News24Assam

News24Assam A Registed web portal

24/10/2024

নগাঁও জিলাৰ আমছূ সভাপতিয়ে ৰূপহী থানাত এজাহাৰ দিলে মুস্তাফা কামাল আজাহাৰীৰ বিৰুদ্ধে ।

21/04/2024
01/03/2024

👉জুৰিয়া আৰক্ষী ৰ পুলিচগীৰী চাওক
👉বৰুনগুৰীৰ পৰা নিৰুদ্ধেশ হোৱা মহিলা গৰাকীৰ শুংসুএ বিছাৰী গৈছিল হে মাএ আৰক্ষী।

11/01/2024

আকাশ মাৰ্গৰে নহয় ৰাষ্ট্ৰীয় ঘাই পথেদি আহিল উৰাজাহাজ। উৰাজাহাজ চাবলৈ কলিয়াবৰৰ ৰাজপথত ৰাইজৰ ভিৰ।

03/11/2023

ইহঁতৰ অভদ্ৰামিৰ তাণ্ডব কেতিয়া শেষ হ'ব। সংখ্যালঘু সমাজ ধ্বংসৰ ঠিকা বহন কৰা সকল।

02/11/2023

এটা Information দিয়ক আৰু পাওঁক ১ লাখ পৰ্যন্ত উপহাৰ। নিৰুদ্দেশৰ ঘটনাত চাঞ্চল্যৰ সৃষ্টি।

28/10/2023

নগাওঁ-নলতলী ৰাজ্যিক ঘাইপথত ভয়ংকৰ পথ দূৰ্ঘটনা।
এই দূৰ্ঘটনা সংঘটিত হয় ৰূপহীহাটৰ শিঙিমাৰীত।
নগাঁৱৰ পৰা আমবাগান অভিমুখী এখন দ্ৰুতবেগী চাৰিচকীয়া বাহনে ভয়ংকৰ ভাবে মহতিয়াই লৈ যায় দুই চাইকেল আৰোহীক।
দূৰ্ঘটনাত গুৰুত্বৰ বাবে আহত হয় শিঙিমাৰীৰ দুই চাইকেল আৰোহী।
দূৰ্ঘটনাত পতিত তীব্ৰবেগী চাৰি চকীয়া বাহন খনৰ নম্বৰ AS-02AG-7234

28/10/2023

লাহৰীঘাটৰ বৰবড়ীত উত্তপ্ত পৰিস্থিতি।
কিশোৰক ধৰ্ষন কৰা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে কিশোৰক (লৰা) ধৰ্ষন কৰাৰ অভিযোগ।

26/10/2023

ঠাকুৰ নে ফৌজ বনায়ী হে: আজমল

আজমল সেনা

25/10/2023

খাৰুপেটীয়াত ভুমিকেন্দ্ৰীক ভয়ংকৰ মাৰপিট, থিতাতে মহিলাসহ নিহত দুজন।

জামালুদ্দিন, ছাহিয়াল ইমৰান, ছামছুদ্দিন,ছফিউৰ, আতিকুল ইছলাম ,ছবৰ আলী ,সহ আৰু কেইবাজনো গুৰুতৰ ভাবে আহত।

25/10/2023

মছজিদে আকচাৰ সবিশেষ, ই কিয় ইমান গুৰুত্বপুৰ্ণ

25/10/2023

অসভ্য, লম্পট, কাল নগিনি আৰিফা
বিনোদনৰ নামত অশ্লীল ভিডিও উপস্থাপন কৰি কাল নাগিনি ৰূপত

24/10/2023

আজি পবিত্ৰ বিজয়া দশমী কলিয়াবৰৰ কুঠৰী ডিফৌলো নৈৰ বুকুত সম্পূৰ্ণ ৰীতি নীতিৰে বিষৰ্জন দিয়া হয় মা দেৱীৰ প্ৰতিমা।

24/10/2023

ৰূপহীহাটৰ আমবাগানৰ মহব্বৰালিত বিজয়া দশমীৰ দিনাই ভয়ংকৰ পথ দুৰ্ঘটনা নিহত এজন।
দুৰ্ঘটনাত মৃত্যু হয় টমটম চালক তপন মণ্ডল নামৰ লোকজনৰ।
ই ৰিক্সা আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ।

23/10/2023

যুদ্ধ বিধস্ত গাজা

গাজা আক্ৰমণৰ বাবে সাজু ইজৰাইলী সৈন্য

বোমা নিক্ষেপেৰে ধ্বংস গাজাৰ গীৰ্জাঘৰ

23/10/2023

আৰক্ষীৰ সন্মুখত জয় শ্ৰী ৰাম শ্লোগান দি ABMSU ৰ সভাপতি টাইছন হুছেইনৰ বাসগৃহত আক্ৰমণ। টাইছন হুছেইনৰ মাক-দেউতাকো আক্ৰমণৰ অভিযোগ।

21/10/2023

ডাঙৰ ডাঙৰ চেলিব্ৰেটিতকৈ বেছি জনপ্ৰিয় ডিম্পু বৰুৱা ! চাওঁক ডিম্পু বৰুৱাৰ জনপ্ৰিয়তাৰ কিছু দৃশ্য ৷

21/10/2023

তাতে তোমার/আমার কী?
তুমি আমি আমরা তো ভালোই আছি! বেশ আছি !

Address

Rupahi Hat, Bhokatgaon
Nagaon
782125

Telephone

+917002795592

Website

Alerts

Be the first to know and let us send you an email when News24Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News24Assam:

Videos

Share