শুক্ৰবাৰে মৰিগাঁও জিলাৰ ভুৰবান্ধা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বৰঙাবাৰী মজলীয়া বিদ্যালয়ৰ গ্ৰীস্মকালীন শিবিৰত উপস্থিত হৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলৰ লগত জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই পৰিবেশন কৰা এটি সংগীতৰে। summer holidays Camp ত জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই ছাত্ৰ ছাত্ৰী সকলৰ লগত একেলগে সংগীত পৰিৱেশন কৰি ছাত্ৰ ছাত্ৰী সকলক আপ্লুত কৰে।
ড্ৰাগছৰ বিৰুদ্ধে মৈৰাবাৰী টাউন কবৰস্থান কমিটিৰ কঠোৰ পদক্ষেপ।কোনো ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ আসক্ত ব্যক্তিক মৃত্যুৰ পিছত টাউন কবৰস্থানত কবৰস্থ কৰিবলৈ দিয়া নহ'ব। এই সিদ্ধান্ত গ্ৰহণ কৰিছে মৈৰাবাৰী টাউন কবৰস্থানৰ নতুন কমিটিয়ে। ৰবিবাৰ।

অভিনন্দন লাহৰীঘাটৰ জেষ্ঠ সাংবাদিক প্ৰনৱ গোস্বামী দেৱীলৈ
মৈৰাবাৰী আৰক্ষীৰ আন এক বৃহৎ সাফল্য, ৫.৫৪ লাখ টকা নগদ ধন আৰু বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ।
ৰাইজৰ দলৰ ৰাইজৰ নেতা ধিং সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী মেহবুব মুক্তাৰলৈ ভোটাৰ ৰাইজৰ সঁহাৰি।
মৈৰাবাৰী মহাবিদ্যালয়ত লোক সেৱা আয়োগৰ পৰীক্ষাসমূহৰ প্ৰস্তুতি সম্পৰ্কে ভক্তিতা অনুষ্ঠান।
কেইবা হাজাৰ লোকৰ সমাগমেৰে প্ৰাক্তন বিধায়ক ড০ ইদ্ৰিছ আলীৰ জনাজা সম্পন্নঃ
শালকাটি হাই মাদ্ৰাছাৰ দশম শ্ৰেণীৰ নাবালিকা ছাত্ৰী অপহৰণ কৰি অপহৰণকাৰী মুক্ত আকাশ তলত। উদ্ধাৰ কৰাত ব্যৰ্থ ধিং আৰক্ষী।
Protests Against E Rikshaw
কোনোবাই যদি কৰবাত দেখা পায় অনুগ্ৰহ কৰি এই নম্বৰত যোগাযোগ কৰিব।
9365750284
600345347
পদুম ফুলত প্ৰাক্তন কংগ্ৰেছী বিধায়ক।