
14/09/2024
উচ্ছেদৰ নামত প্ৰকৃত ভাৰতীয়ক গুলীয়াই হত্যা তথা অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে আজি আমছু'ৰ ফালৰ পৰা মাননীয় ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ, ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষ, ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ, ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ অধ্যক্ষ আৰু দেশৰ প্ৰধানমন্ত্ৰী মহোদয়ক স্মাৰক পত্ৰ প্ৰদান কৰা হয়।