠৰ অধিকাৰী বাইহাটা চাৰিআলিৰ পৰা প্ৰায় ১০ কি : মি ভিতৰত , আমি ৰাইজৰ মাজত চিনাকি কৰাই দিম জিতুক ৷ সুপ্ত প্ৰতিভা সমূহ প্ৰচাৰ কৰা আমাৰ লক্ষ্য আৰু উদ্দেশ্য ৷ যিকোনো সাংস্কৃতিক অনুষ্ঠানৰ বাবে যোগাযোগ কৰিব পাৰে জিতুৰ সৈতে : 093950 47443
ব্যতিক্ৰমী ভাৱে কৰিছে খেতি বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ বিষয় শিক্ষয়িত্ৰী মৃনালিনী ডেকা বাইদেউ ৷ ছাত্ৰ ছাত্ৰীৰ লগত ব্যস্ত থকাৰ উপৰিও নিজ হাতে শাক পাচলি আৰু বিভিন্ন ঔষধিগুণযুক্ত গছ ৰূপন কৰি সুন্দৰ কৰি তুলিছে চৌপাশ ৷
BG News24
কেনেদৰে চলাব শিক্ষান্ত পৰীক্ষাৰ প্ৰস্তুতি জানো আহক পাঠশালা শিক্ষাপীঠ বিদ্যালয়ৰ অধ্যক্ষ উৎপল বৰকাকতি দেৱৰ পৰা ৷ বছৰটোৰ শেষত এক বিশেষ সাক্ষাৎকাৰ ৷
ব্যতিক্ৰমী ব্যক্তিত্বৰ অধিকাৰী ভাৰতীয় দলিত সাহিত্য একাডেমি বটাঁ প্ৰাপক বজালীৰ পুঠিমাৰীৰ শ্ৰীমন্ত শঙ্কৰদেৱ এম ই স্কুলৰ প্ৰধান শিক্ষক ভূপেন খাটনিয়াৰ দেৱৰ সৈতে এক বিশেষ সাক্ষাৎকাৰ ৷
BG News24 ৰ তৰফৰ পৰা আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ একমাত্ৰ প্ৰতিযোগি বজালীৰ পুঠিমাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ডিশান্ত জ্যোতি দাসে এখন চিত্ৰ প্ৰেৰণ কৰিছিল বাবে তেওঁ সৈতে মোৰ এক সুকীয়া সাক্ষাৎকাৰ৷
ভূটানৰ পৰা কেনেদৰে ভাৰতলৈ ৰপ্তানি কৰা হয় কমলা শুনক ভূটানৰ কমলা ব্যবসায়ৰ মুখৰ পৰা ৷
ভাৰত - ভূটান সীমান্ত নামলাঙত কমলাৰ বৃহৎ বজাৰ
একক আৰু অনন্য নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান GREEN WORLD NURSERY ৷ বিভিন্ন ধৰণৰ মনোমোহা ফুল তথা গছপুলি মোহিত কৰিব আপোনাৰ লগতে আপোনাৰ ঘৰৰ চৌপাশ ৷
এই সুন্দৰ প্ৰচেষ্টাৰ মুখ্য ব্যক্তি হৈছে প্ৰণৱ শৰ্মা আৰু তেখেতৰ পত্নী পম্পী শৰ্মা ৷
আকৌ এজন প্ৰচাৰ বিমুখ ব্যক্তি বিচাৰি পালোঁ , বজালীৰ মুগুৰীয়াৰ সু সন্তান চিত্ৰশিল্পী দিপাংকৰ শৰ্মা। তেওঁৰ হাতৰ পৰশত প্ৰাণ পায় বহুটো চিত্ৰ ৷
বজালীৰ নিত্যানন্দ অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে নিৰ্মাণ কৰা নিত্যানন্দ আঞ্চলিক শ্মশান খন আজি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে ৰঞ্জিত কুমাৰ দাসে।
নব বৰ্ষৰ প্ৰথম সপ্তাহত নামনি অসমৰ ঘাইপথৰ কেবাখনো উৰনীয়া সেতুৰ শিলান্যাস কৰিব।
বজালীৰ তেপট্টাৰী প্ৰাথমিক বিদ্যালয়ৰ হীৰক জয়ন্তী উপলক্ষে আয়োজন কৰে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী
BG News24
প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যৰে নৈসর্গিক পৰিবেশতে স্থাপন হোৱা বজালীৰ বালাপাৰা ৰ কালদিয়া বনানিত লোকে লোকাৰণ্য হৈ পৰিছে বনভোজস্থলী।
BG News24
তিনিচুকীয়া জিলা দাইছা জান আৰ্মী কেম্পৰ এক প্ৰশংসনীয় প্ৰদক্ষেপ।।
তিনিচুকীয়া পৰা সুদীপ্ত নয়ন চাংমাই ৰিৰ্পট
BG News24