Cobra News Axom

Cobra News Axom সত্য আৰু নিৰপেক্ষতাৰে বাতৰি সম্প্ৰচাৰ কৰাই হৈছে আমাৰ লক্ষ্য আৰু উদ্দেশ্য।

02/02/2025

যোৱা কালি দৰং জিলাৰ মঙলদৈত প্ৰাঞ্জল নামৰ এগৰাকী শিক্ষকে নিজ বিদ্যালয়ৰ সংখ্যালঘু ছাত্ৰীক পলোৱাই নিয়াৰ যি ঘটনা হৈছে তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নগাঁও জিলা নেমছুৰ সাধাৰণ সম্পাদক আবু শ্বামা খানতাজে

31/01/2025

চামগুৰিৰ গেন্ধালি বেবেজীয়াৰ এঘৰত নিশা গৃহস্থ নথকাৰ সুযোগতে চোৰ দলে চলালে লুটপাত

31/01/2025

যোৱা নিশা ৰূপহী হাটৰ ছাইদৰীয়াত হোৱা ঘটনাক লৈ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কলিয়াবৰ জিলা সভাপতি মনজিৰুল ইছলামৰ প্ৰতিক্ৰিয়া

30/01/2025

ৰূপহীহাটৰ চাইদৰীয়াত ভাৰতবৰ্ষ হিন্দুৰ দেশ বুলি কৈ হিন্দু যুৱকে এগৰাকী মুছলিম শিশুক প্ৰহাৰ কৰাৰ অভিযোগ।

25/01/2025

গড়াজান পশ্চিম আমৰাকান্দাত প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ

25/01/2025

ঢেকিয়াজুলিত সপ্তম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰৰ মৃত্যু।

25/01/2025

মিঞাৰ বিৰুদ্ধে শৃংখল চলিহাই হেংদাং লৈ যুদ্ধ যুদ্ধ কৰিব বুলি কোৱাকলৈ সৰৱ নেমছু'ৰ সভাপতি বদৰুল ইছলাম

24/01/2025

জুৰীয়াৰ কুলুপাৰাত নিশা জুৰীয়া আৰক্ষীৰ অভিযান।

23/01/2025

গৰু চোৰক লৈ উত্তপ্ত হল হাজোৰ কোঁৱৰপুৰ --

23/01/2025

দক্ষিণ শালমাৰা শিক্ষাণ্ডত গুণোৎসৱৰ নামত একাংশ বিদ্যালয়ত চলিছে কি ?

23/01/2025

চামগুৰিত গৰু চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলি চালনা

23/01/2025

নিশা মানকাচৰৰ কালাপানী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান।

22/01/2025

দক্ষিণ শালমাৰা ৰানী ভৱানী প্ৰিয়া উচ্চতৰ মাধ্যকিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

22/01/2025

ৰূপহী হাটত ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগত আটক ভণ্ড নেতা হাছেন আলীৰ পুত্ৰ খলিলুৰ ৰহমান।

22/01/2025

মানকাচৰত আৰক্ষীৰ বৃহৎ পৰিমাণৰ হিৰ'ইন জব্দ।

21/01/2025

ব্ৰহ্মপুত্ৰ নদীৰ বুকুত পুনৰ নাওঁ দুৰ্ঘটনা

21/01/2025

জুৰীয়াত ড্ৰেগন ফল খাই এজনী মহিলাৰ মৃত্যু।

20/01/2025

দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ আৰক্ষী থানৰ সন্মুখত আৰক্ষীৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ

Address

Juria
Nagaon

Telephone

+916900058952

Website

Alerts

Be the first to know and let us send you an email when Cobra News Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share