Happy Holi 2024
#followers #happyholi2024 #celebrateholi #publicmediadigital #viral
Bubu 11 v/s NN 11
কালিয়নী ব্লক বিকাশ সংঘৰ উদ্যোগত লৱনঘাট ভেটাৰ্ন আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰা প্ৰাইজমণি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ আজি চুড়ান্ত খেল অনুষ্ঠিত হ'ব।
আজি বিয়লী ১.০০ বজাৰ পৰা Live @ Public Media
🛑 গোলাঘাট আৰক্ষীৰ এক বৃহৎ সফলতা।
🛑 আজি নুমলীগড়ৰ লৱনঘাট অঞ্চলত অসম গৌৰৱ এশিঙীয়া গড়ৰ খৰ্গৰ এটা অংশ উদ্ধাৰ হৈছে।
ভাওনা প্ৰদৰ্শন ||
নাট: দক্ষ যজ্ঞ
ভাওনা প্ৰদৰ্শন ||
নাট: দক্ষ যজ্ঞ
ভাওনা প্ৰদৰ্শন ||
নাট: দক্ষ যজ্ঞ
ভাওনা প্ৰদৰ্শন || স্থান: সাৰ্বজনীন শিৱ মন্দিৰ
নাট: দক্ষ যজ্ঞ
ভাওনা প্ৰদৰ্শন || স্থান: সাৰ্বজনীন শিৱ মন্দিৰ
নাট: দক্ষ যজ্ঞ
ভাওনা প্ৰদৰ্শন || স্থান: সাৰ্বজনীন শিৱ মন্দিৰ
নাট: দক্ষ যজ্ঞ
সাংঘাতিক মানুহৰ কথাই বেলেগ।
শুকুৰ আলিৰ ৰেকৰ্ড ভংগ কৰি দিলে।
৩ টা ভাষাত কথা পাতি Guinness World Record কৰি দিলে বিধায়িকা সুমন হৰিপ্ৰিয়াই।
ভাওনা প্ৰদৰ্শন: দুৰ্যোধনৰ উৰুভঙ্গ (কালিয়নি ব্লক বৰনামঘৰত)
#publicmediadigital
নাট: দুৰ্যোধনৰ উৰুভঙ্গ (কালিয়নি ব্লক)
Public Media: এই পাগল বিধায়কৰ ক্ষমতাই মূৰত ধৰিছে।
ব্যৱহাৰ নজনা এজন অলগৰ্দ্ধ ব্যক্তিৰ পৰিচয় এয়া।
কাৰ সাহসত এগৰাকী জন প্ৰতিনিধিয়ে এগৰাকী কৰ্মৰত আৰক্ষী জোৱানক এনেকুৱা অভদ্ৰ ব্যৱহাৰ কৰিব পাৰে?
কিমান নীচ মানসিকতাৰ মানুহ হ'লে এনেকুৱা অভব্য আচৰণ কৰিব পাৰে?
শ্বেৰমানে নিজৰ লগতে নিজৰ জাতিৰ মান নাৰাখিলে।
বোকাখাতৰ পৰা গোলাঘাট অভিমূখী আহি থকা "AS05C 6460" নম্বৰৰ যাত্ৰীবাহী ট্ৰেভেলাৰ খনে জনসাধাৰণৰ পৰা অত্যাধিক ভাড়া সংগ্ৰহ কৰিছে। আৰু যাত্ৰীসকলক দূৰ্ব্যৱহাৰ কৰিছে। এই ট্ৰেভেলাৰখনৰ গৰাকী হৈছে চন্দ্ৰ প্ৰসাদ বৰা।
Himanta Biswa Sarma Golaghat Police Assam Police District Administration, Golaghat Bokakhat Administration Chandra Mohan Patowary Pratidin Time Cm Dr Himanta Biswa sarma Fan Club
বোকাখাতৰ পৰা গোলাঘাট অভিমূখী আহি থকা "মইনা তুমি জুই" নামৰ ট্ৰেভেলাৰ খনে জনসাধাৰণৰ পৰা অত্যাধিক ভাড়া সংগ্ৰহ কৰা পৰিলক্ষিত হৈছে।
এই বিষয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক ট্ৰেভেলাৰখনৰ ওপৰত দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহন কৰিবলৈ অনুৰোধ জনালোঁ। আনকি তেওঁলোকে ছাত্ৰ-ছাত্ৰীৰ পৰাও অত্যাধিক ভাড়া সংগ্ৰহ কৰিছে।
Himanta Biswa Sarma News Live News Daily 24 Bokakhat Administration District Administration, Golaghat Golaghat Police
নুমলীগড়ৰ লৱনঘাটত অনুস্থিত হৈ যোৱা দুদিনীয়া বিহু সন্মিলনৰ দৃশ্য কেৱল ৬ মিনিট ৫৮ ছেকেণ্ডত সামৰি এটা ভিডিঅ' নিৰ্মান কৰা হৈছে।