FUNwithডিম্পী

FUNwithডিম্পী Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from FUNwithডিম্পী, Digital creator, Batomari, North Lakhimpur.
(1)

সময় বোৰ ইমান সোনকালে নদীৰ দৰে গতি কৰিছে নিজৰ পৰিবৰ্তন নিজেই ধৰিব পৰা নাই । মাত্ৰ লগত থাকি গৈছে স্মৃতি বোৰ । স্মৃতিৰ টোপুলাটো বৰ গধূৰ কেতিয়াবা স্মৃতিৰ বোজা কঢ়িয়াবলৈ বৰ টান হৈ পৰে ।।🤭🥴😊

04/10/2024

বৰষা জনি আকৌ মাকৰ ঘৰলে আহিলে দেই ৰাইজ সকল ।এইবাৰো চাগে বহুদিন থাকিবলৈ আহিছে ।

08/08/2024

কি খবৰ ৰাইজ সকল

I've received 7,000 reactions to my posts in the past 30 days. Thanks for your support. 🙏🤗🎉
25/07/2024

I've received 7,000 reactions to my posts in the past 30 days. Thanks for your support. 🙏🤗🎉

বহুত দিনৰ মূৰত ।।।
21/07/2024

বহুত দিনৰ মূৰত ।।।

15/07/2024

হে ভগৱান ইমান views down ।।। কেতিয়া তুমি চকু মেলি মোলৈ চাবা।।।

🎉 Facebook recognized me as a top rising creator this week!
15/07/2024

🎉 Facebook recognized me as a top rising creator this week!

13/07/2024
13/07/2024

আঁপোন মানুহ বোৰেই ৰাম ঠগন দিয়ে ।। সকলোৱে অকল স্বাৰ্থৰ বাবেহে সম্পৰ্ক ৰাখে ।

09/07/2024

ওপৰত ফুল তলত জোল তাক কব নোৱাৰিলে মুখত ভুল

উত্তৰটো কোনে দিব পাৰিব

09/07/2024

Um vasudhare swaha
Um vasudhare swaha
Um vasudhare swaha
Um vasudhare swaha

08/07/2024

ভাবিলেই কিবা ভয় লাগি যায় এঘণ্টা দুঘণ্টা এদিন দুদিন কৰি জীৱনৰ অমূল্য সময় বোৰ শেষ হৈ গৈছে ।। জীৱনটো চুটি হৈ গৈছে লাহে লাহে ।।

08/07/2024

কষ্ট অবিহনে জীৱনটো আধৰুৱা
2. দুখ অবিহনে জীৱনটো অৰ্থহীন
3.সুখ অবিহনে জীৱনৰ কোনো মূল্য নাই

04/07/2024

ইমানেই reach down হৈছে মানে কবলৈ উপাই নাই ।। এনেকৈয়ে এদিন হেৰাই যাম চাগে Facebook ৰ পৃথিৱীত ।।

01/07/2024

এই বৰষা জনি এইবাৰ একেবাৰে divorce দি আহিলে যেন পাইছোঁ

27/06/2024

নদীত সাঁতুৰি থকা মাছ কিটাই সাগৰত থকা মাছৰ লগত কেতিয়াও ফেৰ মাৰিব নালাগে । সাগৰত থকা মাছে সাগৰৰ প্ৰকাণ্ড ঢৌৰ লগত খেলিব জানে।। কিন্তু উস্তাদি মাৰি নদীৰ মাছটোৱে যদি কেনেবাকৈ সাগৰলৈ গুচি যায় তেন্তে সাগৰৰ ঢৌত কিমান দূৰলৈ চিতিকি পৰিব তাৰ ঠিক নাই ।।।।।

বুজাই নিশ্চয় বুজি পাইছে মই কি কব বিচাৰিছোঁ । আমি সেইকাৰণে মাটিৰ মানুহ মাতিতেই থাকো বেছি উৰিবলে চেষ্টা নকৰোঁ ।

25/06/2024

কেতিয়াবা অনুভৱ হয় ভগবান যেন বৰ স্বাৰ্থপৰ।

21/06/2024

মোক ভালদৰে বুজা নাই কিছুমান মানুহে ।
মই মানুহক মৰম আৰু সন্মান দি নিজৰ মূৰৰ উপৰত বহুৱাই ৰাখোঁ।
কিন্তু যদি মোৰ মূৰৰ উপৰত উঠি তাণ্ডব কৰিবলৈ ধৰে তেনেহলে মূৰৰ পৰা নমাই ভৰিৰ তলোৱাত ৰাখিবলৈ বেছি সময় নালাগে ।।

19/06/2024

এই বৰষা জনি একেবাৰে তালি টোপোলা লৈ গুচি আহিলে আমাৰ পৃথিৱীলৈ । নিজৰ ঘৰলৈ যোৱাৰ একো নাম গোন্ধই নাই । সূৰ্য্য দেৱতাৰ লগত কিবা ভয়ংকৰ কৈ কাজিয়া লাগি আহিছে যেন পাইছোঁ ।

Address

Batomari
North Lakhimpur
787053

Website

Alerts

Be the first to know and let us send you an email when FUNwithডিম্পী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to FUNwithডিম্পী:

Videos

Share

Nearby media companies


Other Digital creator in North Lakhimpur

Show All