Assam Today

Assam Today Assam's Most Trusted Digital News Portal.

26/01/2024

চিৰাঙৰ বিজনীৰ পাণবাৰী ভূটীয়াপাৰাৰ প্ৰগতিশীল কৃষক সৰ্বেশ্বৰ বসুমতাৰীলৈ পদ্মশ্ৰী সন্মান ২০২৩





26/01/2024

গণৰাজ্য দিৱসৰ দিনাই হাইলাকান্দি জিলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিষ্ণু ভূঞাৰ ব্যতিক্ৰমী পদক্ষেপ।।





25/01/2024

🛑কাজিৰঙাত দেখিবলৈ পোৱা গ'ল দুষ্প্ৰাপ্য সোণালী ঢেকিয়াপতীয়া বাঘ।





24/01/2024

🔵ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বজালীতো দেশৰ ৭৫ তম্ গণৰাজ্য দিৱস পালন কৰাৰ ব্যাপক প্ৰস্তুতি l
🔵গণৰাজ্য দিৱসৰ প্ৰস্তুতি সন্দৰ্ভত বুজ বজালী জিলা আয়ুক্তৰ l





24/01/2024

অসম চৰকাৰৰ অসমীয়া মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যৰ লগতে বিজনী আৰু বৰনগৰ ত আছুৰ প্ৰতিলিপি দাহন কাৰ্যসূচী।

24/01/2024

মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ ফ্ৰম লবলৈ বজালী ৰ দাতিৰবড়ীৰ গাওঁ পঞ্চায়তত হেজাৰ হেজাৰ মহিলা।

23/01/2024

বজালীত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা।

বজালীৰ গৰৈমাৰি তপন দাস নামৰ লোক জনৰ ঘৰত বিদ্যুৎ পৰিবাহী তাৰত জুইৰ সুত্ৰপাত হৈ সম্পূৰ্ণৰূপে ভস্মীভূত হয় এটা খেৰৰ পুঁজি ।

22/01/2024

অযোধ্যা ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা লগত সংগতি ৰাখি শালবাৰীৰ অওহাটা শাখা সত্ৰত বন্তি প্ৰজ্বলন কাৰ্যসূচী

22/01/2024

আজি অযোধ্যাত ৰামলালাৰ মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে দেশযুৰি উখল-মাখল পৰিবেশ।

চিৰাং জিলাৰ বিজনীতো
আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, ৰাষ্ট্ৰীয় ছাত্র পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰংগ দলৰ চিৰাং জিলা সমিতিৰ উদ্যোগত উলিওৱা হ'ল বৃহৎ সমদল।



22/01/2024

বজালীৰ ডুবিৰ শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়ত জনতাৰ লগত একেলগে বহি শ্ৰীৰাম প্ৰান প্ৰতিষ্ঠাৰ দৃশ্য উপভোগ কৰিলে কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে।


22/01/2024

*ঐতিহাসিক ক্ষণ অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা।*

*সমগ্র দেশৰ সমান্তৰাল ভাৱে বজালীৰ পাঠশালাৰ ঐতিহ্যমণ্ডিত হনুমান মন্দিৰতো অগণন ভক্তৰ ভীৰ।।*

22/01/2024

Congress leader RahulGandhi tells a security official as he is stopped from visiting Assam's Batadrava Than, the birthplace of saint Srimanta Sankardeva.
Courtesy:PTI

21/01/2024

*বৰপেটাৰোডত আনুষ্ঠানিক ভাৱে ৰেচনকাৰ্ড বিতৰণ।*

*শক্তিমন্ত্ৰী নন্দিতা গার্লছা আৰু ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰৰ উপস্থিতিত আনুষ্ঠানিকভাৱে ৰেচনকাৰ্ড বিতৰণ নতুন হিতাধিকাৰিক*

21/01/2024

কাইলৈ অযোধ্যাত ৰাম মন্দিৰ উদ্বোধন কৰাৰ লগতে ৰামলালাৰ মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠা হব।

সমগ্ৰ বিশ্বৰ লগতে চিৰাং জিলাৰ বিজনীতো বিজেপিৰ উদ্যোগত উলহ মালহৰে উলিওৱা হ'ল পদযাত্ৰা।

21/01/2024

কলিতা জনগোষ্ঠীৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ ব্যাপক প্ৰস্তুতি।।

20/01/2024

বজালীৰ গোবিন্দ ভৱন গীতা সত্ৰৰ ৪২ সংখ্যক গীতা জয়ন্তী মহোৎসৱ।

২২ জানুৱাৰীত ৰাজ্যত অৰ্ধছুটি ঘোষণা, বন্ধ থাকিব চৰকাৰী কার্যালয়, শিক্ষা প্রতিষ্ঠান।অসমত ৰাম মন্দিৰ মুকলিৰ বাবে অৰ্ধ ছুটী ...
18/01/2024

২২ জানুৱাৰীত ৰাজ্যত অৰ্ধছুটি ঘোষণা, বন্ধ থাকিব চৰকাৰী কার্যালয়, শিক্ষা প্রতিষ্ঠান।

অসমত ৰাম মন্দিৰ মুকলিৰ বাবে অৰ্ধ ছুটী ঘোষণা।

18/01/2024

বিজনীত ১০২০৮ জনক ৰেচন কাৰ্ড প্ৰদান মন্ত্ৰী ৰঞ্জিত দাসৰ।


16/01/2024

বঙাইগাঁও জিলাৰ ভাওলাগুৰীত নব বৰ্ষ উপলক্ষে ১১ দিনীয়া উইন্টাৰ ফেষ্টিবেল মেলা।

12/01/2024

নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভায় বৰ্জন কৰিলে গুণোৎসৱৰ প্ৰশ্ন কাকত।

10/01/2024

বজালীত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা ||

বজালীৰ বালাপাৰাত সংঘটিত হয় এই ঘটনা ||

জুইৰ সুত্ৰপাত হৈ সম্পূৰ্ণৰূপে ভস্মীভূত হয় এটি খেৰৰ পুঁজি।।

07/01/2024

সিন্ধুদুৰ্গত ছচিন তেন্দুলকাৰৰ ৫০ বছৰীয়া জন্মদিনত ৰিং কৰা ২৫০+ দিন হ'ল!*

*উপকূলীয় চহৰখনত গৈ মনৰ ভাৱ ব্যক্ত কৰিলে প্ৰাক্তন ক্ৰিকেটৰ অধিনায়ক গৰাকীয়ে*

*সুন্দৰ উপকূল আৰু অতীতৰ দ্বীপেৰে ধন্য ভাৰত। আমাৰ "অতিথি দেৱো ভৱ" দৰ্শনৰ সৈতে আমাৰ ইমানবোৰ অন্বেষণ কৰিবলগীয়া আছে, ইমানবোৰ স্মৃতি সৃষ্টি হ'বলৈ অপেক্ষা কৰি আছে বুলি মনৰ ভাৱ ব্যক্ত কৰিলে প্ৰাক্তন ক্ৰিকেটৰ অধিনায়ক গৰাকীয়ে।

07/01/2024

বাক্সা জিলাৰ শালবাৰীত UPPLৰ উদ্যোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰ।

12th Fail: Within 3 days of OTT release, Manoj Kumar Sharma's biopic becomes Disney+ OPEN IN APP Hotstar's most-watched ...
04/01/2024

12th Fail: Within 3 days of OTT release, Manoj Kumar Sharma's biopic becomes Disney+ OPEN IN APP Hotstar's most-watched film of 2023.


Monojkumar Sarma
Vinood Chopra.

দুৰ্ঘটনাৰ পিছতে বনভোজকাৰীৰ বাবে আহি গ'ল নতুন SOP
04/01/2024

দুৰ্ঘটনাৰ পিছতে বনভোজকাৰীৰ বাবে আহি গ'ল নতুন SOP



31/12/2023

পাতল নীলা ৰং হব পাঠশালাৰ পৰিচয়, পাতল নীলা ৰঙেৰে আচ্ছাদিত হব পাঠশালা নগৰ।

৩১ ডিচেম্বৰত সুৰাপায়ী চালক আৰু আইন ভংগৰাকীলৈ লৈ অসম আৰক্ষীৰ বিশেষ পোষ্ট। নতুন বছৰত আইন ভংগৰাকীক কিদৰে আপ্যায়ন কৰিব আৰক্ষ...
30/12/2023

৩১ ডিচেম্বৰত সুৰাপায়ী চালক আৰু আইন ভংগৰাকীলৈ লৈ অসম আৰক্ষীৰ বিশেষ পোষ্ট।

নতুন বছৰত আইন ভংগৰাকীক কিদৰে আপ্যায়ন কৰিব আৰক্ষীয়ে? প্ৰকাশ কৰিলে Special Menu


কাইলৈ ঘোষণা কৰা হ’ব মেট্ৰিক-হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। পুৱা ১০ বজাত অনলাইনযোগে ঘোষণা কৰা হ’ব ফলাফলসমূহ। মুঠ ১৪টা ৱেবছা...
06/06/2022

কাইলৈ ঘোষণা কৰা হ’ব মেট্ৰিক-হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। পুৱা ১০ বজাত অনলাইনযোগে ঘোষণা কৰা হ’ব ফলাফলসমূহ। মুঠ ১৪টা ৱেবছাইট আৰু এটা মোবাইল এপত উপলব্ধ হ’ব ফলাফল। নিজৰ ৰোল আৰু নম্বৰটো বহুৱাই নিৰ্দিষ্ট স্থানত ক্লিক কৰিলেই লাভ কৰিব ফলাফল।

ইয়াৰ উপৰিও নিজ নিজ স্কুলটো পৰীক্ষাৰ্থীয়ে লাভ কৰিব ফলাফল। ৱেবছাইট আৰু মোবাইল এপৰ পৰা ডাউনলোড কৰিব পাৰিব
মাৰ্ক্স শ্বিট, চাৰ্টিফিকেট।

বিতৰ্কিত SI জোনমণি ৰাভাক গ্ৰেপ্তাৰ।
04/06/2022

বিতৰ্কিত SI জোনমণি ৰাভাক গ্ৰেপ্তাৰ।

লখিমপুৰ মেডিকেল কলেজৰ দেৱাল ফাঁট মেলা ঘটনা মাৰ নৌ যাওঁতেই এই লখিমপুৰ কেন্সাৰ হাস্পতালত অঘটন৷ উদ্বোধনৰ এমাহতেই ভাগিল লখিম...
29/05/2022

লখিমপুৰ মেডিকেল কলেজৰ দেৱাল ফাঁট মেলা ঘটনা মাৰ নৌ যাওঁতেই এই লখিমপুৰ কেন্সাৰ হাস্পতালত অঘটন৷ উদ্বোধনৰ এমাহতেই ভাগিল লখিমপুৰ কেন্সাৰ হাস্পতাল ৷ কথমপি প্ৰাণ ৰক্ষা পৰিল নিৰাপত্তাৰক্ষী ৷

Address

Pathsala
781352

Alerts

Be the first to know and let us send you an email when Assam Today posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share


Other Broadcasting & media production in Pathsala

Show All