FI News

FI News Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from FI News, Media/News Company, Moirabari, Morigaon.

28/04/2024

Voice Anchor

লাগে ।

02/03/2024
08/07/2023

শুক্ৰবাৰে মৰিগাঁও জিলাৰ ভুৰবান্ধা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বৰঙাবাৰী মজলীয়া বিদ্যালয়ৰ গ্ৰীস্মকালীন শিবিৰত উপস্থিত হৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলৰ লগত জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই পৰিবেশন কৰা এটি সংগীতৰে। summer holidays Camp ত জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই ছাত্ৰ ছাত্ৰী সকলৰ লগত একেলগে সংগীত পৰিৱেশন কৰি ছাত্ৰ ছাত্ৰী সকলক আপ্লুত কৰে।

দৰমহাৰ পইচাৰে পেট নভৰা চৰকাৰী কৰ্মচাৰী এইবাৰ এহেজাৰ টকা উৎকোচ লৈ হাত দাঙিলে, উৎকোচ লোৱাৰ সময়ত হাতেলোটে ধৰা পৰে শোনিতপুৰ ...
16/05/2023

দৰমহাৰ পইচাৰে পেট নভৰা চৰকাৰী কৰ্মচাৰী এইবাৰ এহেজাৰ টকা উৎকোচ লৈ হাত দাঙিলে, উৎকোচ লোৱাৰ সময়ত হাতেলোটে ধৰা পৰে শোনিতপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ ৰেকৰ্ড শাখাৰ কৰ্মচাৰী ববী শইকীয়া খান ৷

নগাৱঁৰ আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যু। জখলাবন্ধাত এক পথ দুৰ্ঘটনা পতিত হৈ মৃত্যু হয় আৰক্ষী বিষয়া গৰাকীয়ে। তেখে...
16/05/2023

নগাৱঁৰ আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যু। জখলাবন্ধাত এক পথ দুৰ্ঘটনা পতিত হৈ মৃত্যু হয় আৰক্ষী বিষয়া গৰাকীয়ে। তেখেতে অতি কম দিনত সুদক্ষ আৰক্ষী বিষয়া হিচাপে পৰিচিত হৈছিল জন সাধাৰণৰ মাজত। তেখেতৰ আত্মাৰ সৎগতি কামনা কৰিলো।

15/05/2023

ড্ৰাগছৰ বিৰুদ্ধে মৈৰাবাৰী টাউন কবৰস্থান কমিটিৰ কঠোৰ পদক্ষেপ।কোনো ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ আসক্ত ব্যক্তিক মৃত্যুৰ পিছত টাউন কবৰস্থানত কবৰস্থ কৰিবলৈ দিয়া নহ'ব। এই সিদ্ধান্ত গ্ৰহণ কৰিছে মৈৰাবাৰী টাউন কবৰস্থানৰ নতুন কমিটিয়ে। ৰবিবাৰ।

মৈৰাবাৰীৰ লোচনাবৰীৰ পৰা দুই IPL জুৱাৰীক গ্ৰেপ্তাৰ লাহৰীঘাট আৰক্ষীৰ, জুৱাৰী দুজনৰ পৰা দুটা মোবাইল ফোনৰ লগতে নগদ ৭৮৮০ টকা ...
13/05/2023

মৈৰাবাৰীৰ লোচনাবৰীৰ পৰা দুই IPL জুৱাৰীক গ্ৰেপ্তাৰ লাহৰীঘাট আৰক্ষীৰ, জুৱাৰী দুজনৰ পৰা দুটা মোবাইল ফোনৰ লগতে নগদ ৭৮৮০ টকা উদ্বাৰ।

👉নগাঁও আৰু ধিং আৰক্ষীৰ যুটীয়া অভিযানত  বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সৈতে চাৰিচকীয়া বাহন জব্দ ।👉চাৰিচকীয়া বাহন খনৰ নম্বৰ 𝐀𝐒01-𝐁𝐙...
06/05/2023

👉নগাঁও আৰু ধিং আৰক্ষীৰ যুটীয়া অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সৈতে চাৰিচকীয়া বাহন জব্দ ।
👉চাৰিচকীয়া বাহন খনৰ নম্বৰ 𝐀𝐒01-𝐁𝐙4000
👉ডিমাপুৰৰ পৰা ধিং অভিমুখে আহি থকা 𝐒𝐜𝐨𝐫𝐩𝐢𝐨 বাহনত আনি আছিল বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ ।
👉মোস্তুফা আহমেদ (৩৭)আৰু জহিৰুল ইছলাম (৩৮)নামৰ দুই ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ গ্ৰেপ্তাৰ ।
👉𝐒𝐂𝐎𝐑𝐏𝐈𝐎 বাহন খনৰ পৰা ২৮টাকৈ ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ উদ্ধাৰ কৰে আৰক্ষীয়ে ।

ধিঙত ড্ৰাগছ ব্যৱসায়ীলৈ  আৰক্ষীৰ  গুলিচালনা।পলাবলৈ ধৰোতে মাৰে গুলি, আঠুৰ তলত লাগে গুলিটো।ধিং আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ ...
06/05/2023

ধিঙত ড্ৰাগছ ব্যৱসায়ীলৈ আৰক্ষীৰ গুলিচালনা।পলাবলৈ ধৰোতে মাৰে গুলি, আঠুৰ তলত লাগে গুলিটো।ধিং আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আবুল হুছেইন।আৰক্ষীৰ অভিযানত জব্দ ৯টা চাবোনৰ বাকচ ভৰ্তি নিষিদ্ধ হেৰইন ।
জব্দকৃত ড্ৰাগছ খিনিৰ বজাৰ মূল্য চাৰি লক্ষাধিক টকা।ধৃত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীটোৰ ঘৰ ধিঙৰ টুকটুকীত।টুকটুকীৰ নিজ গৃহৰ পৰাই আবুল হুছেইনে চলাই আছিল ড্ৰাগছৰ বেহা।

26/12/2022

অভিনন্দন লাহৰীঘাটৰ জেষ্ঠ সাংবাদিক প্ৰনৱ গোস্বামী দেৱীলৈ

28/10/2022

Address

Moirabari
Morigaon
782126

Telephone

+919864772215

Website

Alerts

Be the first to know and let us send you an email when FI News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share


Other Media/News Companies in Morigaon

Show All