Authentic News Calculator

Authentic News Calculator তথ্য সমৃদ্ধ, সত্যৰ পক্ষত এক বলিষ্ঠ কণ্

 #ধৰ্ষণ ৭০ বছৰীয়া বৃদ্ধ মহেশ্বৰ বড়োৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ। ১৫ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অভিযোগত ৰঙিয়া আৰক্ষীয়ে গ্ৰেপ্...
15/02/2025

#ধৰ্ষণ
৭০ বছৰীয়া বৃদ্ধ মহেশ্বৰ বড়োৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ। ১৫ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অভিযোগত ৰঙিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বৃদ্ধ জনক। ৰাইজে ৰাইজমেল পাতিছিল কিন্তু সভাত উপস্থিত নহয় মহেশ্বৰ বড়ো। পিছত অভিভাবকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বৃদ্ধ জনক।
#অপৰাধ **e #ধৰ্ষণকাৰী **einassam #সভ্যতা

মন্দিৰলৈ যোৱা যুৱতীক ধৰ্ষণ কৰিছিল ভণ্ড বাবাই । ভণ্ড বাবা ৰঞ্জন দত্তৰ কামনাৰ বলি হৈ ১৮ বছৰীয়া যুৱতীয়ে জন্ম দিলে সন্তান।...
13/02/2025

মন্দিৰলৈ যোৱা যুৱতীক ধৰ্ষণ কৰিছিল ভণ্ড বাবাই । ভণ্ড বাবা ৰঞ্জন দত্তৰ কামনাৰ বলি হৈ ১৮ বছৰীয়া যুৱতীয়ে জন্ম দিলে সন্তান।
আৰক্ষীৰ জালত ৰঞ্জন দত্ত ওৰফে 'ৰিজু বাবা'।
#ধৰ্ষণ #অপৰাধ #ধৰ্ষণকাৰী #অপৰাধী **e **einassam #মন্ত্ৰ

↪️ নামত ভগৱান কিন্তু কামত চোৰ ! ↪️ গণেশ আৰু সৰস্বতীয়ে মিলি নামপাৰা সত্ৰত চুৰি কৰি ধৰা পৰিল ।  #অপৰাধ  #চোৰ  #চুৰী  #অপৰা...
07/02/2025

↪️ নামত ভগৱান কিন্তু কামত চোৰ !
↪️ গণেশ আৰু সৰস্বতীয়ে মিলি নামপাৰা সত্ৰত চুৰি কৰি ধৰা পৰিল ।
#অপৰাধ #চোৰ #চুৰী #অপৰাধী

06/02/2025

বিয়া কৰাৰ প্ৰলোভনেৰে চাৰিবাৰকৈ অন্তসত্ত্বা কৰাৰ অভিযোগ। লম্পট বলৰাম দাসৰ বিৰুদ্ধে দুই সন্তানৰ মাতৃৰ গুৰুতৰ অভিযোগ। চামগুৰি গুৰু মৰাত চাঞ্চল্যকৰ ঘটনা ।
#ধৰ্ষণ #ধৰ্ষণকাৰী #অপৰাধ #অপৰাধী **e **einassam

আকৌ এজন অংক ছাৰ। এইবাৰ পৰেশ ছাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। সৰস্বতী পূজাৰ দিনা  ধুনীয়া ছাত্ৰীক দেখি অংক ছাৰে এটা বিশেষ কোঠা...
05/02/2025

আকৌ এজন অংক ছাৰ। এইবাৰ পৰেশ ছাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ।
সৰস্বতী পূজাৰ দিনা ধুনীয়া ছাত্ৰীক দেখি অংক ছাৰে এটা বিশেষ কোঠালৈ মাতি ছাত্ৰীক সাবটি চুম্বন কৰাৰ অভিযোগ।
#ধৰ্ষণ #ধৰ্ষণকাৰী #অপৰাধ #অপৰাধী **e **einassam

24/12/2024

তিতাবৰত জঘন্য ঘটনা। পিতৃৰূপী শহুৰেকৰ কামনাৰ বলি পুত্ৰ বোৱাৰী। লম্পট যাদব বৰাৰ এনে জঘন্য কাণ্ডকলৈ নিৰৱ কিয় বিশেষ কিছু সংগঠন ?
#ধৰ্ষণকাৰী #ধৰ্ষণ #অপৰাধ #অপৰাধী #কামনা #শহুৰ

22/12/2024

মুছলিম ল'ৰাক বড়ো বনোৱাকলৈ আৰ এছ এছ আৰু বিশ্ব হিন্দু পৰিষদক সঁকিয়নি বড়ো সমাজৰ। বড়ো সকলৰ নীতি-নিয়ম উলংঘা কৰি হিন্দু নীতিৰে মুছলিম ল'ৰাক বড়ো বনোৱা কাৰ্য্যৰ বিৰোধিতা বড়ো সমাজৰ।

তেওঁলোকে মুছলিম ল'ৰাক হিন্দু বনাইছে আমাৰ তা'ত একো কব লগা নাই কিন্তু বড়ো বনাবলৈ অধিকাৰ তেওঁলোকক কোনে দিলে? আমি হিন্দু নহয় আমি ট্ৰাইবেল। আমাৰ ধৰ্ম বড়ো বা বাথৌ : সংবাদমেলত বড়ো সমাজৰ নেতৃত্ব

দুৰ্গা মন্দিৰৰ ওচৰতে এগৰাকী মহিলাক ধৰ্ষণ কৰিলে ৯ পাষণ্ডই : এইবাৰ গুৱাহাটী মহানগৰীৰ বৰাগাঁৱৰ নিজৰা পাৰৰ দুৰ্গা মন্দিৰৰ ওচ...
13/12/2024

দুৰ্গা মন্দিৰৰ ওচৰতে এগৰাকী মহিলাক ধৰ্ষণ কৰিলে ৯ পাষণ্ডই :
এইবাৰ গুৱাহাটী মহানগৰীৰ বৰাগাঁৱৰ নিজৰা পাৰৰ দুৰ্গা মন্দিৰৰ ওচৰত ৰাসৰ দিনা দলবদ্ধ ধৰ্ষণ কৰি ভিডিঅ কৰি ভাইৰেল কৰিলে ৯ পাষণ্ডই । ভাইৰেল ভিডিওৰ ভিত্তিত আৰক্ষীয়ে কুলদ্বীপ, পিংকু, মৃণাল,গগণ, বিজয়, সৌৰভক আটক কৰে। এতিয়াও পলাতক আন কেইজন অপৰাধী ।

কিয় বৃদ্ধি পাইছে ধৰ্ষণৰ ঘটনা? একাংশ যুৱকৰ মন-মানসিকতা ইমান তললৈ কিয় গৈছে?
#ধৰ্ষণ #ধৰ্ষণকাৰী #অপৰাধ #অপৰাধী

১) অন্ধ্ৰপ্ৰদেশ চৰকাৰে ইতিমধ্যে দুই সন্তানৰ সীমাবদ্ধতাৰ আইন বাতিল কৰিছে২) তেলেঙ্গানা চৰকাৰেও বাতিল কৰাৰ পৰিকল্পনা কৰি আছ...
02/12/2024

১) অন্ধ্ৰপ্ৰদেশ চৰকাৰে ইতিমধ্যে দুই সন্তানৰ সীমাবদ্ধতাৰ আইন বাতিল কৰিছে
২) তেলেঙ্গানা চৰকাৰেও বাতিল কৰাৰ পৰিকল্পনা কৰি আছে
৩) আৰ এছ এছেওঁ কমপক্ষে তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান জনাইছে।

23/11/2024

কোন কোন সমষ্টিত আজমলে প্ৰাৰ্থী দিয়া বাবে কংগ্ৰেছ পৰাজিত হ'ল?

23/11/2024

চামুগুৰিত পৰাজিত ৰকি পুত্র।
চামুগুৰিৰ ৰাইজে লোৱা এই সিদ্ধান্ত শুদ্ধ নে ভুল?

22/11/2024

আদানি প্ৰসংগত আকৌ সৰৱ ৰাহুল গান্ধী । বিৰোধী দলপতি ৰাহুল গান্ধীৰ প্ৰশ্ন - কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱা নাই গৌতম আদানি?

18/11/2024

মুস্তফা কামাল আজহাৰীৰ প্ৰতিটো প্ৰশ্ন আৰু আপত্তিৰ দলিল আৰু যুক্তিৰ দ্বাৰা খণ্ডন

16/11/2024

OC ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে পাণবজাৰ থানাত এজাহাৰ দাখিল জ্ঞানদ্বীপ হাজৰিকাৰ |

Mustafa kamal Azhari from Assam. Controversial claims of Mustafa kamal Azhari
12/11/2024

Mustafa kamal Azhari from Assam. Controversial claims of Mustafa kamal Azhari

Mustafa kamal born Lakhimpur district of Assam. He claims that he studied at Al Azhar University of Egypt from 2011 to 2018. Here are some of his controversial statements : 1. “Baitullah (kaba) is a statue of Allah”. Reality- His claim is totally baseless. It goes against fundamental concept of ...

Government initiative for skill development of youths
05/11/2024

Government initiative for skill development of youths

উত্তৰ প্ৰদেশৰ ছাহাৰানপুৰৰ দেওবন্দত শিশু বলিৰ সন্দেহ। ঘৰৰ পৰা মন্দিৰলৈ গৈছিল কিন্তু ঘৰলৈ উভতি নাহিল একে পৰিয়ালৰ দুই শিশু...
04/11/2024

উত্তৰ প্ৰদেশৰ ছাহাৰানপুৰৰ দেওবন্দত শিশু বলিৰ সন্দেহ। ঘৰৰ পৰা মন্দিৰলৈ গৈছিল কিন্তু ঘৰলৈ উভতি নাহিল একে পৰিয়ালৰ দুই শিশু । ৰাতি পৰিয়ালৰ লোকে শিশু দুটিৰ মৃতদেহ বিচাৰি উলিয়াই আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

শিশুৰ শৰীৰত আঘাত দেখা পাই কোনোবাই ইয়াক পথ দুৰ্ঘটনা আখ্যা দিছে আন কোনোবাই তান্ত্রিকে বলি দিয়াৰ সন্দেহ কৰিছে। তদন্তৰ পিছতহে প্ৰকৃত সত্য পোহৰলৈ আহিব।

Address

North Gauhati

Website

Alerts

Be the first to know and let us send you an email when Authentic News Calculator posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share

News Online is a an innovative online local news and information platform

News Online is a an innovative online local news and information platform and—as innovative organizations usually do—they chose an innovative technology to run their enterprise: Drupal. The website is designed to meet the information needs of audiences across a diverse array of locations and atmospheres, which meant patch needed a CMS able to handle huge volumes of content and traffic while still providing intuitive navigation and a visual display that would appeal to different audiences.

That's no easy task, but open source software is an ideal tool for tackling tough jobs.

Of course, this is just a small sample size—and proprietary software is not some uniformly evil phenomenon, it's just notgreat optionss for certain industries as they migrate their businesses and endeavors online.