#দেড়গাঁৱৰ_শোকাবহ_ঘটনা
বাছ আৰু কয়লা ট্ৰাকৰ সংঘৰ্ষত দেড়গাঁৱত শোকাবহ ঘটনা সংঘটিত হৈছিল। ইয়াৰ পিছত পিকনিকৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে SOP ৰ কথা কলে যদিও কয়লা ট্ৰাক খনৰ কথা এবাৰো কিয় নকলে। পিকনিকৰ গাড়ীৰ ক্ষেত্ৰত নিয়ম দিলে, কিন্তু কয়লা ট্ৰাক বা শিল বালি কঢ়িওৱা বাহনৰ ক্ষেত্ৰত সকীয়নীমূলক কথা কোৱা পৰিলক্ষিত নহল। প্ৰতিদিনে কয়লা, শিল, বালিৰ বাহনৰ overload, দ্ৰুতবেগৰ বাবে মানুহ নিহত হৈ থকাৰ খবৰ আছে। কিন্তু সেইসমূহ বাহনৰ ক্ষেত্ৰত চৰকাৰৰ কঠোৰ নোহোৱাৰ আঁৰৰ কাৰণ কি❓️
যোৱা বৰ্ষত ৰাজ্য চৰকাৰে পৰিবহন আইন ভংগৰ নামত সংগ্ৰহ কৰিছিল 49 কোটি মাচুল।
এই বৰ্ষত সংগ্রহ কৰিছে 55 কোটি। মাচুল সংগ্ৰহৰ পৰিমাণ বাঢ়িছে যদিও দুৰ্ঘটনা কমাব পৰা নাই।
যোৱা বৰ্ষতকৈ এইবর্ষত 9.7% দুৰ্ঘটনাৰ পৰিমাণ বৃদ্ধি পাইছে। দুৰ্ঘটনাৰ কাৰণসমূহ যদি আমি চাওঁ ৰাষ্ট্ৰীয় পৰ্যায়তকৈ অসমৰ হাৰ যথেষ্ট বেছি
1. Wrong side ত গাড়ী চলাচল
আদালতৰ বিশেষ অনুমতি সাপেক্ষে মনীষ চিসোদিয়া ডাঙৰীয়া ই তেখেতৰ অসুস্থ পত্নীক সাক্ষাৎ কৰিবলৈ ঘৰলৈ আহে...
আজি পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ তেওঁৰ অসুস্থ পত্নীক সাক্ষাৎ কৰিবলৈ আদালতে অনুমতি প্ৰদান কৰিছে মনীষ চিসোদিয়া ডাঙৰীয়াক।
দিল্লীৰ লগতে দেশ আৰু বিদেশতো জনপ্ৰিয়তা অৰ্জন কৰা ভাৰতত শিক্ষা বিপ্লৱ আনিবলৈ সক্ষম হোৱা দিল্লী তথা দেশৰ জনপ্ৰিয় শিক্ষামন্ত্ৰী জনৰ আজি এই দুখ লগা অৱস্থা। তেখেতৰ দোষ হ'ল ধনী-দুখীয়া সকলোৰে সন্তানৰ বাবে ভাল আৰু উন্নতমানৰ বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা কৰি গৈছিল। এইটোৱেই মোদী চৰকাৰৰ সহ্য নহ'ল।
#AamAadmiParty
#AAPDelhi
আদালতত হাজিৰ হোৱাৰ পিছত আপৰ সাংসদ সঞ্জয় সিঙ ডাঙৰীয়াৰ বিস্ফোৰক মন্তব্য
"কেজৰিৱাল জীক ভুৱা গোচৰত জড়িত কৰাৰ ডাঙৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছে এওঁলোকে, কেৱল গ্ৰেপ্তাৰ নহয়, এইসকলে কেজৰিৱাল জীৰ সৈতে কিবা এটা ডাঙৰ কাণ্ড সংঘটিত কৰিবলৈ ওলাইছে।"
গণেশগুৰিৰ উৰণসেতুৰ তলত আম আদমী পাৰ্টীৰ প্ৰতিবাদ৷ অৰবিন্দ কেজৰিৱাললৈ EDৰ চমন জাৰি কৰাক লৈ প্ৰতিবাদ৷ বিজেপিয়ে I.N.D.I.A. মহাজোঁট ভংগৰ বাবে কূট-কৌশল ৰচনা
AAP Leader and Assam In-Charge Rajesh Sharma Addressing an Important Press Conference |
আপ অসম যুৱ শক্তিৰ ৰাজ্যিক সভাপতি ৰুদ্ৰাংকুৰ হাজৰিকাৰ শিলসাঁকো উচ্ছেদ সন্দৰ্ভত প্ৰতিক্ৰিয়া
আম আদমি পাৰ্টী নলবাৰীৰ প্ৰতিবাদী কাৰ্যসূচী,