Bikhoi-বিষয়

Bikhoi-বিষয় বিষয় facebook পেজট প্ৰতিটো দিনে mcq প্ৰশ্ন উওৰ আৰু লগতে আগন্তক আহি থকা exam সমুহৰ বাবে প্ৰশ্ন দিয়া হয়

14/04/2024
বৰ্তমানৰ Lakhimpur
10/04/2024

বৰ্তমানৰ Lakhimpur

02/04/2024

Pava forest live

25/03/2024

৬৬. প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি ?
- জয়মতী (১৯৩৫) ৷

৬৭. কথাছবি ৰূপ দিয়া প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি?
- মনোমতী ৷

৬৮. প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীণ চিনেমা খনৰ নাম কি ?
- ভাইটি (১৯৭২)

৬৯. প্ৰথম অসমীয়া কথাছবি জয়মতীৰ মূলনায়িকা গৰাকী কোন আছিল ?
- আইদেউ সন্দিকৈ ৷

৭০. অসমত প্ৰথম অনাতাঁৰ কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল ?
- ১৯৪৮ চনত ৷

৭১. স্বৰ্ণকমল বটাঁ প্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি ?
- হালধীয়া চৰাইয়ে বাওধান খায়, পৰিচালক জাহ্নু বৰুৱা (১৯৮৭ চন) ৷

৭২. চামেলি মেমচাব কথাছবিখনৰ সংগীত পৰিচালক কোন ?
- ড০ ভূপেন হাজৰিকা ৷

৭৩. শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া ছবিখনৰ নাম কি ?
- আব্দুল মজিদ পৰিচালিত চামেলী মেমচাব ৷

৭৪. ৰাষ্ট্ৰপতিৰ পদক পোৱা প্ৰথমখন অসমীয়া কথাছবিখনৰ নাম কি ?
- নিপ বৰুৱাৰ পৰিচালিত ৰঙা পুলিচ ৷

৭৫. ড০ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবিখনৰ নাম কি ?
- এৰা বাটৰ সুৰ ৷

৭৬. ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথমখন অসমীয়া কথাছবিখনৰ নাম কি ?
- পিয়লি ফুকন ৷

৭৮. অসম ৰাজ্যিক চলচ্চিত্ৰ ষ্টুডিঅ কোন ঠাইত আছে ?
- গুৱাহাটী (কাহিলীপাৰাত) ৷

৭৯. অসমৰ প্ৰাচীন নাম কি ?
- প্ৰাগজ্যোতিষপুৰ

৮০. কাৰ দিনত চীনা পৰিব্ৰাজক অসমলৈ আহে ?
- ভাস্কৰবৰ্মাৰ দিনত ৷

24/03/2024

আমি আজি কি কৰিলো ।

24/03/2024

কেতিয়া দীপৰ বিলক চৰাই অভয়ারণ্য হিচাপে ঘোষণা করে?
A. 1876
B. 1889
C. 1989
D. None

23/03/2024

পাৱ forest

23/03/2024
21/03/2024

ভাৱত আৰু নেপালৰ সীমা ৰেখা ডালৰ নাম??

A. Sugauli treaty line

B. McMahon line

20/03/2024

মাহত ঘৰখন চলাৱলৈ কিমান কঠিন এতিয়া বুজিৱ পাৰিছো।

20/03/2024

অসমীয়া সাহিত্যৰ 'মুকুটবিহীন সম্ৰাট' বুলি কাক জনা যায়?
ক) জ্যোতিপ্ৰসাদ আগৰৱালা
খ) শংকৰদেৱ
গ) লক্ষ্মীনাথ বেজবৰুৱা ‌
ঘ) ভট্টদেৱ
জুলাই মাহত হৱলগীয়া ADRE exam ৰ বাবে Gkৰ MCQ pdf প্ৰস্তুত কৰা হৈছে । মাএ ২৫ টকা ৫০০টা mcq প্ৰশ্নৰ উওৰ পাৱ। প্ৰয়োজন হলে whatapp 6003874674 কৰিৱ।

20/03/2024

অসমৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কেইখন?
ক) এখন
খ) দুখন
গ) তিনিখন
ঘ) চাৰিখন
জুলাই মাহত হৱলগীয়া ADRE exam ৰ বাবে Gkৰ MCQ pdf প্ৰস্তুত কৰা হৈছে । মাএ ২৫ টকা ৫০০টা mcq প্ৰশ্নৰ উওৰ পাৱ। প্ৰয়োজন হলে whatapp 6003874674 কৰিৱ।

20/03/2024

হাইদাং গীত কোন জনগোষ্ঠীৰ লগত জড়িত?
ক) গাৰো
খ‌) ৰাভা
গ) সোণোৱাল কছাৰী
ঘ) হাজং

20/03/2024

বৰদলৈ ট্ৰফী কোনবিধ খেলৰ সৈতে জড়িত?
ক) ফুটবল
খ) ভলীবল
গ) ক্ৰিকেট
ঘ) হকী
জুলাই মাহত হৱলগীয়া ADRE exam ৰ বাবে Gkৰ MCQ pdf প্ৰস্তুত কৰা হৈছে । মাএ ২৫ টকা ৫০০টা mcq প্ৰশ্নৰ উওৰ পাৱ। প্ৰয়োজন হলে whatapp 6003874674 কৰিৱ।

জুলাই মাহত হৱলগীয়া ADRE exam ৰ বাবে Gkৰ MCQ pdf প্ৰস্তুত কৰা হৈছে । মাএ ২৫ টকা ৫০০টা mcq প্ৰশ্নৰ উওৰ পাৱ। প্ৰয়োজন হলে wh...
20/03/2024

জুলাই মাহত হৱলগীয়া ADRE exam ৰ বাবে Gkৰ MCQ pdf প্ৰস্তুত কৰা হৈছে । মাএ ২৫ টকা ৫০০টা mcq প্ৰশ্নৰ উওৰ পাৱ। প্ৰয়োজন হলে whatapp 6003874674 কৰিৱ।

20/03/2024

প্ৰথম অসমীয়া আলোচনী 'অৰুণোদই' কেতিয়াৰ পৰা 'অৰুণোদয়' কৰা হৈছিল?
ক) ১৮৪৬ চনত
খ) ১৮৬১ চনত
গ) ১৮৬৪ চনত
ঘ) ১৮৭৩ চনত

16/03/2024

ভাৰতৰ অৰ্থনৈতিক ৰাজধানী বুলি কোন খন চহৰক কোৱা হয়?
১) কলকাতা
২) গুৱাহাটী
৩) মুম্বাই
৪) গান্ধী নগৰ
জুলাই মাহত হৱলগীয়া ADRE exam ৰ বাবে Gkৰ MCQ pdf প্ৰস্তুত কৰা হৈছে । মাএ ২৫ টকা ৫০০টা mcq প্ৰশ্নৰ উওৰ পাৱ। প্ৰয়োজন হলে whatapp 6003874674 কৰিৱ।

16/03/2024

১৯ এপ্ৰিলত অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন

16/03/2024

ইটাখুলিৰ ৰণ কাৰ দিনত হৈছিল?

16/03/2024

আহোম আৰু মোগলৰ প্রথম যুদ্ধ কিমান চনত হৈছিল আৰু সেই সময়ৰ ৰজা কোন আছিল ?

Address

North Lakhimpur

Telephone

+917099857716

Website

Alerts

Be the first to know and let us send you an email when Bikhoi-বিষয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Bikhoi-বিষয়:

Videos

Share