Mrinmay Pathak Reporter - Bajali

Mrinmay Pathak Reporter - Bajali ৰাইজৰ হৈ ৰাইজৰ পক্ষত থাকি।
যোগাযোগ- 8399036810

10/12/2024

Exclusive interview

বজালীৰ ভৱানীপুৰ আঞ্চলিক কলেজৰ সন্মুখত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দূৰ্ঘটনাথিতাতে নিহত ৫ গৰাকী ব্যক্তিনিহত ব্যক্তি ...
23/11/2024

বজালীৰ ভৱানীপুৰ আঞ্চলিক কলেজৰ সন্মুখত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দূৰ্ঘটনা

থিতাতে নিহত ৫ গৰাকী ব্যক্তি

নিহত ব্যক্তি কেইগৰাকীৰ ঘৰ বৰপেটাৰ জ্যোতি গুচিত

নলবাৰীৰ পৰা ৰাস চাই উভতি যোৱাৰ সময়তে এখন ট্ৰাকত খুন্দা মৰাৰ ফলতে এই ভয়ংকৰ দূৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে

ঘটনা স্হলিত লগে লগে উপস্থিত হয় ভৱানীপুৰ আৰক্ষী

নিহত ৫ গৰাকী ব্যক্তি হল

আচিচ হাবিব খান

মিজাউৰ ৰহমান

ৰয়েল খান

মইৰুল হক

মিজাজুৰ খান

আহত আন দুজনক সংকটজনক অৱস্থাত ক বৰপেটা মেডিকেল কলেজত ভৰ্তি কৰোবা হৈছে

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ উদ্যোগত ছাত্ৰ ছাত্ৰী সকলৰ বৌদ্ধিক তথা মানসিক বিকাশৰ বাবে অনুষ্ঠিত "উত্তৰণ" নামৰ এ...
22/11/2024

ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ উদ্যোগত ছাত্ৰ ছাত্ৰী সকলৰ বৌদ্ধিক তথা মানসিক বিকাশৰ বাবে অনুষ্ঠিত "উত্তৰণ" নামৰ এদিনীয়া শিবিৰ অনুষ্ঠানটোত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা সাংবাদিক হিচাপে উপস্থিত থাকি নথৈ আনন্দিত হও।এই চেগতে শ্ৰদ্ধাৰ পৰাগ বৰ্মণ ছাৰক ধন্যবাদ জনাইছো

জুবিন আমাৰ প্ৰিয়…যি নাম নহয়, সংগীতৰ এক অনুষ্ঠান…আমাৰ হিয়াৰ আমঠু ড° জুবিন গাৰ্গক ওপজা দিন হিয়াভৰা শুভকামনা…
17/11/2024

জুবিন আমাৰ প্ৰিয়…
যি নাম নহয়, সংগীতৰ এক অনুষ্ঠান…

আমাৰ হিয়াৰ আমঠু ড° জুবিন গাৰ্গক ওপজা দিন হিয়াভৰা শুভকামনা…

17/11/2024

অভিমান্যু লৈ সহাৰি ৰাইজৰ

17/11/2024

ৰূপকোৱৰ জাতীয়বিদ্যালয়ত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া ছাৰ

বজালীৰ ৰাইজৰ এটা চিনাকী নাম নৰ্তন একাডেমী,গৌতম দা গিৰিন দাৰ নেতৃত্ব উজ্বলি উঠিছে শৈক্ষিক অনুষ্ঠানটো-সুন্দৰ আনুষ্ঠানটোত আ...
16/11/2024

বজালীৰ ৰাইজৰ এটা চিনাকী নাম নৰ্তন একাডেমী,গৌতম দা গিৰিন দাৰ নেতৃত্ব উজ্বলি উঠিছে শৈক্ষিক অনুষ্ঠানটো-সুন্দৰ আনুষ্ঠানটোত আমাক মাতি এইখিনি মৰম দিয়া বাবে একাডেমী খনৰ প্ৰতিগৰাকী বিষয়বীয়াক ধন্যবাদ।অনুষ্ঠানতোৰ লগত ওত প্ৰত ভাবে জড়িত থকা ভাতৃ জিন্টু ক ও এই চেগতে ধন্যবাদ,উজ্বলি থাকক নৰ্তন একাডেমী

16/11/2024

হত্যা, হিংসা, প্রতিবাদৰ বিপৰীতে আজি দেখুৱাম এক ভাললগা দৃশ্য। চৰ্চালৈ আহিছে পাঠশালাৰ এখন বিদ্যালয়ৰ কণ কণ শিক্ষাৰ্থীসকলৰ এক বিশেষ ভিডিঅ’। ইতিমধ্যে সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে এই বিশেষ ভিডিঅ’। কণমানিহঁতৰ শলাগ লৈছে ৰাজ্যৰ মুখ্যমন্ত্রীগৰাকীয়েও।

16/11/2024

আজি "ৰাষ্ট্ৰীয় প্ৰেছ দিৱস" উপলক্ষে পাঠশালা প্ৰেছ ক্লাৱৰ নিৰ্মীয়মান কাৰ্যালয়ত শ্ৰমিকৰ ৰূপত দেখা গল মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক

সাংবাদিক সকলৰ লগত মতবিনিময় কৰাৰ লগতে নিৰ্মীয়মান ভৱণটোত শ্ৰমদান কৰে মন্ত্ৰী গৰাকীয়ে।

বিভিন্ন সময়ত ভিন্ন ৰূপত দেখা যায় জেষ্ঠ মন্ত্ৰী গৰাকীক

15/11/2024

Exclusive interview Ravi Sharma da

13/11/2024

পাঠশালা ৰাস

12/11/2024

পাঠশালাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা

ৰাজপথত ব্যৱসায়ীক বাট আগুচি ধৰি দুৰ্বৃত্তৰ আক্ৰমণ

পাঠশালাৰ ব্যৱসায়ীত প্ৰতিষ্ঠান বন্ধ কৰি আহি থাকোতে ৰাস্তাতে বাট আগুচি ধৰি তিনি দুবৃত্তিই লুট কৰিলে এক লক্ষাধিক টকা

ঘটনাত আহত নৱ পাণ চপৰ স্বত্বাধিকাৰী নৱ চৌধুৰী নামৰ ব্যক্তি গৰাকী

আহত ব্যক্তি গৰাকীক পাঠশালা মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়

ঘটনা সন্দৰ্ভত পাঠশালা আৰক্ষী থানাত গোচৰ ৰুজু

লক্ষণীয় ভাবে কিছুদিন পূৰ্বে পাটাছাৰকুছিত আন ব্যবসায়ী দুগৰাকীক আক্ৰমণ কৰিছিল দুবৃত্তই

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ অন্তৰ্গত ভট্টদেৱ বিশ্ববিদ্যালয় শাখাই আয়োজন কৰা ৰমাইলো ভেটঘাট অনুষ্ঠানত উপস্থিত থাকি নথৈ আনন্...
10/11/2024

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ অন্তৰ্গত ভট্টদেৱ বিশ্ববিদ্যালয় শাখাই আয়োজন কৰা ৰমাইলো ভেটঘাট অনুষ্ঠানত উপস্থিত থাকি নথৈ আনন্দিত হলো

বজালীৰ এটা স্বেচ্ছা সেৱী অনুষ্ঠান জান বৃদ্ধি ফাউণ্ডেশ্যনৰ “বস্ত্ৰসখা”ৰ উদ্যোগত আৰ্তজনক কালিপূজাৰ দিনটোতে বস্ত্ৰ বিতৰণ কা...
31/10/2024

বজালীৰ এটা স্বেচ্ছা সেৱী অনুষ্ঠান জান বৃদ্ধি ফাউণ্ডেশ্যনৰ “বস্ত্ৰসখা”ৰ উদ্যোগত আৰ্তজনক কালিপূজাৰ দিনটোতে বস্ত্ৰ বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ

বজালী য়ুথ ক্লাৱৰ সভাপতি উদ্দিপ্ত বিশাল দাসৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভা খনত উপস্থিত থাকি আগন্তুক দিনৰ পৰিকল্পনা সমূহৰ...
31/10/2024

বজালী য়ুথ ক্লাৱৰ সভাপতি উদ্দিপ্ত বিশাল দাসৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভা খনত উপস্থিত থাকি আগন্তুক দিনৰ পৰিকল্পনা সমূহৰ ওপৰত পৰ্য্যালোচনা কৰোঁ।

আপোনালোক সকলোকে জনাবলৈ পাই সুখী হৈছোঁ যে, উক্ত বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে এইবেলি বজালী য়ুথ ক্লাৱৰ নেতৃত্বত সাংস্কৃতিক নগৰী তথা শিক্ষা নগৰী পাঠশালাত অতিশীঘ্ৰেই আমি এক বিনামূলীয়া কোচিং চেণ্টাৰ এটা মুকলি কৰা হৱ। যত, বজালী অঞ্চলৰ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰী সকলে সম্পূৰ্ণ বিনামূলীয়াকৈ ইয়াত পাঠদান কৰাৰ সুবিধা লাভ কৰিব পাৰিব। উক্ত বৈঠকত আমাৰ সৈতে উপস্থিত থাকে, বজালী জিলা দুৰ্যোগ ব্যৱস্থাপনা বিষয়া Shankar Bharat Nath ডাঙৰীয়া, বজালী য়ুথ ক্লাৱৰ মুখ্য প্ৰতিস্থাপক সম্পাদক Rahul Patgiri, নিৰ্মল হালৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি Manpreet Sarma Parashar কে ধৰি ক্লাৱৰ আন আন সদস্য সকল

31/10/2024

মানুহে মানুহৰ বাবে-

আমাৰ ফালৰ পৰা আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ পোহৰৰ উৎসৱ দিপাৱলী আৰু কালিপূজাৰ প্ৰীতি আৰু শুভেচ্ছা জনালো।আন্ধাৰ বিনাশী পোহৰে...
31/10/2024

আমাৰ ফালৰ পৰা আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ পোহৰৰ উৎসৱ দিপাৱলী আৰু কালিপূজাৰ প্ৰীতি আৰু শুভেচ্ছা জনালো।

আন্ধাৰ বিনাশী পোহৰেৰে আলোকিত হৈ থাকক সকলোৰে মন মগজু। আশা কৰো আপোনালোকে সদায় কুশলে থাকক আৰু উঠত সদায় হাঁহি বিৰিঙী থাকক।তাকে মা কামখ্যা ওচৰত প্ৰাৰ্থনা।

Address

Pathsala

Telephone

+918399036810

Website

Alerts

Be the first to know and let us send you an email when Mrinmay Pathak Reporter - Bajali posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share