Khobor Morigaon

Khobor Morigaon মৰিগাঁৱৰ প্ৰতিটো খৱৰ পলকতে... এতিয়াই FOLLOW কৰক খবৰ মৰিগাঁও

22/04/2024

মৰিগাঁও কুমৈ তেতেলীয়াত পুৱতি নিশা তীব্ৰ উ*ত্তে*জনা, গৰু চু*ৰি*ৰ সন্দেহত দুখন বাহন জ্ব*লা*ই ভ*ষ্মী*ভূ*ত, তিনিজনক আটক

21/04/2024

আৰ্থিক দৈন্যতাই উচ্চ শিক্ষা গ্ৰহণত বাধা হব নেকি ডিষ্টিংশ্যন সহ উৰ্ত্তীণ হোৱা জালুগুটি মাজৰবড়ীৰ ফাৰহানাজ বেগমৰ, বিচাৰিছে আপোনাৰ অলপ সাহয় সাৰথি Morigaon District Administration

20/04/2024

নিৰ্বাচনী প্ৰচাৰৰ মাজতে ভোটাৰৰ সৈতে মুখ্যমন্ত্ৰীৰ ধেমালি

20/04/2024

সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে পঞ্চম স্থান দখল কৰা ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰী দেৱাশ্ৰী কাশ্যপক লৈ ৰাজপথত সমদল

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো মৱাইলৰ যোগাযোগ ব্যাহত
20/04/2024

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো মৱাইলৰ যোগাযোগ ব্যাহত

19/04/2024

মৰিগাঁও দন্দুৱাত প্ৰচাৰ কাৰ্য্য চলাই থকাৰ সময়তে অসুস্থ নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদুৎ বৰদলৈ Indian National Congress - Assam

18/04/2024

মৰিগাঁও নগৰৰ মাজমজিয়াত বিধংসী অ*গ্নি*কাণ্ডত ভস্মীভূত হয় নিউ প্ৰদীপ চাইকেল ষ্ট'ৰ নামৰ এখন ব্যৱসায়ীক প্ৰতিষ্ঠান

18/04/2024

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা হজ কমিতি ও মৰিগাঁও বৰমছজিদ পৰিছালনা সমিতিৰ সহযোগত ২০২৪ বৰ্ষৰ জিলাখনৰ হজযাত্ৰীক প্ৰশিক্ষণ প্ৰদান Morigaon District Administration

17/04/2024

পশ্চিম মৰিগাঁও নগৰ ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সংবাদমেল - পোনপ্ৰথম বাৰৰ বাবে বৰ বিহুৱতী প্ৰতিযোগিতাৰ আয়োজন, ইচ্ছুক সকলক যোগাযোগৰ আহ্বান

17/04/2024

কৰ্ম ব্যস্ততাৰ মাজতে বিহুনাম জুৰিলে মৰিগাঁও জিলা আয়ুক্ত দেবাশীষ শৰ্মাই Morigaon Times মৰিগাঁও টাইমচ

17/04/2024

মৰিগাঁও শ'লমাৰীত নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ সহধৰ্মিনী আইমী বৰুৱাৰ নিৰ্বাচনী প্ৰচাৰ Followers BJP Morigaon District

16/04/2024

দলবাৰী ষ্টাৰ ক্লাবৰ সৌজ্যনত সাংস্কৃতিক সন্ধিয়া LIVE

📌Live from Morigaon

16/04/2024

মৰিগাঁও তৰাবড়িত ড্ৰাগছ সৰবৰাহকাৰী যুৱকৰ মটৰচাইকেলৰ খু*ন্দাত এগৰাকী মহিলাৰ মৃ*ত্যু, জব্দকৃত মটৰচাইকলৰ পৰা ১১৫ টা ড্ৰাগছ ভৰ্তি কন্টেনাৰ উদ্ধাৰ

16/04/2024

মৰিগাওঁ আৰু নগাঁওবাসীৰ বাবে সুখবৰ ।

16/04/2024

মৰিগাঁও চৰাইবাহীত পথ দু*ৰ্ঘ*টনাত দুজন যুৱকৰ মৃ*ত্যু, মৃ*ত দুয়ো যুৱক চৰাইবাহী আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছিল

15/04/2024

মৰিগাঁও, লাহৰীঘাটত হেলিকপ্টাৰেৰে ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ এআইডিইউএফ প্ৰধান বদৰুদ্দিন আজমলৰ

14/04/2024

ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি তেজপুৰীয়া থেছপিয়ান দলৰ এটা পুৰনি অনুষ্ঠান আগবঢ়ালোঁ
উৎস - ফেচবুক

13/04/2024

ৰাজ্যৰ মীন পালক সকলৰ বাবে সুখবৰ, ঘৰতে বহি কম খৰছত উন্নতমানৰ মাছৰ পোনা লাভ কৰিবলৈ যোগাযোগ কৰক 93656 89680 নম্বৰত

13/04/2024

বাপুতিসাহোন ৰঙালী বিহুৰ আজি গৰু বিহু, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো পৰম্পৰা ৰক্ষা কৰি পালন কৰে গৰু বিহু

12/04/2024

মৰিগাঁও নগাঁও ৰাজ্যিক ঘাইপথৰ সোনাৰিগাঁৱত টেম্পু আৰু মটৰচাইকেলৰ মাজত মুখামুখি সং*ঘ*ৰ্ষ*ত গুৰুত্বৰ ভাবে আহত দুজন

12/04/2024

মৰিগাঁও দলবাৰীৰ চাইবুল আলীৰ কণ্ঠত এটি জিকিৰ সুৰীয়া গীত আগবঢ়ালোঁ

11/04/2024

ঈদৰ আনন্দৰ মাজতে মৰিগাঁও সৰুবড়ীত সংঘটিত হৈছে এক ভ*য়ং*কৰ পথ দুৰ্ঘটনা, থিতাতে নি*হ*ত এটি কিশোৰ

11/04/2024

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁৱতো ইছলামধৰ্মী লোক সকলে উলহমালহেৰে উদযাপন কৰে পবিত্ৰ ঈদ উল্ ফিটৰ

10/04/2024

পবিত্ৰ ঈদ উল্ ফিটৰ উপলক্ষে বুলবুল হুছেইনৰ এটি জিকিৰ আগবঢ়ালোঁ
উৎস- ফেছবুক

10/04/2024

মৰিগাঁও আৰক্ষীৰ DSB পৰিদৰ্শক হিৰণ্য পাটৰৰ নেতৃত্বত মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত বৃহৎ চুলাই মদৰ ঘাটি উচ্ছেদ

10/04/2024

নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিগাঁৱত বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ নিৰ্বাচনী প্ৰচাৰ BJP Morigaon District

09/04/2024

আপুনি অনলাইনত সামগ্ৰী ক্ৰয় কৰে নেকি, তেন্তে সতৰ্ক আৰু সাবধান হওঁক

08/04/2024

মৰিগাঁও মৈৰাবাৰীৰ সুৰুজ আলী মাৰ্কেটত সংঘটিত অগ্নি* কাণ্ড* ত কেইবাখনো ব্যৱসায়ীক প্ৰতিষ্ঠান ভস্মীভূত

07/04/2024

আজানপীৰ চাহাবৰ এটি জিকিৰ আগবঢ়ালোঁ
উৎস- ফেছবুক

07/04/2024

মৰিগাঁও নগৰৰ নভেটিস্থিত MO TOWN RETRO ৰেষ্টোৰেণ্টে আগন্তুক ৰঙালী বিহু আৰু ঈদ উপলক্ষে লৈ আহিছে কেটবোৰ বিশেষ সুবিধা

Address

Morigaon
782105

Telephone

+919101662806

Website

Alerts

Be the first to know and let us send you an email when Khobor Morigaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Khobor Morigaon:

Videos

Share


Other Media/News Companies in Morigaon

Show All