Axom Time

Axom Time সত্যৰ অন্বেষণত ২৪x ৭
আমি নিৰপেক্ষ নহয়। সদায়ে আর্তজনৰ পক্ষত
(3)

15/01/2025

কুকুৰৰ ডিঙিত বিহুৱান!
বিহুৱান পিন্ধাই ভোগালী মেলালৈ আনিলে গৰাকীয়ে। নেহেৰুবালীৰ এই দৃশ্য।

14/01/2025
14/01/2025

'ভাইৰাছ যেনেকৈ সোনকালে বিয়পি যায় তেনেকৈ ভাইৰেল হয়৷'
'অসম টাইম' কাৰ্যালয়ত পংকজ পল্লৱ শৰ্মাৰ 'বিতৰ্ক আৰু ভাইৰেল' গ্ৰন্থখন উন্মোচনী সভাত অধ্যাপক,লেখক ড° সুশান্ত কুমাৰ কাশ্যপ৷

14/01/2025

'পংকজ মানে পদুম,পদুম হৈছে পৱিত্ৰতাৰ প্ৰতীক৷'
'অসম টাইম' কাৰ্যালয়ত অভিনেতা,চিত্ৰ পৰিচালক,লেখক পংকজ পল্লৱ শৰ্মাৰ 'বিতৰ্ক আৰু ভাইৰেল' গ্ৰন্থখন উন্মোচন কৰে অধ্যাপক,লেখক ড° সঞ্জীৱ কুমাৰ গোস্বামীয়ে৷

14/01/2025

গোলকগঞ্জত পূষণা আৰু ভোগালী বিহু উদযাপন।

14/01/2025

সাহপুৰ ৰাজঘাটত পথ দু*ৰ্ঘটনা৷
ৰৈ থকা ই-ৰিক্সাত তীব্ৰ জোৰে খুন্দিয়ালে বলেৰ' বাহনে৷

14/01/2025

পংকজ পল্লৱ শৰ্মাৰ 'বিতৰ্ক আৰু ভাইৰেল' গ্ৰন্থ উন্মোচন।

14/01/2025

'নলবাৰী ফ্ৰেণ্ডচ এচোছিয়েচন-দ্য জাৰ্ণি'ৰ ভোগালী বিহু উদযাপন ৷

14/01/2025

বিহুৰ আনন্দ উল্লাসৰ মাজতে গৌৰীপুৰত ব্যতিক্ৰম দৃশ্য।
গৰুগাড়ী আৰু ঘোঁৰাৰ পিঠিত উঠি যাত্ৰা।

14/01/2025

ধুবুৰী জিলা কাৰাগাৰৰ পৰা কয়দীৰ পলায়ন।
জিলা কাৰাগাৰ কৰ্তৃপক্ষৰ হাহাকাৰ ।

14/01/2025

ছমৰীয়াৰ মজিবৰ ৰহমান মডেল একাডেমি ছিনিয়ৰ স্কুলত বিদায় সভা সম্পন্ন

সমূহ ৰাইজলৈ ভোগালী বিহুৰ অলেখ শুভেচ্ছা
14/01/2025

সমূহ ৰাইজলৈ ভোগালী বিহুৰ অলেখ শুভেচ্ছা

14/01/2025

বালিসত্ৰত দুৰ্বৃত্তই জ্ব*লাই দিলে ৰাজহুৱা মেজি।
দুষ্কৃতিকাৰীক শাওপাত দিলে ৰাইজে।

14/01/2025

গাহৰিৰ মাং*সৰ দোকান লণ্ডভণ্ড।

14/01/2025

ঢেকীয়াজুলিত উত্তৰ-পূৰ্বাঞ্চলৰ বিশাল ইজতেমাৰ প্ৰস্তুতি৷
ইজতেমাৰ প্ৰস্তুতিৰ বুজ ল'লে নেমছুৰ সভাপতি বদৰুল ইছলামে।

পৰম্পৰাগত অসমীয়া সাজেৰেৰাজ্যবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনালে DGP জি পি সিঙে
14/01/2025

পৰম্পৰাগত অসমীয়া সাজেৰে
ৰাজ্যবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনালে DGP জি পি সিঙে

জ্যেষ্ঠ সাংবাদিক,গল্পকাৰ মনোজ কুমাৰ গোস্বামীয়ে দায়িত্ব ল'লেঅকালতে হেৰাই যোৱা জাতি মাটিৰ গীত গোৱা শিল্পী ৰাজীৱ শদিয়াৰ পুত...
14/01/2025

জ্যেষ্ঠ সাংবাদিক,গল্পকাৰ মনোজ কুমাৰ গোস্বামীয়ে দায়িত্ব ল'লে
অকালতে হেৰাই যোৱা জাতি মাটিৰ গীত গোৱা শিল্পী ৰাজীৱ শদিয়াৰ পুত্ৰক পঢ়ুওৱাৰ

14/01/2025

পাঠশালাত ভেলাঘৰ জ্ব*লালে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে৷

Address

Front Road Of V-Mart
Nalbari
781335

Telephone

+919365339525

Website

Alerts

Be the first to know and let us send you an email when Axom Time posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Axom Time:

Videos

Share