Nation Live Daily Axom

Nation Live Daily Axom Nation Live Daily

06/01/2024

বন্ধৰ দিনত বনভোজ খাবলৈ আহি বিপদত পৰা শিৱসাগৰৰ বনভোজ দলক সহায় কৰিবলৈ আগবাঢ়ি আহিল লংকাৰ শিখ সমাজ।

06/01/2024

ক’ত হেৰাল পিংক বাছ , আকৌ আহিল গ্ৰীন বাছ , কি হব ২০০ পুৰণি চিটি বাছৰ মালিক আৰু চালকৰ ? কেইজন চালকে পালে পুনৰ সংস্থাপন ? কি কৈছে মীৰা বৰঠাকুৰে এবাৰ শুনক ৷


06/01/2024

চয়নিকা বৈশ্যৰ কণ্ঠত পাহাৰৰ জুৰিটি ৷


song
Baishya

06/01/2024

নগাঁৱৰ ননৈত ৰাজপথত বাঘৰ মুক্ত বিচৰণ বন্দী সাংবাদিকৰ কেমেৰাত ৷



06/01/2024

কলিয়াবৰৰ জখলাবন্ধাত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মান দাবী সমিতিয়ে আয়োজন কৰা ৰাজহুৱা সভাত সোচ্চাৰ AJYCP,AASU কে ধৰি দল সংগঠনৰ ৷


06/01/2024

তাঁতীকটা আৰু বৰচাপৰি এম ই স্কুলৰ বন্ধু বিদ্যালয় কাৰ্যসূচী অনুষ্ঠিত।


06/01/2024

ধিঙৰ কটহগুৰিত এ আই ইউ ডি এফৰ ৰাজহুৱা সভা সম্পন্ন।



06/01/2024

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নিৰ্দেশত বালাৰচৰ ৰাজীৱ ভৱনত সৃজনগ্ৰাম ব্লকৰ যুৱ কংগ্ৰেছৰ পূৰ্ণাংগ কমিটি গঠন।



06/01/2024

শিলপুখুৰী গাঁও পঞ্চায়তত বিকশিত ভাৰত সংকল্প যাত্ৰা।


06/01/2024

শিক্ষকৰ ৰূপত হোজাইৰ অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷



Suklavaidya

06/01/2024

ঢকুৱাখনাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত সদৌ অসম জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ গুণোৎসৱ সফল সামৰণি।


06/01/2024

সাংবাদিক নিগ্ৰহৰ ঘটনাক লৈ ক্ষুব্ধ হৈ পৰিছে কলিয়াবৰ সাংবাদিক সন্থা ৷


06/01/2024

জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ অসমবাসীলৈ কি আহ্বান শুনক ৷


bharali

06/01/2024

পুনৰ এটি ভিডিঅ’ৰ সৈতে ভাইৰেল তাঞ্জানিয়াৰ কিলি প’ল ৷ চাওঁক ভিডিঅ’টোত কি আছে ৷

video
# Kili Paul

06/01/2024

এইবাৰ হিন্দী গীতৰ তালে-তালে নৃত্য তাঞ্জানিয়াৰ কিলি প’লৰ ৷


dance
Poul

06/01/2024

অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ আধাৰত ২০২৩ চনত স্থাপিত লৰিমুখ আদৰ্শ জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি পোৱাৰ ভাগত এখনি সংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।


06/01/2024

Go Back Go Back শব্দ জুবিনৰ মুখত ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানত জুবিনৰ গাড়ীৰ পিছে - পিছে চুচা লৈছিল এটি প্ৰকাণ্ড গড়ে ৷ কথমপি প্ৰাণৰক্ষা সকলোৰে ৷


Garg

06/01/2024

অসমীয়া গীতৰ ৰীল বনাই এইবাৰ পুনৰ ভাইৰেল কিলি প’ল ৷

reel
Pal

06/01/2024

গাড়ী চালক সকলৰ প্ৰতিবাদৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে ৷ কি কৈছে মীৰা বৰঠাকুৰে এবাৰ শুনক ৷

barthakur

06/01/2024

এয়া ইংৰাজী মাধ্যমৰ বিদ্যালয় নহয় ৷ এয়া চিপাঝাৰৰ ঘোৰাবান্ধা প্ৰাথমিক বিদ্যালয়ৰ এটি দৃশ্য ৷ অসমীয়াৰ সমান্তৰালভাৱে কি সুন্দৰ ইংৰাজী শিক্ষা প্ৰদান কৰিছে এগৰাকী নৱ প্ৰজন্মৰ শিক্ষয়িত্ৰীয়ে ৷ চাওঁক এই বিশেষ প্ৰতিবেদনটি আৰু এটি স্বেয়াৰ কৰি আনকো চোৱাৰ সুবিধা কৰি দিয়ক ৷


medium school

06/01/2024

ভাগিন সকলৰ মাজত মামাই এনেদৰে ফটোৰ বাবে প’জ দিছে ৷


06/01/2024

আপুনি যদি বাইক কিনিব বিচাৰে তেনেহলে ভাল খবৰ। নতুন বছৰত মাত্ৰ ১ টকা ডাউন পেমেন্টৰে বাইক কিনক আৰু লাভ কৰক জানুৱাৰী ১৫ তাৰিখ লৈকে full টেংকি পেট্ৰোল, ছিটকভাৰ আৰু দুটাকৈ হেলমেট
যোগাযোগ কৰক 9101149949/9101392944



offer

06/01/2024

Big Breaking: নিশা বিলাসীপাৰাত চাঞ্চলকৰ ঘটনা।


06/01/2024

BigBreaking # হোজাইৰ দক্ষিণ বিদ্যানগৰত নিশা সংঘটিত হয় ভয়ঙ্কৰ অগ্নিকাণ্ডৰ ঘটনা।


06/01/2024

ৰাইজৰ সৈতে অখিল গগৈৰ কথোপকথন ৷


Gogoi

06/01/2024

# নগাঁও লোকসভা সমষ্টিত প্ৰদ্যুত বৰদলৈতকৈ গৌৰৱ গগৈৰ জনপ্ৰিয়তা বেছি ৷
#নগাঁৱৰ পৰা গৌৰৱ গগৈয়ে নিৰ্বাচন খেলিলে অভিলেখ গঢ়িব ৷
#গৌৰৱ গগৈৰ সংসদীয় দক্ষতাৰ প্ৰতি আকৃষ্ট ভোটাৰ ৰাইজ ৷
# নগাঁৱত কংগ্ৰেছে প্ৰাৰ্থী নিৰ্বাচনত ভূল কৰিলে সমষ্টিটো কংগ্ৰেছৰ হাতৰ পৰা গুচি যোৱাৰ সম্ভাৱনা অধিক ৷

loksabha

05/01/2024
05/01/2024

কলিয়াবৰৰ জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গুণোৎসৱত উপস্থিত হৈ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ৷



Mahanta

05/01/2024

কলিয়াবৰ চিকনী বৰহোলাত কাৰ্বি সম্প্ৰদায় লোকসকলে উদযাপন কৰিলে ৰংকেৰ পূজা ।


05/01/2024

BigBreaking # হোজাইত চকা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক।


05/01/2024

মৰিগাঁও জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সঞ্চালক মতিনুৰ ৰহমানক লাহৰীঘাট আঞ্চলিক সাংবাদিক সংস্হাৰ ফালৰ পৰা প্ৰদান কৰা প্ৰশংসা পত্ৰখন পাঠ কৰিছে সংস্হাৰ উপদেষ্টা তথা জ্যেষ্ঠ সাংবাদিক ছাইফুল ইছলামে ৷


05/01/2024

➡️কাইলৈৰ পৰা আৰম্ভ হ'ব ৰাজহুৱা পৰিবহণ সেৱা ৷

➡️ ৪৮ ঘণ্টাৰ পৰা ২৪ ঘণ্টালৈ বন্ধ হ্ৰাস ৷

➡️ এই সন্দৰ্ভত কি ক’লে North East Heavy Goods Carrier Truck Owners & Drivers Welfare Association কামৰূপ জিলাৰ সভাপতি ত্ৰিদীপ কলিতাই ?


05/01/2024

# আই এ এছ বিষয়াৰ দ্বাৰা সাংবাদিকক আক্ৰমণ ৷
# এওঁ কোনো অপৰাধী নহয় ৷
# গুৱাহাটীস্হ এটি চেটেলাইট চেনেলৰ সাংবাদিক হয় এওঁ ৷
#নগাঁৱৰ আয়ুক্তৰ বিৰুদ্ধে উঠিছে এই অভিযোগ ৷ #নগাঁৱৰ উপায়ুক্তৰ দাদাগিৰী ৷
# সাংবাদিকক চি চি টিভি অফ কৰি ৰূমৰ ভিতৰত মাৰপিট ৷



officer

05/01/2024

চয়নিকা বৈশ্যৰ কণ্ঠত এটি সুন্দৰ বিহুগীত ৷

Baishya
song

05/01/2024

১৭০ জন হিন্দুলোকৰ চিতাত খৰি দিয়া আৰু ৭০৬ গৰাকী মুছলমানলোকৰ কবৰ খান্দি সমাজত চৰ্চা লাভ কৰিবলৈ সক্ষম হোৱা ছামচুদ্দিন আলীক বিশেষভাৱে সম্বৰ্দ্ধনা জনায় লাহৰীঘাট আঞ্চলিক সাংবাদিক সংস্হাৰ সভাপতি এনামুৰ ৰহমানে ।



05/01/2024

ধনৰ দুখীয়া হ’ব পাৰে কিন্ত কণ্ঠৰ দুখীয়া নহয় ৷ আনফাজ আলীৰ কণ্ঠত আন এটি চুপাৰহিট গীত ৷ শুনক আৰু এটি স্বেয়াৰ কৰি দুখীয়া - নিচলা শিল্পী গৰাকীক আগুৱাই যোৱাত সহায় কৰক ৷


song
Ali

05/01/2024

আমগুৰিৰ পৰা আলফা স্বাধীনলৈ ঢাপলি মেলিলে আই.আই.টি ত কৰ্মৰত এজন যুৱক গৌতম গগৈ : হিয়া ঢাকুৰী কান্দি কান্দি মাতৃৰ কাতৰ সহায়ৰ বাবে আহ্বান মুখ্যমন্ত্ৰীৰ লগতে পৰেশ বৰুৱালৈ ৷


05/01/2024

কলিয়াবৰতো মহকুমা মটৰ শ্ৰমিক সন্থাৰ চকাবন্ধ কাৰ্যসূচী ৰূপায়ন।


05/01/2024

সদৌ অসম মটৰ পৰিবহণ সন্থাই আহ্বান জনোৱা ৪৮ ঘন্টীয়া চকাবন্ধৰ পৰিপ্ৰেক্ষিত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত দেখা গ'ল নিমাওমাও পৰিবেশ।


highway

05/01/2024

মৰিগাঁৱত ট্ৰাক চালকৰ পথ অৱৰোধ। জ্বলালে নিজে চলোৱা চালকৰ অনুজ্ঞাপত্ৰ।


Address

Morigaon
Morigaon
782105

Telephone

+917002332741

Website

Alerts

Be the first to know and let us send you an email when Nation Live Daily Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share