জীৱন পৰিচয়

জীৱন পৰিচয় like our follow please

10/11/2021

নিয়মীয়াকৈ ভিডিঅ'বোৰ পাবলৈ চেনেলটো Like comment Share আৰু Subscribe কৰিব।

👇🏼👇🏼👇🏼👇🏼👇🏼👇🏼👇🏼👇🏼👇🏼👇🏼👇🏼
https://m.youtube.com/channel/UCMGcmWh-9foo6V_j89KZxeQ

05/11/2021

অসমীয়াৰ প্ৰাণৰো প্ৰাণ, পৰম শ্ৰদ্ধাৰ গণ শিল্পী, যাৰ কণ্ঠই বুঢ়া লুইতৰ দৰে অসমীয়া জাতিটোক সুসংগঠিত হৈ বিশ্বৰ বুকুত প্ৰতিষ্ঠা হ'বলৈ অনুপ্ৰেৰণা যোগাই আহিছে আৰু যোগাই যাব চিৰকাললৈ, সেই গৰাকী চিৰনমস্য শিল্পী ড° ভূপেন হাজৰিকা দেৱৰ আজি পবিত্ৰ পূণ্য তিথিত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ৷ তেখেতৰ সংগীত তথা কণ্ঠ আমাৰ অসমীয়া জাতিটোৰ বাবে অদম্য সাহস আৰু জীৱন সংগ্ৰামৰ অন্তহীন প্ৰেৰণা৷

03/11/2021

এটি সুন্দৰ কণ্ঠৰ অধিকাৰী দুলীয়াজানৰ প্ৰণালী শইকীয়া।

নিয়মীয়াকৈ ভিডিঅ'বোৰ পাবলৈ চেনেলটো Like comment Share আৰু Subscribe কৰিব।

👇🏼👇🏼👇🏼👇🏼👇🏼👇🏼👇🏼👇🏼👇🏼👇🏼👇🏼
https://m.youtube.com/channel/UCMGcmWh-9foo6V_j89KZxeQ

01/11/2021

গোবিন্দ ভৱন গীতা সত্ৰ মৰিগাঁও, অসম ।

Bhagyashree Devi YouTube channel
👇🏼👇🏼👇🏼👇🏼👇🏼👇🏼👇🏼👇🏼👇🏼👇🏼👇🏼👇🏼
https://youtube.com/channel/UC2a9D243s7QPhxFP3Bx_aZw

 ভাৰতলৈ অভূতপূৰ্ব গৌৰৱ কঢ়িয়াই অনা অসমৰ সুযোগ্য কন্যা লাভলীনা বৰগোহাঁইয়ে দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান "মেজৰ ধ্যান চাঁদ খেল...
28/10/2021


ভাৰতলৈ অভূতপূৰ্ব গৌৰৱ কঢ়িয়াই অনা অসমৰ সুযোগ্য কন্যা লাভলীনা বৰগোহাঁইয়ে দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান "মেজৰ ধ্যান চাঁদ খেল ৰত্ন বঁটা"ৰ বাবে মনোনীত হৈছে।

উৎসৱত উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবলৈ আমন্ত্ৰণ জনালোঁ।
23/10/2021

উৎসৱত উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবলৈ আমন্ত্ৰণ জনালোঁ।

22/10/2021

Priyanka Borah Kakoti Morigaon, Assam

ফুলতলি সিধাবাৰী, মৰিগাঁও, অসম ।

নিয়মীয়াকৈ ভিডিঅ'বোৰ পাবলৈ চেনেলটো Like comment Share আৰু Subscribe কৰিব।

👇🏼👇🏼👇🏼👇🏼👇🏼👇🏼👇🏼👇🏼👇🏼👇🏼👇🏼
https://m.youtube.com/channel/UCMGcmWh-9foo6V_j89KZxeQ

অহা ইংৰাজী ১৭ তাৰিখ ৰবিবাৰে মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত "তিৱা ছাত্ৰ-ছাত্ৰীৰ অভিৱৰ্তন" এখন আয়োজন কৰা হৈছে । উক্ত ...
16/10/2021

অহা ইংৰাজী ১৭ তাৰিখ ৰবিবাৰে মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত "তিৱা ছাত্ৰ-ছাত্ৰীৰ অভিৱৰ্তন" এখন আয়োজন কৰা হৈছে ।
উক্ত অনুষ্ঠানত তিৱা ছাত্ৰ - ছাত্ৰীৰ সকলৰ তিৱা জাতিক লৈ দায়িত্ববোধৰ ওপৰত তিৱা সমাজৰ নিদিষ্ট বক্তা সকলে বক্তব্য ৰাখিব ৷

এই অভিবৰ্তন খন মূলত -
তিৱা ছাত্ৰ-ছাত্ৰীৰ সকলৰ
"কেৰিয়াৰ কাউনচিলিং"ত গুৰুত্ব প্ৰদান কৰা হৈছে ৷
ইয়াৰ ওপৰত বক্তব্য ৰাখিবলৈ শ্ৰদ্ধাৰ শ্ৰী যুত হৰ মোহন কলিতা দেৱ, সঞ্চালক একলব্য আই এ এছ একাডেমিৰ গুৱাহাটী , আমন্ত্ৰণ কৰা হৈছে ৷

তাৰোপৰি সদৌ তিৱা সমাজৰ বিশিষ্ট ব্যক্তি সকলৰ লগত ছাত্ৰ- ছাত্ৰীৰ চিনাকি পৰ্ব এটিও ৰখা হৈছে ।

À La Carter Gohain Gaon, Morigaon, AssamHome Delivery & Take Away Available within 30 minutes... Contact : 8453128947,84...
12/10/2021

À La Carter Gohain Gaon, Morigaon, Assam
Home Delivery & Take Away Available within 30 minutes... Contact : 8453128947,8453128947
Order time 10-30am to 8-30pm
Delivery Charge Rs.20/- under order Rs.200/- Gohain Gaon, Ward No - 5 Morigaon, Assam

Address

Morigaon
782105

Alerts

Be the first to know and let us send you an email when জীৱন পৰিচয় posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to জীৱন পৰিচয়:

Videos

Share

Category