NZNews

NZNews To provide all type of authentic and reliable information to the people. Through which people can get a way to see the nation.

সুপ্ৰভাত
10/09/2024

সুপ্ৰভাত

09/09/2024

এগৰাকী বিশেষ কিশোৰী পায়েল নাগ। শৰীৰত হাত-ভৰি-বাহু একোৱেই নথকা পায়েলৰ মনত আছে প্ৰৱল আত্মবিশ্বাস। যাক সাৰথি হিচাপে লৈ ১৩ বছৰীয়া কিশোৰী গৰাকী এতিয়া সাহসেৰে আগবাঢ়িছে বিশ্ব জয়ৰ দিশে।

09/09/2024

এটা দাগ লাগিছে আছুত। সংগঠনটোৰ সম্পাদক শংকৰজ্যোতি বৰুৱাই দাগ লগাইছে আছুত। প্ৰেমৰ ছলনাৰে শোষণ কৰি চৰম প্ৰতাৰণা আছুৰ সদস্যা তথা প্ৰেয়সীক। প্ৰাণে মৰাৰো ভাবুকি প্ৰদান প্ৰেয়সীক। মানসিকভাৱে ভাগি পৰা প্ৰেয়সী GMCH ত চিকিৎসাধীন।

08/09/2024

▶️বাত বিষ বা Arthritis ৰ সমস্যাৰ পৰা কেনেধৰণে বাচি থাকিব পাৰিব?

▶️ভৰিৰ বিষ হ'লে উপশম পাব পাৰিনে?

▶️ঘৰুৱা কি পদ্ধতিৰে বিষৰ পৰা পৰিত্ৰাণ পাব?

▶️বিশিষ্ট অস্থি ৰোগ বিশেষজ্ঞ ডাঃ মনোৰঞ্জন হাওবৰাৰ সৈতে NZ বিধানৰ আজিৰ খণ্ডৰ বিষয়- বাত বিষৰ সমস্যা।

08/09/2024

অৱশেষত অন্ত পৰিল অপেক্ষাৰ। কন্যা সন্তানৰ পিতৃ-মাতৃ হ'ল ৰণবীৰ সিং আৰু দীপিকা পাডুকন। দুইৰ পৰা তিনি হ'ল তাৰকা দম্পতীৰ সংসাৰ

07/09/2024

▶️APCC ৰ সভাপতিৰ আসন সুৰক্ষিত থাকিব ভূপেন বৰাৰ।।
▶️ঘোষণা কৰিলে জীতেন্দ্ৰ সিঙে।।

07/09/2024

▶️লখিমপুৰ কলাৰী চুকত আজি উদযাপিত হ'ল আবতৰীয়া বহাগ।।
▶️কিন্তু কিয়❓❓❓

07/09/2024

বিদেশত জ্বিলিকিল আমাৰ বিহু। নাই কোনো বিতৰ্ক। ছিংগাপুৰত অনুষ্ঠিত হোৱা ANAND Folk Art Festival ত বিহু পৰিৱেশন কৰে লক্ষীনন্দন লাহনৰ দলে।

07/09/2024

এখন গাঁৱত আজি আবতৰীয়া বিহু।।কিন্তু কিয়❓

লখিমপুৰৰ নতুন জিলা আয়ুক্ত-ACS লাচিত কুমাৰ দাস।।
06/09/2024

লখিমপুৰৰ নতুন জিলা আয়ুক্ত-ACS লাচিত কুমাৰ দাস।।

06/09/2024

▶️লখিমপুৰৰ বগীনদীত সদৌ অসম P.H.E.অস্থায়ী কৰ্মচাৰীৰ ৰাজ্যিক প্রতিনিধি তথা পর্যালোচনা সভা।।
▶️এই সভা স্থলীৰ পৰা NZNewsৰ জৰিয়তে অস্থায়ী কৰ্মচাৰী সকলে চৰকাৰক জনাইছে কেইবাটাও বিশেষ অনুৰোধ।।
▶️NZNews ৰ এক বিশেষ প্ৰতিবেদন।।

05/09/2024

নামেই বিশাল নহয়, 'ভাইটি'ৰ অন্তৰখনো 'বিশাল' ! বাইদেউ চুমীক উপহাৰ দিয়ে ২ লাখ টকীয়া পুতলা! কেৱল ইমানেই নে? পাতি লোৱা বায়েকৰ নামত বিশালে খৰছ কৰিছিল কোটি কোটি টকা।
বিশাল- চুমিৰ সম্পত্তিৰ তালিকা দেখিলে চকু কপালত উঠিব আপোনাৰো।

05/09/2024

উত্তৰ অসমৰ এগৰাকী প্ৰবীণ সাংবাদিক,লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি,সত্ৰীয়া সংস্কৃতিৰ সাধক,আঞ্চলিকতা বাদত বিস্বাসী সকলোৰে শ্ৰদ্ধাৰ সুৰজিত ভূঞা আৰু নাই...

➡️লখিমপুৰৰ বৌদ্ধিক-সাংস্কৃতিক-সংবাদ জগতৰ পুৰোধা ব্যক্তি সুৰজিৎ ভূঞাৰ মৃত্যু ৷হৃদৰোগত আক্ৰান্ত হৈ আজি বিয়লি ডিব্ৰুগড়ত চিক...
05/09/2024

➡️লখিমপুৰৰ বৌদ্ধিক-সাংস্কৃতিক-সংবাদ জগতৰ পুৰোধা ব্যক্তি সুৰজিৎ ভূঞাৰ মৃত্যু ৷
হৃদৰোগত আক্ৰান্ত হৈ আজি বিয়লি ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থা মৃত্যু হয় তেখেতৰ ৷
সুৰজিৎ ভূঞাৰ মৃত্যুত সমগ্ৰ জিলাতে শোকৰ ছাঁ পৰিছে।
➡️NZ নিউজ পৰিয়ালে তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনাইছো ৷

05/09/2024

লখিমপুৰবাসীৰ মুখত বিৰিঙিছে হাঁহি। জিলাখনৰ বাবে বহুকেইটা ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। সবিশেষ জানো আহক

05/09/2024

বৃহস্পতিবাৰে পুৱাই পদুমণি থানত সেৱা ল'লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। থানৰ সৌন্দৰ্যবৰ্ধনৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা। থান দৰ্শনৰ পিছতে মুখ্যমন্ত্ৰী ৰাওনা হয় ডিব্ৰুগড়লৈ।

05/09/2024

লখিমপুৰ পদুমণি আই থান দৰ্শনৰ পিছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়ালে গুৰুত্বপূৰ্ণ মন্তব্য।।
LIVE

05/09/2024

লখিমপুৰ পদুমণি আই থান দৰ্শন কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।।আই থান দৰ্শনৰ পিছতে মুখ্যমন্ত্ৰী ৰাওনা হ'ব ডিব্ৰুগড়লৈ।।

LIVE

সুপ্ৰভাত! শুভ হওঁক আপোনাৰ আজিৰ দিনটো।
05/09/2024

সুপ্ৰভাত! শুভ হওঁক আপোনাৰ আজিৰ দিনটো।

04/09/2024

Lakhimpur Cabinet LIVE
কি কি লোৱা হ'ল সিদ্ধান্ত❓

04/09/2024

◀️মঙলবাৰে নিশা কণ্ঠশিল্পী দীক্ষুৰ ঘৰত আছিল চুমি আৰু তাৰ্কিক। কেনেকৈ উজনিৰ বহু চাহ বাগানৰ মালিক হ'ল পেছাত ফটোগ্ৰাফাৰ তাৰ্কিক।
◀️বিশাল ফুকনে নিজাকৈ আৰম্ভ কৰিছিল ট্ৰেডিং এপ "Puntre" ৰ। মুকলি কৰিছিল জনপ্ৰিয় কণ্ঠশিল্পী দিপলিনা ডেকাই।

04/09/2024

লখিমপুৰত 5 বজাৰ পৰা কেবিনেট বৈঠক।।
চুকুলিভৰিয়াৰ পৰা LIVE

04/09/2024

আৰক্ষীৰ চকুত ধূলি মাৰি কণ্ঠশিল্পী দীক্ষু শৰ্মাৰ ঘৰত উপস্থিত হৈছিল স্বামী তাৰ্কিক বৰাৰ সৈতে চুমী বৰা। দীক্ষু শৰ্মাৰ বহু বিস্ফোৰক মন্তব্য।

04/09/2024

সহজলভ্য এখন বজাৰ! ট্ৰেডিঙৰ নামত প্ৰৱঞ্চনাৰ জাল পেলাই একাংশই। আৰু এই জালত ভৰি দিবলৈ সাৰ পানী যোগাই একাংশ Youtuber, Content Creators-ই।

04/09/2024

মুখ্যমন্ত্ৰীৰ ঘূণাসুঁতি দলং স্থলী পৰিদৰ্শন।।

04/09/2024

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি। লখিমপুৰৰ নৰাগাওঁস্থিত কিষান বিদ্যাপীঠ হাইস্কুলৰ কণ কণ ছাত্ৰ ছাত্ৰীয়ে এনেদৰে পৰিৱেশন কৰে দিহা নাম।

04/09/2024

মুখ্যমন্ত্ৰীৰ উপস্থিতিৰ সময়তে লখিমপুৰত প্ৰতিবাদ।। জনজাতিকৰণ প্ৰদান কৰাৰ দাবীত ছয় জনগোষ্ঠী যৌথ মঞ্চৰ উদ্যোগত নাওবৈচাত প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী, মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰা হয়। টাইপা, আক্ৰাছু, চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত এই কাৰ্য্যসূচী।

04/09/2024

চুমী বৰাক লৈ সৰৱ ছচিয়েল মিডিয়া। পিছে বিশাল ফুকন কোন?২২ বছৰ বয়সতে হৈছিল হাজাৰ কোটি টকাৰ মালিক! সৰুৰে পৰা অতি মেধা সম্পন্ন বিশালে কিদৰে মেলিছিল প্রৱঞ্চনাৰ জাল? কিদৰে বিশালৰ সংস্পৰ্শলৈ আহিছিল চুমী বৰা?

Address

North Lakhimpur

Website

Alerts

Be the first to know and let us send you an email when NZNews posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share


Other News & Media Websites in North Lakhimpur

Show All