অসমীয়া ভাষাৰ শ্ৰাদ্ধ... এনেদৰেই প্ৰতিবাদ কৰিলে #বেহৰবাৰি team টোৱে ☺️👍
অসমীয়া ভাষাৰ শ্ৰাদ্ধ... এনেদৰেই প্ৰতিবাদ কৰিলে #বেহৰবাৰি team টোৱে ☺️👍 #জয়_আই_অসম
বিহু নহয় বৰ বিষ, এইবাৰ সঁচাকৈ ভোগালী বিহু বৰ বিষ আছিল নেকি ৰাজীৱ ককাই
বিহু নহয় বৰ বিষ, এইবাৰ সঁচাকৈ ভোগালী বিহু বৰ বিষ আছিল নেকি ৰাজীৱ ককাই , ঘনে ঘনে মনত পৰি আছে ৰাজীৱ ককাইলৈ । সামাজিকভাৱে দায়বদ্ধ এগৰাকী প্ৰতিভাবান সংগীতশিল্পী ৰাজীৱ শদিয়াৰ
গীতে-মাতে সমাজ জীৱনক চিন্তাৰ খোৰাক যোগাইছিল।
তেখেতৰ অকাল বিয়োগ ।
তেখেতৰ বিয়োগ সমাজ-সংস্কৃতিৰ বাবে এক অপূৰণীয় ক্ষতি ।
#_ৰাজীৱ_শদিয়া ককাই চিৰ শান্তি কামনা কৰিলো। যতে আছে ভালে থাকক 🙏🙏🙏
#_ৰাজীৱ_শদিয়া ককাই ৰ চিৰ শান্তি কামনা কৰিলো । যতে আছে ভালে থাকক 🥺🥺 🙏🙏🙏
উৎপল অসম
বীৰ লাচিত সেনা নাৰায়ণপুৰ
গান গাবলৈ ওলাই অহা ৰাজীৱ শদিয়া ঘৰলৈ উভতিল নশ্বৰ দেহ হৈ...
গান গাবলৈ ওলাই অহা ৰাজীৱ শদিয়া ঘৰলৈ উভতিল নশ্বৰ দেহ হৈ...
মাটিৰ গান গোৱা, জাতিক হিয়াভৰি ভালপোৱা কণ্ঠশিল্পী গৰাকীক হেৰুৱাই মৰ্মাহত সকলো । 😭😭
আছুৰ একালৰ প্ৰতাপী সভাপতি দিপাংক নাথ বিজেপিৰ ৩য় শ্ৰেণীৰ নেতা 😅😂😂😂
আছুৰ একালৰ প্ৰতাপী সভাপতি দিপাংক নাথ বিজেপিৰ ৩য় শ্ৰেণীৰ নেতা 😅😂😂😂
উৎপল অসম #Aasu #dipankanath #bjp
অসমে ভাৰতক কি দিলে বুলি যদি কোনোবাই প্ৰশ্ন কৰে....???
মই যেতিয়া প্ৰধানমন্ত্ৰী হ'ম পৰীক্ষা Band কৰি দিম .. কি কলে কণমানি টোৱে .... 🤠🤠
#StarsEverywhere #viralpost
ছাত্ৰ সমাজৰ মাজত.... 💛✊ কিছু Awareness program 🙏👍
#StarsEverywhere #viralpost
অকমণ্য Karishma Nath ৰ সংগীতৰ ওপৰত কোনো ধৰণৰ সম্য জ্ঞান নাই ...
অকমণ্য Karishma Nath ৰ যদি সংগীতৰ ওপৰত কোনো ধৰণৰ সম্য জ্ঞান নাই ... গান গোৱাৰ পৰা বিৰত থাকক অন্যথা আমি তেখেতৰ ওপৰত বিশেষ ব্যৱস্থা লম ... 🙏
গুৱাহাটীৰ ৰাজপথত বিজেপিৰ প্ৰতিবাদী শোভাযাত্ৰা 🙏😑
ৰাহুল গান্ধীয়ে সংসদত নগালেণ্ডৰ মহিলা সাংসদক অপমান কৰাৰ অভিযোগ তুলি গুৱাহাটীৰ ৰাজপথত বিজেপিৰ প্ৰতিবাদী শোভাযাত্ৰা... 😑🙏
অসমত অসমীয়াৰে কথা চলিব... বহিৰাগত হুচিয়াৰ । #জয়_আই_অসম #জয়_আই_অসম
অসমত অসমীয়াৰে কথা চলিব... বহিৰাগত হুচিয়াৰ । #জয়_আই_অসম #জয়_আই_অসম