News Fast Assam

News Fast Assam খৱৰৰ আঁৰৰ খৱৰ জনাবলৈ আমি সদা তৎপৰ সদায় দায়ৱদ্ধ ।

02/06/2024

⭕ চিতাই ভুল চিকাৰ নিৰ্বাচিত কৰিলে...
⭕ চিকাৰ কৰিবলৈ গৈ বনৰজাৰ কি অৱস্থা হ'ল চাওঁক


02/06/2024

🎤 চৰ্চাত জুবিন গাৰ্গৰ এটি পুৰণি ভিডিঅ।



02/06/2024

⭕ ছোৱালীজনীৰ প্রতিভা দেখি মুগ্ধ হব আপুনিও।


02/06/2024

⭕ এয়াই প্রকৃত বন্ধুত্ব।



02/06/2024

⭕ প্রভুভক্তৰ কাৰ্য দেখিলে আপুনিও মুহিত হব ।



02/06/2024

⭕ ৰাজপথত মুক্ত বিচৰণ বনৰজাৰ।



01/06/2024

⭕️ পশ্চিমবংগৰ বেলগাছিয়াত ভোটাধিকাৰ সাব্যস্ত কৰি কি ক'লে মিথুন চক্ৰৱৰ্তীয়ে?


01/06/2024

⭕️ হিমাচল প্ৰদেশৰ মাণ্ডি সমষ্টিৰ বিজেপি প্ৰাৰ্থী কংগনা ৰানাৱটৰ ভোটদান..


🏏 আজি T20 বিশ্বকাপৰ টীম ইণ্ডিয়াৰ একমাত্ৰ অনুশীলন মেচ..🏏 ভাৰত আৰু বাংলাদেশৰ মাজত T-20 বিশ্বকাপৰ অনুশীলন মেচ l
01/06/2024

🏏 আজি T20 বিশ্বকাপৰ টীম ইণ্ডিয়াৰ একমাত্ৰ অনুশীলন মেচ..
🏏 ভাৰত আৰু বাংলাদেশৰ মাজত T-20 বিশ্বকাপৰ অনুশীলন মেচ l




📌 ভাৰতীয় মহিলা টেষ্ট দলত স্থান লাভ অসম কন্যা উমা চেত্রীৰ।
01/06/2024

📌 ভাৰতীয় মহিলা টেষ্ট দলত স্থান লাভ অসম কন্যা উমা চেত্রীৰ।




📌 সৃষ্টি হ'ল এক নতুন ইতিহাসৰ!দবা খেলৰ বিশ্ব চেম্পিয়ন মেগনাছ কাৰ্লছেনক পৰাস্ত কৰি ইতিহাস সৃষ্টি কৰিলে ভাৰতীয় খেলুৱৈ ৰমেশব...
01/06/2024

📌 সৃষ্টি হ'ল এক নতুন ইতিহাসৰ!
দবা খেলৰ বিশ্ব চেম্পিয়ন মেগনাছ কাৰ্লছেনক পৰাস্ত কৰি ইতিহাস সৃষ্টি কৰিলে ভাৰতীয় খেলুৱৈ ৰমেশবাবু প্ৰজ্ঞানন্দাই l
📌 নৰৱে'ত অনুষ্ঠিত দবা প্ৰতিযোগিতাত ১৮ বছৰীয়া গ্ৰেণ্ড মাষ্টাৰ প্ৰজ্ঞানন্দাই গৃহভূমিতে মেগনাছ কাৰ্লছেনক ৩টা ৰাউণ্ডৰ অন্তত ৫.৫ পইণ্টত পৰাস্ত কৰে।



01/06/2024

⭕️ সকলো উৎকণ্ঠাৰ অন্ত পৰিব ৪ জুনত
⭕️ নিৰ্বাচনৰ ফলাফলক লৈ সাজু হৈছে সকলো
⭕️ ভোট গণনাৰ বাবে সাজু কৰি তুলিছে কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয়
⭕️ ৪ জুনত পুৱা ৮ বজাৰ পৰা ১৪খন টেবুলত ১৭ ৰাউণ্ডত হ'ব ভোটগণনা......



01/06/2024

🧘‍♀️ কন্যাকুমাৰীত ধ্যানত মগ্ন নৰেন্দ্ৰ মোডী । ৪৫ঘন্টাৰ বাবে ধ্যানত বহিল প্ৰধানমন্ত্ৰীগৰাকী ...



31/05/2024

🎸 গানেৰে দৰ্শকক মুগ্ধ জুবিন গাৰ্গৰ...

31/05/2024

⭕ বিদেশতো নিজৰ মাতৃভাষাক লৈ গৌৰৱ অভিনেত্ৰী আইমী বৰুৱাৰ....


31/05/2024

⭕ পানীত কক বকাই থকা এটা মেকুৰীক ডুব যোৱাৰ পৰা ৰক্ষা এটা কুকুৰৰ চাওঁক….





31/05/2024

⭕ হাফলঙৰ ৰে'ল সুৰংগত সোমাইছে বান। প্ৰলয়ংকাৰী বানে ঢাঁহি-মুহি নিছে সকলো।



31/05/2024

⭕ সাগৰীয় ঘূর্ণী ৰিমালৰ ভয়ানক দৃশ্য।




31/05/2024

🎸 জুবিন গাৰ্গৰ সংগীতানুষ্ঠান....…


অনলাইন জুৱাৰ বিজ্ঞাপন কৰি বিপদত পৰিল কমাণ্ডো মহিলা নিলম্বিত হ'ল অসম আৰক্ষীৰ বীৰাংগণাৰ কমাণ্ডো পাপৰি কলিতা...
30/05/2024

অনলাইন জুৱাৰ বিজ্ঞাপন কৰি বিপদত পৰিল কমাণ্ডো মহিলা
নিলম্বিত হ'ল অসম আৰক্ষীৰ বীৰাংগণাৰ কমাণ্ডো পাপৰি কলিতা...


30/05/2024

🦏 কাজিৰঙাত সদ্যোজাত গঁড়ৰ পোৱালীৰ নান্দনিক দৃশ্য।


30/05/2024

⭕️ উমৰাংছুৰ লংকুত নিৰ্মীয়মান শক্তি বিভাগৰ বান্ধলৈ আহিছে তীব্ৰ ভাবুকি। যিকোনো মুহূৰ্ততে ভাঙি পৰিব পাৰে নিৰ্মীয়মান শক্তি বিভাগৰ বান্ধটো। প্ৰকল্পৰ মূল বান্ধ, গে’টৰ ওপৰেৰে বাগৰিছে পানী।



30/05/2024

⭕️ অসমে দীৰ্ঘ সময়জুৰি উগ্ৰপন্থী সমস্যাৰ সৈতে যুঁজি আজিৰ এই অৱস্থা পাইছে৷
⭕️ ওড়িশাৰ লগত অসমৰ তুলনা কৰা অনুচিত..


30/05/2024

⭕️ 'অসমৰ ১৪ খন আসনৰ ১২খন আসনেই বিজেপি মিত্ৰজোঁটে দখল কৰিব'। শিৱসাগৰত উপস্থিত হৈ এই মন্তব্য মন্ত্ৰী সঞ্জয় কিষাণৰ।



30/05/2024

⭕️ ৰিমাল সন্দৰ্ভত ৰাজ্য চৰকাৰৰ পৰ্যালোচনা বৈঠক। যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু প্ৰশাসন। বৈঠকৰ অন্তত কি ক'লে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্রী যোগেন মহনে?

30/05/2024

⭕️ অৱশেষত ভাৰতত আহি উপস্থিত হ’ল ৱাহিদা বেগম। অমৃতসৰত ১১ বছৰীয়া পুত্ৰসহ ৱাহিদাক উষ্ম আলিগংনেৰে সাৱটি আদৰণি মাতৃৰ। বুধবাৰে ৱাঘা ব’ৰ্ডাৰেৰে পাকিস্তানে ভাৰতক হস্তান্তৰ কৰিছিল ৱাহিদা বেগমক।



29/05/2024

⭕ কলকাতাটো দেখা গ'ল ৰিমালৰ ভয়াবহ প্রভাৱ।





29/05/2024

⭕ বাংলাদেশত সাগৰীয় ঘূর্ণী ৰিমালৰ ভয়াবহ প্ৰভাৱ....




Address

Infront Of Bhattadev University, Kakati Complex 1st Floor Pathsala
Pathsala

Alerts

Be the first to know and let us send you an email when News Fast Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share


Other News & Media Websites in Pathsala

Show All

You may also like