TR news 24

TR news 24 A Neutral Assamese News Page

03/03/2023

মৰিগাঁও জিলা আদালতৰ উকিল দুৰাবান্ধী গাঁওৰ বিল্লাল হুছেইনৰ নগাঁও মেট্ৰ' নাৰ্চিং ত মৃত্যু ক আকোঁৱালি লয় *।

03/03/2023

মৰিগাঁও জিলা মৈৰাবাৰী থানাৰ অন্তৰ্গত শ্ৰী শ্ৰী আলি পুখুৰী পাটে্কীবড়ী সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ পাচঁ দিনীয়া কাৰ্যসূচীৰে এক দৌল উত্সৱৰ আয়োজন কৰা হৈছে * ।

19/01/2023
25/12/2022

Juria JPL

16/08/2022

প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ বিজেপি নেতা আব্দুল আজিজৰ বিৰুদ্ধে ৰূপহীহাট আৰক্ষী থানাত এজাহাৰ দাখিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰূপহী আঞ্চলিক সমিতিৰ

04/08/2022

জামিউত উল হুদা মাদ্ৰাছাৰ প্ৰধান শিক্ষক মুস্তফা আহমেদৰ ঘৰত প্ৰশাসনৰ উচ্ছেদ অভিযান*

01/08/2022

দুৰাবান্ধী নৱজ্যোতি ক্লাবৰ উদ্দোগত চলি থকা ৩১-০৭-২০২২ চনৰ T - 20 (DPL) Cricket প্ৰতিযোগিতাৰ ফাইনেল খেল অনুষ্ঠিত কৰা হৈছে l

27/07/2022

এন, জি, অ, ৰ আন এক বৃহৎ সাফল্য,

26/07/2022

অদ্ভুত এক প্ৰেম কাহিনী, সুদূৰ বেংগোলুৰুৰ পৰা নিজে আহিল প্ৰেমিকা প্ৰেমিকৰ ঘৰলৈ।*

25/07/2022

কথাতে কয় নহয় *চুৰৰ দহদিন-গৃহস্থৰ এদিন* এই বাক্যশাৰী যেন আখৰে আখৰে প্ৰতিফলিত হল জুৰীয়াৰ জুকাটিত l

23/07/2022

বেছামাৰী আঞ্চলিক যুৱ সংঘৰ উদ্যোগত বেছামাৰী এম, আই, উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হোৱা ছাত্র- ছাত্রীক সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়।

22/07/2022

জুৰীয়াত স্থায়ী ভাবে অগ্নিনিৰ্বাপক বাহিনীৰ শাখা গঠন কৰাৰ দাবী জুৰীয়া মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ।

20/07/2022

মৈৰাবাৰীত সংঘটিত হৈছে এক আজব ঘঠনা

18/07/2022

জুৰীয়া বজাৰত অগ্নি কাণ্ড।

17/07/2022

মৈৰাবাৰী উন্নয়ন খণ্ডত দিনদুপৰতে কিহৰ লুন্ঠন‌ চলিছে

13/07/2022

৩ দিন ধৰি সন্ধানহীন জুৰীয়াৰ তেলিয়া বেবেজীয়া গাৱৰ এজনী ১৩ বছৰীয়া কিশোৰী ।

Address

Nagaon

Website

Alerts

Be the first to know and let us send you an email when TR news 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share